পৃষ্ঠা:হেমকোষ.pdf/৯১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তম সৰ্য্যে: +দশ, দহ) সাত অধিক দই, সতৰ, soventeen. সপ্তম, সংখ্যা (সং. সপ্তম-সপ্ত, সাত ) সাতক সখা পূৰ কৰা, seventh. (স্ত্ৰী) সপ্তমী। সপ্তমী, স. শ. { সং. সপ্তমী-সপ্তমী, ঐ। দুই পক্ষৰ সাত সংখ্যাৰ তিথি, the seventh lunar day. সপ্তৰ্ষিমণ্ডল, স. শ. {সং. সপ্তৰ্ষিমণ্ডল-- সপ্ত, সাত+ঋষি, মুনি--সপ্তৰ্ষি + মণ্ডল, সমূহ) সাতোটা তৰা থকা এজাক কুকুৰ বাহী তৰা; সেই সাতোটা তৰা সাত জনা ঋশি বুলি খ্যাত; যেনে, মৰীচি, অত্ৰি, অঙ্গি, পুলস্তা, পুলহ, কভু আৰু বশিষ্ঠ, the constellation treat major. সপ্তাহ, স. শ. (সং. সপ্তাহ-:-সপ্ত, সাত+ অহ, দিন) সাত দিন; ঘাইকৈ ৰবিৰ পৰা শনিলৈ সাত দিন, a week. সপ্তাহী, স. শ. (সং. সপ্তাহিন-সপ্তাহ। ই) প্ৰতি সাত দিনত অধিকাৰক কোনো কথা জনোৱা কাকত, a weekly report. সপ্ৰমাণ, বি. (সং. সপ্ৰমাণ-স, সৈতে+ প্ৰমাণ, সঁচা বুজাবৰ উপায় প্ৰমাণ থকা, সঁচা বুলি নিশ্চিত হোৱা, proved, established. সফল, বি. (সং, সফলস, সৈতে + ফল, গুটি ) ফলমুক্ত, গুটি থকা বা ধৰা; যেনে, সফল গছ; সাৰ্থক, সিদ্ধ হোৱা, লাভ- জনক; যেনে, পৰিশ্ৰম সফল হল, bear- ing fruit, fruitful, successful, prolit- able. স, বি. স. {সং. সঞ্জ, সকলো সকলে, আটাই, সমস্ত, all, সবংশে, ক্ৰি. বি. (সং. সংশ, বংশ থক।) বংশে সৈতে, জ্ঞাতি কুটুমে সৈতে, with race and family. সব, বি. (সং. সবল -স, সৈতে+বল, শক্তি) বলযুক্ত,বলী; যেনে, সবল মানুহ; সাৰুৱা, অধিক শস্য উৎপন্ন কৰা; যেনে, 790 976, strong, poperful, fertile. সহ, বি. সবাহ সমন্ধীয়, সবাহৰ; যেনে, সবহুৱা পিঠা গুড়ি, relating to a public worship , সবান্ধৱে, ক্ৰি. বি. (সং. সবান্ধৱ, বান্ধৱযুক্ত। বন্ধু বান্ধৱ সমন্বিতে, মিতিৰ কুটুমে সৈতে, with friends and relations. সবাহ, স, শ, (সং. সভা, সমাজ ) অনেক লোক গোট খাই কৰা হৰিকীৰ্ত্তন, অনেকে নৈবেদ্য আদি দি লোৱা বিষ্ণুৰ নাম, public worsluip of l'ishnu. সবিনয়, বি. (সং. সবিনয়--স, সৈতে+ বিনয়, নম্ৰতা) নৰে যুক্ত, নমৰে সৈতে; যেনে, সবিনয় নিবেদন, humble, respectful. সবিশে, বি. (সং. সবিশেষ “স, সৈতে+ বিশেষ, বাল্য বিবৰণ ) বাহুল্য বিবৰণ: যুক্ত, সকলো কথা ভাঙ্গি কোৱা; যেনে, সবিশেষ সম্বাদ, detailed, with all particulars. , সব্যসাচী, স. শ. (সং. সব্যসাচি-সৱ, বাওঁ+সছ, যুক্ত হ; বাওঁ হাততো বড় যুক্ত হয়, অৰ্থাৎ বাওঁ হাতেৰেও কাড় মাৰে, এতেকে) অৰ্জুন, a name of Arjuna. সৱ সৰু, বি. (অং সৰ, সকলো+ সৰু, ক্ষুদ্ৰ, কনিষ্ঠ } সকলোতকৈ সৰু বা ক্ষুদ্ৰ; সক- লোতকৈ কনিষ্ঠ বা পাচতীয়া, smallest, youngest. সভয়, বি. (সং. সয়--স, সৈতে+ ভয়, সংশয় ) ভয়যুক্ত, ভয় থকা, ভয় কৰা, fearful, afraidł. সভা, স, শ, { সৎ, সভা-, একে লগে + ভা, শোভ ক) সমাজ, কোনো কাৰ্য্য কৰিবৰ নিমিত্তে লগ বন্ধা লোকসমূহ। 049, an association, an assembly, a club, a meeting, a committee. সভাপতি, স. শ. (সং. সভাপঙিসভা, ঐ+ পতি, স্বামী) সৰ ঘাই সমজুৱা, সমজুৱাবিলাকৰ মুৰ, a president, a chairman. সৰ্যে, ক্ৰি. বি. (সং. সভাৰ্য্য, ভাৰ্য্যা- যুক্ত। ভাৰ্য্যাৰে সৈতে; যেনে, “সৰ্ষে