পৃষ্ঠা:হেমকোষ.pdf/৯২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সমীৰণ সম্পা সমীৰণ, স. শ. { সৎ, সমীৰণ-সং, উপস.+ ঈৰ, গতি কৰু) বায়ু, বতাহ, wind, air. সমুখ, স. শ. (সং. সম্মুখ; আগফাল; সং, উপস,+ মুখ, অগ্ন) আগ ফাল, সাক্ষাৎ; যেনে, ৰজাৰ সমুখত, front, presence. সমুখে, আ. অব্য, সাক্ষাতে, 'আগত, bptfore, in presence of সমুচিত, বি. (সং. সমুচিত-সং, উপস. + উচিত, যুগুত) যুগুত, উচিত, propex, becoming. সৰুৎপন্ন, দ. বি. (সং. সমুৎপন্ন—সং+ উe, উপস.+ পদ, গতি ক) উৎপন্ন, জন্ম, (311, procluced, bom, occurred. সমুৎপাটন, কদ, স. (স”. সমুৎপাটন -- সং + উৎ, উপস. + পটু, গত ই) ছিঙ্গি পৃথক কৰণ; উভালি পেলোৱা কাৰ্য্য, 72 73 74!, the act of plucking off, uprooting or destroying. সমুৎপাটি, কৃদ, বি. ছিঙ্গি পৃথক কৰা; উভলা,নষ্ট কৰা, 1/licket oth, upixted, destroyed. সমুদয়, বি. (সং. সমুদয়, সমুদায়স সমুদায়ু, + উৎ, উপস. +ই, গতি কৰু } 776371, 73, all, whole, entire. সনুদায়ে, ক্ৰি. বি. গোটেই, সকলোৱে মূলি, entirely, in all. সমুদ্ৰ, স. শ(সং. সমুদ্ৰ---সং, উপস.+ উদ, আৰ্দ্ৰ হ, তিত্, পূৰ্ণিমাৰ দিনা ইয়াত বৰকৈ পানী স্ফীত হয়, এতেকে) সাগৰ, a sea, an ocean, সমূলঞ্চে, ক্ৰি. বি. (স’ সমূলঞ্চ, মূলযুক্ত) মূলে সৈতে, শিপাৰে সৈতে, গোটেই, with root and branch, wholly, entirely. সমূকাশ, বি. (সং. সমূল, মূলে সৈতে+ আকাশ, শূন্য } সমূলি শূন্য, গোটেই নষ্ট, বংসিত, wholly destroyed. সমূলি, ক্ৰি. বি. (সং. সমূল, মূলযুক্ত, সমুলে, মূলে সৈতে গোটেই, সমুদায়ে, - সম্পূৰ্ণৰূপে, wholly, entirely, com- pletely. . 57 সমূহ, স. শ. {সং. সমূহ--সং, উপস. + ৱ, বহন ক) গণ, জুম, একত্ৰ হোৱা বহুত মানুহ, জন্তু বা বন্ধু, multitude, assern- blage, quantity. সমুদ্ধি, স. শ. (স. সমৃদ্ধি---সং, উপস+ ঋধ, বৃদ্ধি পা} ধন সম্পতি, ঐশ্বৰ্য্য, fase, prosperity, wealth, property, সমৃদ্ধিমন্ত, । বি. (সং. সমৃদ্ধিমৎ, সমৃদ্ধি সমৃদ্ধিশালী, } শালি, ধনী) ধন সম্পত্তি থকা, ঐশ্বৰ্যাৰন্ত, rich, weaftly. সমূজো, স. শ. (সং. সম, সমান+জোশ, পৰিমাণ সমান পৰিমাণ, দীঘল অনুসৰি 781, proportionateness. সম্পই, আ. . (সং. সমুজায়তে, উপজে ---সং, উপস.+জন, ওপজ) ওপ, উ৫- MS, , to be born or produced. ( প্ৰায়ে পদত}} সম্পত্তি, স. শ. {সং. সম্পত্তি---সং, পূৰ্ণতা। পদ, গতি ক) ধন বস্তু, বিভূতি, wealth, property. সম্পত্তি, বি. (সং. সম্পত্তিম, ধনী) সম্পত্তিমা, সম্পত্তি থক, ধৰ্মী চহকী, rich. . সম্পদ, স. শ. (সং. সম্পদ---সং, পূৰ্ণ। পদ, গতি কী সুখ, শুভ, মঙ্গল, prog- perity, happiness. সম্পন্ন, বি. (সং. সম্পন্ন--ঐ। সম্পূৰ্ণ, শেষ কৰা, সম্পাদিত, কত; যেনে, কাৰ্য সম্পন্ন হল, close, completedl, finished. সম্পন্ন, শু. শ. পূৰ্ণতা, সম্পন্ন হোৱা অৱস্থা, fifth, accomplishment, fulfilment. সম্পৰ্ক, স. শ. {সং. সম্পৰ্ক ---স, উপস.+ পৃছ, লগালগি হ) সম্বন্ধ; স্পৰ্শম্পৰ্শি, ছোৱা দুই, লগালগি, relation, connec- tion. সম্পৰ্কীয়, বি. সম্পৰ্ক থকা, সমন্ধীয়, liaving connection or relation. সম্পাদ, স. ধা. {সং, সম্পাদন, সম্পন্ন কৰণ) সম্পন্ন কৰ, সম্পূৰ্ণৰূপে কৰ, নিৰ্বাহ কৰ; যেনে, “সম্পাদিয়া নিল কাম, কৰিয়ে বিশ্ৰাম,