পৃষ্ঠা:হেমকোষ.pdf/৯১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মঙ্গল, সদায় মঙ্গলময়। মহাদেৱ, শিৱ, Siva, the last person of the Hindu triade. সদৃশ, বি. (সং. সদৃশ, সমান+ দৃশ, দেখ; সমান দেখা) ভুল, নিচিনা, একে আকৃভিৰ, like, similar. সদৃশতা, স. শ. সাদৃশ্য, একে গঢ়ৰ হোৱা গুণ 71 rei, resemblance. সদৌ, বি. সকলো, সমুদায়; যেনে, সদৌ মিছা, all, সছি, স. শ. {স’ সম্পতি-সৎ, উত্তম। গতি, মুক্তি) আত্মাৰ উদ্ধাৰ, মুক্তি; সুখ, salvation, felicity. সন্ত্ৰণ, স. শ(স’, সদৃণ—স, ভাল + গুণ, বিদ্যা আদি। ভাল গুণ, good quality. সম্ভাৱ, স. শ. (সং, সম্ভাব-সৎ, উত্তম। ভাৱ, বোধ } মিল, প্ৰীতি, ভাল পোৱা, kindly feeling, friendship. সদ্য, ক্ৰি. বি. (সং. সদ্য-সম্, একে+ অহ, দিন) সম্প্ৰতি, আজি, এতিয়া, to-lay, now, at present. সদ্যে, “স্যঃ” শব্দৰ অপভ্ৰংশ। সদ্যোজা, বি. {সং. সদ্যোজাত সদ্য, এছিয়া+জাত, পা পোনে পোনে ওপা, নকৈ জন্মা, just to, lev- boru. সধৰ্মী, বি. (সং. সধৰ্শিন,—স, সমান + ধশ্মি, ধৰ্ম্মত প্ৰবৰ্তা} একে ধৰ্ম্মত প্ৰবৰ্ত; একে গুণ থকা, following tle same reli- gion, possessing an equal property or quality. স. শ. একে ধৰ্ম্মত প্ৰৰ্ত্তা cate, a co-religionist. সধৰ্মিণ, স. শ. { স. সধৰ্ম্মিন্ শব্দৰ স্ত্ৰীলিঙ্গ) ভাৰ্য্যা, a wife, সধৱা, বি. (সং, সধৱাস, সৈতে+ধৰ, স্বামী) আয়তী, স্বামী থকা; যেনে, সধৱা fetatay, having a husband. 77. *. myynt o feratet, a woman having a living husband. সধা, শ, ষ, স, সাধু, সিদ্ধ কৰ ইত্যাদি) আনৰ দ্বাৰা সি কৰ; লোকৰ ৰা সন্তা-দায়ক। ধাৰৰ ধন খ; যেনে, মৌজাঙ্গাৰে খাজনা, সধায়; কামত লগ বা শিকা {জত খাটে); যেনে, হাজী বা ঘোঁৰা mutate, to cause to be acomplished, to cause to be asked for, as money due, to break in, to train (said of all animal}. . স, শ, চাৰি জনা ঋষি, সনত-কুমাৰ, তেওঁবিলাক ব্ৰহ্মাৰ পুঞ্জ, সনন্দ, আৰু জনলোকত বাস। সনাতন, কৰে, the four soJs of Bralıma, wlio are said to inhabit Junaloka. (Dowson). সনাতন, স, শ. (সং, সনাতন-সা, সদায় ) চিৰস্থায়ী, সদায় থকা; প্ৰাচী, পুৰণি; যেনে, সনাতন ধৰ্ম্ম, eternal, perpetual, alicient. স. শ. বিষ্ণু; শিৱ; ব্ৰহ্মা, Fishnu, Siva, Brahma, () atua! সন্ত, স, শ, (সং. “সং" শব্দৰ বহুবচনৰ পদ } সাধু, ধাম্মিক লেক, লোভ মোহ আদিৰ বাহিৰ লোক; যেনে, সপ্তৰ সঙ্গত সুবা- Tary, a pious or virtuous person, f. ধৰ্ষিক, সভ্য; যেনে, সপ্ত virtuous, pious. সস্তনি, স. শ. (সং. সন্ততি-সম, সমান +তি, প্ৰতায় সন্তান লৰা বা ছোৱালী, বংশ, offspring, progeny, a chilel. সৰ্পণ, ক. স. (সং. সন্তৰ্পণ-সং, সন্তৰ্পণা, উপস.+তৃপ, সন্তুষ্ট ক) তৃপ্তি দান, খুৱাই বুৱাই সন্তুষ্ট কৰা কাৰ্য্য, the act of gratifying . সন্তান, স. শ. (সং. সন্তান-সং, উপস.+ তন, বিস্তৃত কৰু; বংশ বঢ়ায়, এজেকে। লৰা বা ছোৱালী, পো বা জী, a child, a son or daughter. সম্ভাহীন, বি, সন্তান নথকা, লৰা বা Cotatoit art, childless: সস্তাপ, গ. শ. (সং. সন্তাপ-সং, উপস,+ তপু, দুঃখিত হ} মনৰ দুখ, শোক, জোৰ, mental pain, sorrow. সাপ-দায়কৃ, বি. {স. সস্তাপদায়ক