পৃষ্ঠা:হেমকোষ.pdf/৯১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সত্যভ্ৰষ্ট। bly সদাশিৱ সত্য, বি. (সং. সত্যাশ্ৰষ্ট-সত্য+ষ্ট, পতিত) সত্য এৰা, সভ্য ৰক্ষা নকৰা, অঙ্গীকাৰ নৰখা, not adhering to truth or a promise. সভ্যযুগ, স. শ. (সং. সাযুগ-সত্য, যথাৰ্থ। যুগ, কালৰ এক ভাগ। প্ৰথম যুগ, এই যুগত মানুহৰ পাপ নাছিল, সকলো লোক সত্যবাদী আৰু ধাৰ্মিক আছিল, তাৰ বসৰ সংখ্যা ১৭,২৮০৫০, the first yuga or "golden be" comprising 17,28,000 years. সত, বি. { সৎ, সত্য, সঁচা+ৰত, অনুৰক্ত। সত্যৰ অনুৰক্ত, সত্যক ভাগ নকৰা, অক পটী, sincere, truthful. সত্যলোক, স, শ, (সং. সত্যলোক—সত্য, সঁচা +লোক, জগৎ} সত্য পৰ্গৰ নিচেই ওপৰৰ খান স্বৰ্গ আৰু ব্ৰহ্মাৰ নিবাসৰ 3, the uppermost of the seven regions above. সত্য-সন্ধ, বি. (সং. সত্যসন্ধ—সত্য, সঁচা+ সৎ, উপস. +ধা, ধৰ) সত্যক ধৰি থকা, সত্যৰ পৰা এই নোহোৱা, সত্যক নেৰা, 70191874, adhering to the truth. সত্য-সেৱা, স. শ. (সং. সত্য, সত্য-নাৰায়ণ + সেৱা, উপাসনা) সত্যনাৰায়ণৰ উপাসনা, সন্ধ্যা সময়ত কৰা বিষ্ণুৰ পূজাবিশেষ, a ceremony performed of an even- ing in honor of Vishnu. . সত্যে, ক্ৰি. বি. স্বৰূপে, নিশ্চয়ে, ধৰ্ম্মত ( *tet catay T ), truly, really, by Cod (a term of asseveration). সত্ৰ, স, শ, ‘সক্স” শব্দৰ অপভ্ৰংশ; ই অশুদ্ধ। সঙ্গ, স. শ. (সং. সত্ত্ব, সাৰ ভাগ) সাৰ ভাগ, সস, অ. . বহু কথা ক, to talk niuch. সসৰ্ব, স. শ. (সং. স্বত্বসৰ্বস্ব; স্বত্ব, অধি- কাৰ + সৰ্বস্ব, সকলো সম্পত্তি কোনো লোকৰ সকলো আধিপড় আৰু ধনবস্তু, all one's rights, and possessions. সদ, স. শ. {সং, সদন-~-স, গতি কৰ, ঘৰলৈ সকলো যায়, এতেকে। ঘৰ, গৃহ, a honse, residence. সদয়, বি. (সং, সদয়-স, সৈতে + দয়া, কৃপা) দয়াযুক্ত, কপালু, মৰমিয়াল, kind. সদৰী, বি. ( যা. চদৰ, ঘাই শাসনকৰ্তা। সদৰত থকা; যেনে, সদৰী লোক; প্ৰকাশিত, ব্যক্ত, জনা শুনা; যেনে, এই কথা সদৰী হল, living in the metropolis, public, known. সদাই, “সদায়” চোৱা। সদাকা, স. শ. {সং. সদকাল—সদা, সকলো সময় +কাল, সময়) সৰ্ব্বতি কাল, all time, eternity. সদাগৰ, স. শ. (যাং. সৌদাগ, বেপাৰী। ডাঙ্গৰ বেপাৰী, সাউদ, a levehant. সদাগৰী, বি. সদাগৰৰ, সদাগৰ সম্বন্ধীয়, belonging ur relating to a merchant. সদাচাৰ, স. শ. ( সং. সদাচাৰ-সৎ, উত্তম +আগৰ, আচৰণ) মজ আচাৰ; আচৰণ, শুচি অশুচিৰ বিচাৰ কৰি কৰা arasta, good or virtuous conduct. সদাচাৰী, বি. (সং. সদাচাৰি; সদাচাৰ + ইন্} সদাচাৰত প্ৰবা, শুচি ব্যৱহাৰ

  • 21, virtuous, well conducted.

সদানন্দ, বি. (সং. সদানন্দ-সদা, সদায় আনন্দ, ৰ) সদায় আনন্দযুক্ত, আনন্দ- ময়, সদায় আনন্দিত, always joyful, ever joyous. সদায়, ক্ৰি. বি. (সদা, সকলো সময়) সৰ্বদা, সকলো সময়ত, always, সদা-সৰ্বদা, ক্ৰি. বি. সদায়, ওৰেও, সকলে সময়ত, ছেদ ভেদ নোহোৱাকৈ, always, সদাশিৱ, স, শ, (সং. শিৱদা+শিৱ, esseuce. ত্বৰে, ক্ৰি. বি. (সং. সত্বৰ, শী) শস্ত্ৰে, সোদকালে, বেগতে, quickly, without delay. সৎসৎসৰ্গ, স. শ. (সৎ, সৎসংসৰ্গ-সৎ, সাধু+ সংসৰ্গ, সঙ্গ) সাধুৰ সল, সজ লোক 1977, association with honest and virtuous persons.