পৃষ্ঠা:হেমকোষ.pdf/৯১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্ত সন্নিপা ওচৰলৈ, সমীপলৈ, ফাললৈ; যেনে, “ভিন্ন ভৈল বুদ্ধি মোৰ বিষ্ণু সন্নিধানে" near, towards. সন্নিপা, স. শ. (সং. সন্নিপাত-সং+নি, উপস. +পতৃ, পৰ; তিনি ধাতু একত্ৰে পৰে, এতেকে। বায়ু, পিত্ত, কফ, এই তিনি ধাতুৰ বিকাৰৰ পৰা হোৱা পীড়া, ত্ৰিদোষ, disorder of the three humours of the body. সন্নিবিষ্ট, কৃ. বি. (সং. সন্নিৱিষ্ট-সং+ নি, উপস. + ৱিশ, সোমা) প্ৰবিষ্ট, প্ৰবেশ

    • 1, cat, entered into, intro-

duced. সন্নিহি, বি. { সং. সন্নিহিতসং, উপস. + নিহিত, স্থাপিত) নিকটবৰ্তী, ওচৰৰ, ওচ ৰত থকা, proximate, leaf. সন্ন্যা, স. শ. (সং. সন্ন্যাস-সং, উপস, + ন্যাস, ভাগ। সংসাৰৰ সুখ এৰি ঈশ্বৰত মন সৎযোগ কৰণ, বৈৰাগ্য, abandon- ment of worldly pursuits and possessions, অসমীয়াত “সনা” এনেও হয়। সন্ন্যাসী, স. শ. {সং. সন্ন্যাসিন—সন্ন্যাস + ইন্) বৈৰাগী, সংসাৰৰ সুখ এৰি ঈশ্বৰ মন লগোৱা আৰু ভিক্ষা কৰি খোৱা atge, an ascetic, a religious men- dicant, অসমীয়াত “সন্যাসী। এনেও মান, সম) সমম, সৎকাৰ, honour, veneration, respect. সন্সননি, স, শ, সন্ স শব্দ, ধৰখৰণি, a rustling sound. সমনা, অ. ধা স স শব্দ ক, ভালো মান এৰিৰ বা পাটৰ পলুৱে পাত খোৱাৰ বা পাতৰ মাজত বগাই ফুৰাৰ দৰে শব্দ কৰ, to rustle. সপতা, স. শ. দা কটাৰী আদিৰ চহা মেলা to, a fair or crack in the blade of a cutting instrument. সপৰিবাৰে, ক্ৰি. বি. (সং. সপৰিবাৰ, সপৰিয়ালে, পৰিবাযুক্ত। পৰিয়ালে সৈতে, লঙিনোতা আৰু আন পোষ্য- বিলাকেৰে একে লগে, with family and dependauts. সপক্ষ, বি. (সং. সপক্ষ, আপোনাৰ হিত) আপোনাৰ ফলীয়া, কোমোৰ লগ লোৰ বা হিত; যেনে, আমাৰ সপক্ষ মানুহ, siding with, friendly. সপিণ্ডীকৰণু, স. শ. মৃতকৰ বছৰেকীয়া শৰাধত তেওঁৰ পিও পিতৃবিলাকৰ পিণ্ডৰ লগ লগাই দুইকো এক লগ কৰা কাৰ্য, প্ৰথম সাম্বৎসৰিক, the invest- ing of a person with the rights of relationship as connected with offering the funeral cake. (Carey). সপুত্ৰ, বি. {সং. সপুকস, সৈতে+ পুত্ৰ, লৰা) পুত্ৰৱন্ত, লৰা থকা, সন্তান- যুক্ত, having a male child. সপুত্ৰবান্ধৰে, ক্ৰি. বি. {সং. সপুবান্ধৱ, পুত্ৰবান্ধৱযুক্ত ) লৰা, ছোৱালী আৰু মিতিৰ কুটুমে সৈতে, with friends and family. সপোৰ, স. শ. (সৎ, স্বপ্ন, সমাজিক জাগি থকাৰ পৰে টোপনীত কোনো কাৰ্য কৰা বা বন্ধ দেখা যেন বোধ, সমাজিক, a dream. সপ্ত, সংখ্যা (সং. সপ্ত, সাত সাত, seven, সপ্ততি, সংখ্যা সাত দহ, সতৰি, seventy.. সপ্তদশ, সখা, (সৎ সাশ, সান্ত > সম্ম, বি. (সং. সম্মত-শং, উপস.+মন, ইচ্ছা ক) মান্তি, সৈমান হোৰা; যেনে, যাবলৈ সম্মত হৈছে; মিলা, ভাল বোলা, মত দিয়া; যেনে, এই কথা শাৰ সম্মত e, agreed, conformable to, in accord with. সম্মতি, স. শ. {সং. সম্মতি) ইচ্ছা, বাঙ্গা, স্বীকাৰ; যেনে, বিয়াত কন্যাৰ সম্মতি লাগে; অসুজা, অনুমতি, ব্যৱস্থা; যেনে, পণ্ডিতৰ সন্মতি লৈ বিয়া পাতিছে, desire, wislı or assent, permission, appro- bation.. স, স, শ, (সৎ, সান-সৎ, উপ+