পৃষ্ঠা:হেমকোষ.pdf/৯০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সংহৰণ “উদ্ধাৰিলা পৃথিবী দৈত্যক সংহৰি, to destroy. সংহৰণ, কৃ. স. {সং. সংহৰণসং, উপস, +, হৰণ কৰ) নাশ কৰণ, ধ্বংস কৰণ, the act of destroying. সংহৰ ক, সংশয় নষ্ট কৰি বা নিশষকৈ উক্তি কৰ; যেনে, এই কথা মই সংহৰি কৰ Cateci, w speak with certainty. সংহাৰ, স, শ, নাশ, ধ্বংস, destruction, স, ধা- নাশ কৰ, ধ্বংস কৰ, to clestr6y. সংহাৰ, স. শ. (স.) নাশ কৰোতা, মাৰে, a destroyer. সংহিতা, স. শ. {সং. সংহিতা-সং, উপস, + ধা, ধাৰণ কৰ) স্মৃতি-শাস্ত্ৰ, সংগ্ৰহ কৰা বিধিসমূহ, a code of Ifuz lam, law. সংক্ষিপ্ত, ক. বি. (সসংক্ষিপ্ত-সং, উপস, + ক্ষিপ, নিক্ষেপ ক) সংক্ষেপ কৰা, হ্ৰাস বা অলপ কৰা, সৰু কৰা, albridgect. সংক্ষেপ, বি. অল্প, সৰু, অলপয়া, বহুল মোহোৱা; যেনে, সংক্ষেপ বাকিৰণ, brief. সংক্ষেপকৈ, ক্ৰি. বি. অলপীয়াকৈ, সৃষ্ণেপুৰূপে, চুটিকৈ, hriefly. সঁচু, স. শ. (সং. সঞ্চয়ন, সঁচি থোৱা) খেতিৰ নিমিত্তে সাচি খোৱ গুটি আদি, কঠীয়া, বিধান; সস্তান; যেনে, চোৰৰ সঁচ সাধু নহয়, seed kept for cultiva- tion, offspring, progeny. সচা, বি, (সং. সত্য; হিং. সছ, যথাৰ্থ। স্বৰূপ, যথাৰ্থ, real, tre. স. শ স্বৰূপ কথা; যেনে, সঁচা কবা; স্বৰূপ বা উত্তম বন্ধ; যেনে, মিছা দি সঁচা নিছে, truth,

  1. real or valuable thing,

সঁচাকৈ, ক্ৰি. বি. সত্যৰূপে, truly. সঁচাৰু, স, শ, (সং, সঞ্চাৰ, লৰচৰ কৰণ; সঁচাৰ কাঠী খুৰাই মেলা বা মৰা যায়, এজেকে) পেড়া আদি মাৰিবৰ যতন; a lock. সঁচাৰ-কাঠী, স, শ, সঁচাৰত সুমাই পেড়া আদি মেলা আৰু মৰা মন, a key. সঁফুৰি আম্। সঁচা-পঁচি, বি. (অং. সঁচা, স্বৰূপ) স্বৰূপ, নিশ্চয়, মিছা বা অঠিক নোহোৱা, true, exact, certain. সঁচি-ধন, স. শ. সঁচা ধন, ৰূপৰ বা সোণৰ চলি থকা মোহ; হাতে দিয়া বা বাকী নৰখা টকা; যেনে, সঁচি ধনৰ বস্তু, eash, specie, ready money সঁচুৱা, বি. { অং সঁচ, কঠীয়া) কঠীয়ালৈ থোৱা; যেনে, সঁচুৱা গুটি; সঁচ সম্বন্ধীয়, 164, kept for sued, relating to seed. সজতুৱা, বি. ( অং সঁজা, বিশ্বাস) বিশ্বাসী, যাক বিশ্বাস কৰা যায়, trustworthy, trusteil, সঁজা, স. শ. (সং. সঞ্জাত, জন্ম) বিশ্বাস, trust, belicf. জাতী, স. শ. কোনো কথাৰ নিশ্চয় কৰিব- লৈ পঠোৱা বিশ্বাসী মানুহ, আমীন, a commissioner deputed to make a local inquiry, &c. সঁজাল, স. শ. (সং, সঞ্জনন, উৎপতি নকৈ ৰোৱা গছৰ পুলিয়ে জ্বই পৰাৰ পাচত ধৰা ঠন; যেনে, ৰোৱাই সঁজাল ধৰিছে, revival to freshness, as a newly transplanted plaut. . সজল ধৰ, ঠন ধৰ (ন-কৈ ৰোৱা গছত খাটে ), to be revived as a trans plantel plant. . সজল, স, ধা. সবল ক, নৰিয়াৰ পাচত পুনৰ ( গাত খাট); যেনে, নৰিয়াই গা সজালিছে; পুনৰায় জল (জুইত খাটে); যেনে, জুই কুৰা সঁজাল, to restore to vigour, to l'e-kindle সঁজুলি, স. শ. কামত ব্যৱহৃত সকলো প্ৰকাৰৰ ব, কোৰ, কুঠাৰ, চাচন, চৰু, কলহ, দা, যাঠী ইত্যাদি, an implement, a tool, an utensil, furniture. সঁফুৰা, স. শ. (সং. সম্পুটক, টেম) ভামোলৰ টেমা, সৰ লগোৱা কামোলৰ আধাৰ, a for for botel aut. সঁফুৰি আ, স, শ, ষ, সৰি আম, এবিধ