পৃষ্ঠা:হেমকোষ.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আঁকু আঁকা a সীবলু, হাল-বোৱাত হোৱা লেব; যেনে, Guitesa a furrow. আঁক্‌, স. শ. (সং. অঙ্ক, হিং, আঁক, চিন) আঁচ; যেনে,-~~ a line. স. ধা. চিত্ৰ কৰ, আকৃতি লিখ; যেন, খনিকৰে মূৰ্তি আঁকে, to paint, to exhibit in tintitl imagi. অ, ধা. আঁ টা, মিছামিছিকৈ লিখ; যেনে, লৰাই pars witffls, to draw a line'; to st:ri}}{৫. কুদ, স. আকেঁাত, স্ত্ৰী) আৰ্কতী। আঁক্ মচ, ইয়ুস ক্ষয় কৰ, মৰিবৰ সময় ওচৰ ঢপ, { ইয়াৰ কৰ্ত্তা যম); যেনে, অমুক 761 W14 fiy, to shorten the life, to bring death near, gif 16 99, বন্ধুত ভা; যেনে, আঁক মচি এৰিলে, to break I'vienship. আঁক, ৭. স. তাক টানন, the ut of drairing a line. আকনী, স. শ. ( অ. আঁকু, আঁচ আঁকনী মাবি, + মাৰি, কাঠী) পুথি লিখোতে আঁক টনা কাঠ, an instru- anent for drawing lines in writing a Mattuscript. আ-কৰা, দ. স. (অ. আঁ কৰ, মুখ মে) মুখমেল, x tilotter. আঁকৰা, বি. ( অ, আ, কথা কব নোৱৰা মানুহৰ মাত -কৰা, যি কৰে) স্পষ্টকৈ মাতিৰ নোৱৰা; বেঙ্গা; মূখ, nable to utter articulate sounds, tongue- ticl; stupict. স. শ. বেঙ্গা মানুহ, ফুটাই কথা কব নোৱৰা পুৰুষ, এতেকে, মূখ tas, a man umable to utter arti- ,culate sounds, a staqid man. (1) বি. স. আঁকিণী। আঁকুৰি-বগ, স. শ. (অং. আঁকোৰা, বেকা +বগ, বক্‌-চৰাই। এবিধ বেঁকা-টীয়া 70-59, a bird of the herou family, with a long crooked bill. আঁকুৰি-দা, স. শ. (অং. আঁকোৰা বেঁকা+ nafar by G) a crooked da. আঁকুহী, স. শ. (সং. আকৰ্ষণী, ব. আড়ষী, টানি অনা যতন) কুটী, কোনো বস্তুত লগাই তাক টানি অনা আগ-বেঁকা দীঘল sifa, a long stick with it look at the end used for seizing and put- ling anything. আঁকোবা, বি. (স. তাশ, হিং. আকুশ, আগ-কে অল্প } বেকা, বেঁকোৰা, coral, crooked, bent. আঁকোৰা বেঁকোৰা, বি. (অং. আঁকোৰ, ঐ +বেঁকোৰা, ঘেঁকা। অনেক ভাঁজ-যুক্ত, zigzag. আঁকোগোজী, বি. (স’:অঙ্কুশ, বেঁকা অল্প +গোজ, ঔজ লগোৱা) আঁকুহীৰ দৰে লগা, মন পুতি লগা, ধবা কথা ভাল বা বেয়া হলেও তা নেত্ব, এতেকে আবুজ; যেনে, গাকোগজি মানুহৰ মন পালটাব নোৱাৰি; বৰ কামত নেৰানেপেৰাকৈ লগ; যেনে, আঁকোগোজা tolistinately sticking to the opinion lormel whether genel or bul, ob- stinato; persevering, persisting in any business undertaken. আঁকোৰ্গোজালি, ও. শ. আঁকোগোজ স্বভাৱ, ধৰ কথাত ৰা কামত নেৰানেপেৰাকৈ লগা গুণ, lostiniley; rিseverance, the quality of persisting in any Dusiness ulertaken. আঁকোৱাল, স. শ. (স’, আকৰ্ষণ, টানন) সাবট, দুই বাহুৰ মেৰ; যেনে, আকো- ৱালে নোপাৱা মুঠা; দুই বাৰ মেৰৰ ভিতৰত যিমান ধৰে, সিমান বস্তু; যেনে, এককোৱাল খবি, a classif l the alkins, if culosit; as launch of anything as can be claspund with tle arns. স. ধ. আঁকোৱাল মাৰি ধৰ, yao na, to clasp with the arms, to embrace. আঁকা, স. শ. (অং. আঁক, আঁচ+ বাক্, অনুব্ধ ) আখৰৰ দৰে দিয়া মিছা আঁক, মাৰিব নোৱৰাকৈ লিখা আখৰ; যেনে,