পৃষ্ঠা:হেমকোষ.pdf/৯১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সতী যা সত্যঙ্গামা। was সত্ব, স. শ. (সং. সত্ব-সৎ, উত্তম) তিনি গুণৰ এক গুণ, এই গুণৰ ৰা মানুহ ধাম্মিক, নম্ৰ আৰু শান্ত হয়, one of the three properties or inherent quali- ties of man, which renders the person in whom it resides virtuous, gentle and honest. ‘সত্ব গুণ” এনেও again married Umá, who identical with his (Sira's) former spouse." The authorities gener- ally agree that she died or killed herself in consequence of the quarrel between her husband and father, and the Kari Khanda, a modern work, represents that she entered the fire and became a Snti. (Dowson . সতী যা, মৰা গামীৰ চিত্ৰত প্ৰাণ এৰ, ti buru one's self with the corpse of one's husband. সতীৰ্থ, স, শ, {সং, সতীৰ্থ - লগ + তীৰ্থ, গুৰু } একে গুৰুৰ শিষ্য, of1595, a fellow-disciple. সতী, ও, শ, সতীৰ ধৰ্ম বা গুণ, chastity of a woman. সকৰ্ম্ম, স. শ(সং. সৎকৰ্ম্ম-সৎ, ভাল। কৰ্ম, কাম) গল কাম, ধৰ্ম্ম কৃতা, পুণ্য, a pious or virtuous act. সথকাৰ, স, শ, (সং, সকাৰ—সৎ, উত্তম। কৃ, কৰ) সম্মান, সম, আদৰ, respect, civility. সা, গু শ, (সং. সসৎ, অবিনাশ। বৰ্তমান থকা অৱস্থা, স্থিতি; যেনে, মান্তিকে ঈশ্বৰৰ সত্তা নেমানে, existence, being. স, ম. শ. (সং. সৎ, ধাৰ্মিক লোক + ত্ৰৈ, উমাৰ কৰ; সন্ত সকলক গ্ৰাণ কৰে, এতেকে। গোৰ্সাই ভকতৰ নিবাসৰ ঠাই, মহস্তু সকলৰ ঘৰ, a religious instita- tion in Assam, a monastery. সত্ৰাধিকাৰী স. শ, সন্ত্ৰৰ অধিকাৰ বা সত্ৰাধিকাৰী, খাই মহন্ত, the head of a religious institution, a head monk. সঞ্জীয়া, বি. সত্ৰৰ, সন্ত্ৰ সম্বন্ধীয়,!ertaining to a Saftra. 7. 4. PIRY সুৰ অধিকাৰ মহন্ত, the head of a Sattra c.f. the "Bura Satiriya" who is the head of the Barpeta temple. সৎপথ, স. শ. (সং. সৎপথ-সৎ, উত্তম। পথ, বাট) উত্তম পথ বা বাট; সঞ্জ আচৰণ; যেনে, সৎপথত প্ৰবৰ্তিা, a goudi rond, virtuous conduct. সত্য, বি. (সং, সভা-সৎ, অবিনষ্ট; প্ৰাং, সচ্চ; হিং, সচ্চা; বং, সঁচা, সঁচা ) সচা, যথাৰ্থ, স্বৰূপ, true, real, স, শ, সঁচা কখ; যেনে, সত্য কোৱা উচিত; সজ আচৰণ, ধৰ্ম্মপথ; যেনে, সত্য থাকিলে একো ভয় নাই; নিশ্চিত বা পৰীক্ষাৰ দ্বাৰা, স্থিৰ হোৱা বিষয়; যেনে, জ্যোতি- যৰ সত্যবিলাক পুৰাণত কম; প্ৰথম যুগ, virtuous conduct, honcsty, a de- monstrated conclusion, a verified fact, the first or golden age. ৪. শ. যথাৰ্থতা, সঁচা, truth, reality, , সভ্যনাৰায়ণ, স, শ, (সং. সত্যনাৰায়ণ-- সতা, অবিনাশ+ নাৰায়ণ, বিষ্ণু) বিষ্ণু, , Vishuu, God. সত্যবক্তা, বি. (সৎ, সভাৱক্তৃ~-সত্য, সঁচা+ , ক) সত্যবাদী, সঁচা কোৱা, truthful. স, শ, সঁচা কওঁ, a man who speaks the truth. (স্ত্ৰী) বি. শ. শ. সত্যৰঞ্জী। সত্যবাদিতা, গু. শ. (সং. সত্যৱাদি, সঁচা কোৱা) সঁচা কোৱা গুণ বা স্বভাৱ, truth- fulness. সত্যবাদী, বি. (সৎ, সত্যদিন - সত্য, সঁচা + ৱাদি, কোৱা সঁচা কোৱা, truthful. 7. 84. 15l put, a truthful man. (স্ত্ৰী) বি. স. শ. সত্যবাদিনী। সত্যভামা, স. শ. কৃষ্ণৰ এজনা গৰ্যা, one. of the wives of Krishna,