পৃষ্ঠা:হেমকোষ.pdf/৯২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সম্পাদক সম্ভাষণ। সম্বন্ধ, স. শ(সং. সম্বন্ধ-সং, উপস.+ ব, বা; দুই বা অধিক জনক একে লগে বান্ধে, এতেকে) কুটুম্বিতা, সম, fogol; serie, relationship, connec- tion, the possessive case, সম্বন্ধী, বি. (সং. সম্বন্ধি; সম্বন্ধ + ইন্) সম্বন্ধ থকা, সমন্ধীয়, related to. (স্ত্ৰী) সম্বন্ধিনী। সম্বন্ধীয়, বি. সম্বন্ধযুক্ত, সমঙ্কৰ, related to, connected with . সম্বল, স. শ. (সং. সম্বল-সম্ব, গতি কৰ) সমল, বাটৰ খৰচ, প্ৰবাসত খাবলৈ নিয়া 16, provisious carried for use on. a journey. সম্বাদ, 'স, শ. (সং. সংবাদ; সং, উপস, + ৱ, ক) বাৰ্তা, বাতৰি, সমাচাৰ, news. to do, to perform, to accomplish. (পদ্য)। সম্পাদকৃ, স. শ. {সং. সম্পাদক-সং, উপস, +প, গতি কৰ) সম্পন্ন কৰোতা, কাম চলাওঁ; বাতৰি কাকত চলাওঁত, ৫ manager, an accomplisher, the editor of a newspaper, সম্পদ, কৃদ স. সম্পন্ন কৰণ, সমাপন; বাতৰি কাকত চলোৱা কাৰ্য্য, the act of accomplishing or editing. সম্পাদিতু, কদ, বি. সম্পন্ন, সমাপন কৰা; লিখিত (বাতৰি কাকতত খাটে), aecoin- plished, edited. সম্পূৰ্ণ, কদ, বি. (সং. সম্পূৰ্ণ- --সং, উপ.+ পূৰ্ণ, পূৰ} পূৰ, পূৰা; সম্পন্ন; সফল, সিদ্ধ; যেনে, বাঞ্ছা সম্পূৰ্ণ হল, firit, complete, hole, accomplished, fulfilcil. সম্পূৰ্ণতা, গু, শ, পূৰ হোৱা অৱস্থা, সম্পন্নতা, fulness, completeness, fulfilment. সম্প্ৰতি, ক্ৰি. বি. (সৎ, সম্প্ৰতি–সং+প্ৰতি, উপস.) এতিয়া, সদ্য, বৰ্তমান কালত, now, at present. সম্প্ৰতি, স, শ. বৰ্তমান সময়; যেনে, সম্প্ৰতিকৰ নিমিত্তে, present time, সম্প্ৰদা, স. শ. (সং. সম্প্ৰদান-স+ প্ৰ, উপাস. + দা, দি) দান, দিয়ন; {বাক, চতুৰ্থ বিভক্তিৰ কাৰক, a gift, a (lona- tion, (in gram.) the dative case. সম্প্ৰদা, স, শ, (সং. সম্প্ৰদায়, পূৰ্বৰ পৰা চলি অহা মত) অনেক কাল চলা আৰু শাৰ মতৰ দৰে বলৱা ৰীতি; যেনে, এই কাৰ্য কৰা পূৰ্বৰ সম্প্ৰদা আছে, established usage. সম্প্ৰদায়, স. শ. (সং. সম্প্ৰদায়-সৎ+ প্ৰ, উপস. + দা, দান ক। একে মত চলা লোকসমূহ, একে ধৰমী লোকবিলাক, a class of men following the same doctrine or tenet, a sect. সংসৰ, স, শ, (সং, সংবৎসৰ; এবছৰ) 9967, a full yeur. সম্বোধ, কদ, স. ( সৎ, সাম্বোধন-সং, উপস.+ বুধ, জ্ঞান জন্ম ) আওকাণ কৰি থকা মানুহক কাণ কৰাবলৈ মত মাত, মাত লগোৱা কাৰ্য্য, the act of address- ing or accosting . সম্বোধনৰ্থক, স, শ, সম্বোধন বুজোৱা শব্দ, কোনে লোকক মাত লগাওঁতে ব্যৱম্বত অবায় শব্দ; যেনে, হে, হে, হেৰ ইত্যাদি, a vocative particle. বি. (সং. সম্ভৱ-সং, উপস.+ভূ, হ) হব পৰা, আগন্তুক প্ৰকা; যেনে, এই কথা সম্ভৱ, possible. সম্ভাব্য, বি. হব পৰা, সম্ভাৱনা থকা; যেনে, সম্ভাব্য ভূত কাল, possible. সম্ভাৰু, স, শ. (সং. সম্ভাৰ --সং, উপস,+ভূ, পালন কৰ) সামগ্ৰী, কোনো উৎসৱৰ বা ধৰ্ম্মকৃত্যৰ নিমিত্তে গোটোৱা বস্তু, provision, preparation. সম্ভাৱনা, স. শ. আগন্তুক, হোৱাৰ আশা; যেনে, এই কাৰ্য্য হবৰ সম্ভাৱনা নাই, possibility. সম্ভাষণ, ক. স. (সং. সম্ভাষণ-সং, উপস, +ভা, কথা ক) কখন, মাত লগোৱ, বা কথা কোৱা কাৰ্য; যেনে, স্বাদ,