পৃষ্ঠা:হেমকোষ.pdf/৮৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শীতলা মহাদেৱ + আলয়, স্বৰ) শিৱৰ মন্দিৰ, a temple of Siva. শিশিৰ, স. শ. {সং. শিশিশশ, জুপিয়া; জাৰ গুচাবৰ কাৰণে জপিওৱা যায়, এতেকে) জাৰ; হিম, নিয়ৰ; জাকালি, cold, dew, wivter. শিশিৰ কাল, স. শ, জাৰ কালি, (olkl seas8). “ঋতু" চোৱা। শিশু, স, শ, (স’, শিশু-~-শো, নষ্ট কৰ; কঢ় শব্দ) মানুহৰ সন্তান; জন্তুৰ পোৱালি, a child, a young aninui. শিশু, স. শ. {সং. শিশুক; ব- শিশু, এবিধ গছ। এবিধ সুকাঠ কাঠৰ গছ, at timber tree. Dalbergine Sixsons. (Gamble). শিশু, গু, শ, বাল্যাৰস্থ, নৰা কাল, chillood. শিশুপাল, স. শ. পূৰ্ব্ব কালত চেদি নামেৰে খাত এখন দেশৰ এজন ৰজা; তেওঁ কৃষ্ণৰ ভাগিনিয়ে আছিল, আৰু কৃষ্ণই তেওঁক মাৰে, the fait of a king wllo ruled in Central India. (See Dowson), শিষ্ট, বি. { সং. শিষ্ট—শি, শ্ৰেষ্ঠ হ} ভদ্ৰ, সন্ত, নম্ৰ, সুশীল, gentle, civil, julite, স, শ, সন্তু ৰা সুশীল লোক, সজ লোক, 779, a well-Lelaved and virtuous হোৱা) শিয়, নোমৰ দৰে থিয় হ, ভুবুৰিয়া, to stand o]) end or loe crected as the hair of the body. শিহৰি, স. শ. (সং. শিক্ষা, শিপ) ক্ষুদ্ৰ শিপা, সূতাৰ নিচিনা মিহি শিপ, পম, a fine or thin root, a rootlet. শিহা, স. শ. (সং. শিক্ষা, শিপ) নিচেই মিহি শিপা, {তাৰ দৰে, এতেকে) সৰু মিহি শলা কানি, পলী, a fine root, a routlet, thin lampwick, a fust, শিহু, স. শ. (সং. শিশুক, এবিধ পানীৰ জন্তু) পানীৰ তলৰ পৰা ওপৰলৈ জাপ মাৰি আকৌ বুৰ দিয়া এবিধ অস্ত; শুই, al porpoise. শিক্ষ, স, শ, (সং. শিক্ষক-শি, বিদyt ভাস কম ) শিকাতা, a teacher. শিক্ষ, স. শ. শিক কাৰ্য্য, বিদ্যাভ্যাস; fofa, karning, study, teaching: শিক্ষাগুৰু, স. শ. {স. শিক্ষাঙৰু-শিক্ষা, ঐ+ গুৰু, মান্থ লোক ) বিদ্যা শিকাতা, অধ্যাপক, a teacher. শিক্ষিতৃ, কদ, বি. শিকা, শিক্ষা পোব, বিদ্য। port, Icarnud, educated, trained. শী, বি. (সং. --শি, গন্ধ ল; ৰূঢ় ) বেগৱন্তু, বেগান, fuck, speedy. শীঘ্ৰগামী, বি. (সং. শীগমি – শীঘ, ঐ+ গামিন, গতি কৰা) বেগাই যোৱা, RC syft 441, going qnickly, শীতা, ও, শ, বেগ, {{ickicss. শীঘ্নে, ক্ৰি. বি.বেগাই, সোন কালে, quickly. শী, স. শ. {স, শী—শ্যৈ, গতি কৰ; ৰূঢ় ) জাৰ, esolat, শীত-ভীত, বি. (সং. শীতভীত -শীত, জাৰ+ ভীত, ভয়াতুৰ) জাৰলৈ ভয় কৰা, afraid of cold. শীতল, বি. চেঁচা; নিম, মিহি, ol, smooth. শীতলতা, ও শ. চেঁচা গুণ, coolness, শীতল, স.শ.(দাহ চাইশীল কৰে, একেকে) বসন্ত ৰোগ আৰু গুহ আদি উপশম কৰা man . শিষ্টতা, ও. শ. (স.) সজু গুণ বা আচৰণ, 728101, goud behaviour or manners, civilify. শিষ্টাচাৰ, স. শ. (সং. শিষ্টাচাৰ---শিষ্ট, শ্ৰেষ্ঠ + আচাৰ, ব্যৱহাৰ } সজ আচৰণ, Foy, fareu!, gond manners, civility, politeness. শিষ্য, স. শ. (সং. শিষ্য-শাস, উপদেশ দি} ছাতৰ, বিদ্যাৰ্থী, বিদ্যা শিকোতা; ধৰ্ম্মৰ উপদেশ লওঁতা, শিচ, a pupil, a disciple, one who receives religione instruction from another, শিহৰ, তা. বা. (বং শিহৰণ, নোম খিয়