পৃষ্ঠা:হেমকোষ.pdf/৯২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সমাগম . সমভূমি। সমভূমি, স. শ. (সং. সমভূমি -সম, সমান + ভূমি, মাটি ) সমান মাটি, খলা-বমা নোহোৱা মাটি; ভৈয়াম, level tonnel, plain., সময়, ৯. শ. (সং. সময়স, সৈতে+ম, পৰিমাণ ক) কোনো কাৰ্যাৰ নিমিত্তে উপযুক্ত কাল; যেনে, খেতিৰ সময়; সাধাৰণ কাল; যেনে, সময় ৰৈ নেথাকে, tit or proper time for anything, time in general. সময়ন্তি, স. শ. ( সং. সমংলান্তি, সমানে গতি কৰে-সম, সমান + সা, গতি কৰ} হয়ে। পক্ষৰ সমানে হানি বা লাভ কৰি মিলোৱা কাৰ্য; যেনে, গুচৰীয়া পদকীয়াৰ মাজত fe praca, to bring about a reconciliation, to reconcile. সময়ে সময়ে, ক্ৰি. বি. কোনো সময়ক, মাজে TYCH, from time to time, at in- tervals. সমৰ, স. শ. {সং. সম---সং, উপস. + ঋ, গতি কৰ) যুদ্ধ, ৰণ, var, battle. সমৰৰ শৰু, যুদ্ধৰ অস্ব; এতেকে কোনো কাৰ্য্যৰ নিমিত্তে বিশেষকৈ লগা বস্তু, & weapon, something particularly necessary for some purpose, a neces- sary tool or implement. সমৰ্থ, বি. (সং. সমৰ্থ-সৎ, উপস. + অৰ্থ, যাঙ্ক্ষা কৰ) শক্তিমন্তু, পাগ, পাৰ্গত; যেনে, কাম কৰিবলৈ সমৰ্থ, able, eap- able. স. শ, শক্তি, পাৰগত; যেনে, উঠিৰৰ সমৰ্থ নাই, strength, ability, সমৰ্প, স. . (সং. সং উপস. + অৰ্প, শোধাই দি) অৰ্পণ কৰ, শোধাই দি; যেনে, প্ৰাণ সমৰ্পিলে, to make over. সমৰ্পণ, কদ, স. (সং, সমৰ্পণ-সং, উপস.+ অৰ্পণ, শোধোৱা গতাই বা শোধাই দিয়া PIET, the act of making over or delivering, সমৰ্পণয়, বি. গঙ্গই বা শোধই দিব লগীয়া, fit or proper to be made over or

delivered.

সমৰ্পিত, কৃদ. বি. গতোৱা, শোধোৱা, male over, delivered. সমল, স. শ. (সং. সম্বল, বাটৰ আহাৰ) প্ৰবাসত খাবলৈ লগাত নিয়া বস্তু; খাদ্য 76, provisions carried by one on a journey, catables. সমলয়, বি. (সং. সমলয় ---সম, সমান +লয়, গীত বাদ্যৰ মিল) মিল হৈ সুশ্ৰাব্য হোৱা; যেনে, সমলয় বাদা, latonious (said of musie). সমলীয়া, বি. প্ৰবাসত খাবলৈ বস্তু নিয়া; যেনে, সমলীয়া ভাৰী, carrying- visions for itse on a journey. 7. *. প্ৰবাসলৈ যাওঁতে গোৱা বস্তু নিয়া ভাৰী; সমল যোগাওঁতা, at:rir (১f provi- xions for s'on a journey, one wlue> supplies fauvisions, a caterer. সমষ্টি, স, শ. (সং. সমষ্টি-সং, উপস. + অস্, বিদ্যমান হ) মুঠ, অনেক অঞ্চ গোটাই একে লগ কৰা অঙ্ক, a tota}, সমস্ত, বি. (সং, সমস্ত স’, উপস. + অ, নিক্ষেপ কৰ) সকলে, আটাই; যেনে, সমস্ত লোকে, all, white. স. শ. সমূহ, সকল (বহুবচন বুজাৰৰ নিমিত্তে সং শব্দৰ পাচত লগ লাগে); যেনে, “নাৰায়ণ নাম নৰ সমস্ত প্ৰসিদ্ধ চৌৰ facra," a large number, a term affixed to a noun to denote plurality. সমস্যা, স. শ. (সং. সমস্ত --সং, পূৰ্ণ + সু, বঢ়া) বিদ্যা বুজিবৰ নিমিত্তে বাকী অংশ পূৰ কৰিবলৈ দিয়া শ্লোকৰ এভাগ, a part of a stanza given to ho completed, as a trial of skill. সমাগড়কদ, বি. (সং. সমাগত-সং+আ, উপস.+ গম্, গতি ক) আগত অহা, arrived. সমাগম, স. শ. অহাযোৱা, যাতায়াত; যেনে, সেই বাটত মাহৰ সমাগম নাই।

সাক্ষাৎ, দেখা দেখি; যেনে, সজনেৰে সমাগম হল, the act of giving and coming, an interview.