পৃষ্ঠা:হেমকোষ.pdf/৯১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাহাৰী b> > সৰিধানে দি বৃদ্ধি কৰ) আশঙ্কা, অনিশ্চয়তা, সংশয়, doubt, uncertainty, sus- picion. . সদ্ধান্, স. শ. (স. সন্ধান—সং, উপস+ ধা, ধৰ) ধেনুত কাড় জুৰি কৰা লক্ষ; যেনে, অব্যৰ্থ সন্ধান, tle act of aiming thurity, , সন্ধি, স. শ. (সং. সন্ধি-সং, উপস.+ধ, ধৰ জোৰা, মিল; নিৰ্ব্বন্ধ, দুই ৰজাই মিলেৰে থাকিবৰ নিমিত্তে কৰা নিয়ম; ভাল শুনাবৰ কাৰণ কৰা দুই শব্দৰ মিলন ( 9144.), union, junction, a joint, it treaty of peace, 'euphonious combination of two words. সন্ধুক্ষ, বি. মূচ্ছিত বা বিজ্ঞান হোৱাৰ পৰা পুনৰ জ্ঞান পোল, ( come to one's self. সন্ধ্য,। ( সৎ, সৈন্ধব, সন্ধাকোণ, এবিধ লোণ ) এবিধ আকৰত হোৱা ডুপৰীয়া লোণ, rock- সস্তাপ, ঐ+ দায়ক, দিয়া) শোক দিয়া, মনৰ দুখ জমোৱ, ausing mental affliction or pain. সস্তাপ-হাৰী, বি. সস্তাপ হৰণ কৰা, সুখ শোক গুচোৱা, মনত সন্তোষ দিয়া, consoling, giving consolation, (*) 7&ty- হাৰিণী। সস্তাপিতৃ, কদ, বি. সস্তাপ-পোৱা, বেজাৰ পোৱা, ভাপিত; তাপৰ পৰা দুঃখ পোবা, afflicted, sorrowing, suffering from licat. সন্তুষ্ট, কৃদ. বি. (সং. সন্তুষ্ট-সং, উপ+ তু, সন্তোষ দি) সন্তোষ পোৱা, তুষ্ট ge; Sta Contal, gratilied, pleascl. সন্তুষ্টতা, গু. শ. সন্তুষ্ট হোৱা অৱস্থা, সন্তোষ, pleasure, satisfaction. সন্তা, স. শ. (স.) আনন্দ, হৰ্ষ, আল্লাদ; sfet, joy, pleasure, satisfaction. সন্তোষিত, কদ, বি. আদিত, হৃষ্ট, ৰ (47431; et, pleased, gratified. সন্তোষজন, বি, আনন্দ-জোৱা, আঙ্কা- দিত কৰা, ৰং লগোৰ, সন্তুষ্ট কৰাৰ্ণ্য, pleasing, satisfactory. সন্দিকৈ, স. শ. ওপৰৰ শ্ৰেণীৰ আহমবিলাকৰ চাৰি ফৈদৰ শেষৰ ফৈদ; যেনে, দুৱৰা, দিহিঙ্গীয়া, লাহন, সন্দিকৈ, one of the four priucipal clans of the Ahaus. সন্দিগ্ধ, ৰূদ, বি. (সং. সন্দিগ্ধ-সং, উপস:+ দিহ, বৃদ্ধি ক) আশঙ্কাযুক্ত, সন্দেহ লগা, doubtful, liaving a doubt. সন্দেশ, স. শ. (সৎ, সন্দেশ-সৎ উপস, + দিশ, দেখা} বাৰ্তা, সমাচাৰ, news, tidings, , সন্দেশ, স, শ, (বং সন্দেশ, মণ্ডা } চেনি আৰু নাৰ কৰা এবিধ লাৰু, মা; এতেকে হাত ভেটী; যেনে, ব্ৰাণে . বোল যি পিৰা সন্দেশ আনি দিয়া

  • ," a kind of sweetmeat,

a small present made to a gentle man at an interview. সলে, সু. শ. (সৎ সন্দেহ-সং, উপস. + aalt. সন্ধ্যা, স, শ, (সং. সন্ধা-সন্ধি, জোৰা) সময়ৰ জোৰা; যেনে, বেলি ওলাবৰ সময়, দুপৰীয়া আৰু বেলি মাৰ যাবৰ সময়; ঘাইকৈ গধূলি সময়; যেনে, বহি থাকো- তেই সন্ধ্যা হল; সেই তিনি কালত কৰা দেৱতাৰ উপাসনা, the twilight of morning and eveuing, the noon, especially the evening, a religious ceremony perforniel at morning, evening and noon. সন্ধ্যা সেৱা, স. শ. সন্ধ্যা সময়ত কৰা দেৱতাৰ

      • , prayer offered at morning,

evening or nuon. সম্নাহ, স. শ. (সৎ, সাহস, উপস.+ নহ, বান্ধ) জাখৰ, ৰণুৱাৰ কৱচ, an বৰ Armour. সন্নিক, স. শ. (সং. সন্নিকৰ্ষ-সং+নি, উপস.+, টা) ওচৰ, সমীপ, proxi- mity. সন্নিধানে, ক্ৰি. বি. (সং, সন্নিধান, ওচৰ)