পৃষ্ঠা:হেমকোষ.pdf/৯১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাহু ৭ সতী cumulated, said of money, &c., chronic সঙ্কা, স, শ, {সং, সঞ্জাত, জন্ম বিশ্বাস, সঁজাত পতিয়ন, trust, belief. সটু, স, শ, {সং. সটা, চৰাইৰ জ) চৰাইৰ জৰ নিচিনা ফুল ধৰা এবিধ পানীৰ বন, তাৰ পৰা খাৰ কৰা যায়, a kind of aquatic plant, from whiich an alkali is made. সটৰাই, ক্ৰি. বি. (সং. সত্বৰ, শীঘ্ৰ ) শীদ্ৰে, সোনকালে, বেগতে, quickly, readily. সটী বি. (সং. সটীক—স, সৈতে+ টীকা, টিপনী) টিপনী থকা, ব্যাথাযুক্ত; টীকাৰে সৈতে; যেনে, সটীক গীতা, accompanied by a commentary, alinotated. সটু-খাৰু, স, শ, { অং. সট, এবিধ পানীৰ বন+খাৰ, চোল ছাই। সব পৰা কৰা

  • 72, the alkali or wtaslı obtainer

from a kind of aquatic plant. সঠিক, বি. (বং সঠিক—স, সৈতে+ ঠিক, for b) faksy, certain, exact. সঠিককৈ, ক্ৰি. বি. নিশ্চয়ৰূপে, with ter- tainty. সঞ্চালনি,। বি. (সং. সটু, ব্যক্ত ক) সঞ্চালনীয়া, বাক্ত, সকলোৱে জনা শুনা, 773 591, published, known to all. স, স. শ. (সং. সত্ত্ব, শাৰ ভাগ) চন্দন কাঠৰ পৰা কৰা এবিধ সুগন্ধি বস্তু; মাটিৰ ৰস বা সাৰ; যেনে, সত নখকা মাটি, a kind of perfume, moisture of soil. সত্ যা, ইচ্ছা হ; যেনে, ঘৰচীয়া জন্তু মাৰি। বলৈ সত্ নেযায়, ধন ভাঙ্গিবলৈ ৰূপণৰ সতু যায় নে, to desire, to wish, সৎ, বি. (সং• সৎ-অস্, বৰ্তমান থাক। অবিনাশ; সপ্ত, সাধু, ধাৰ্মিক, ever- existing, virtuous, honest. সতে, ক্ৰি. বি. (সং. সতত, সদায় } সদায়; সকলো সমভ, always. সন্তৰ, সংখ্যা: (সং. সপ্তদশ, সাত আৰু দহ) সাত অধিক দহ, seventeen, সতৰি, সংখ্যা. {সং. সপ্ততি, তিনি কুৰি দহ। তিনি কুৰি দহ, seventy. সতী, স. শ. (অং. সত্ সতা, অধিককৈ কথা ক) অধিক কথা কোৱা তিৰোতা, কথকী তিৰী, a talkative woman. সতৰ্ক, বি. (অং. স, সৈতে+তৰ্ক, মন বা দেখু) সাৱধান, তভোৱাল, কি ঘটে দেখিবৰ নিমিত্তে মনোযোগী হৈ থকা, careful, cautious. সতিনী, স. শ. (সং, সপত্নী, স্বামীৰ অন্য ভাৰ্য্যা) এজন স্বামীৰ দুই বা অধিক ভাৰ্যাৰ এজন আন এজনাৰ সতিনীয়েক, a woman whose husband lias more than one wife. সতিনীয়াহ, স. শ. সতিনীৰ নিচিনা বিৰোধ, বৰ অমিল; যেনে, মাছেৰে সৈতে অমু- কৰ সতিনীয়াহ, a great dislike. সতিয়ৈ, বি, সতিনীৰূপ, সঙ্গিনী হোৱা; যেনে, সতিয়ৈ মাকে লৰাক ভাল নেপায়; সতিনীৰ সমীৰ অন্য ভাৰ্য্যাৰ; যেনে, syfety 1914, belonging to another wife of the same liusband. সতি সন্ততি, স, শ, (অ, সতি, অনুৰূ, + সতি সন্তান, সং. সন্ততি, সন্তান, লৰা বা ছোৱালী) লৰা-ছোৱালী, পো-নাতি, নাতি পুতি, offspring, progeny, race. সতী, বি. { স”, “স” শব্দৰ ৰীলিঙ্গ) পতি- ব্ৰত, নিজ স্বামীত বাজে আনক নতজা, chaste. (Fem.). 1. st. . { .). সশ. আপোন স্বামী বাজে আনক নতজা তিৰোতা, পতিব্ৰতা ভী; দক্ষৰ জীয়েক, সদাশিৱৰ ভাৰ্য্যা, a chaste woman. the daughter of Daksha and wife of Rudra, i.e., Siva. The Vishnu Purana states that she "abandoned her body in consequence of the anger of Dakshu. slie , then became the daughter of Himarat and Mena; and the divine. Bhava Sati wa