পৃষ্ঠা:হেমকোষ.pdf/৮৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শিৱালয়। শিলাবৃষ্টি শিলাবৃষ্টি, স. শ. {স’ শিলাবৃষ্টি—শিলা, শিল + বৃষ্টি, বৰষুণ) শিল পৰা বৰষুণ, a hail storm. শিলাম, বি. শিলস্বৰূপ, শিলৰ নিচিনা; fotoca faffe, like or consisting of stone. শিলিখা, স. শ. হৰীতকী, এবিধ গছ; তাৰ eft, a kind of tree and its fruit. Terminaliu citrina. {Ciamblo). শিলিখা-মণি, স. শ. শিলিখাৰ নিচিন। দীঘলীয় সিৰ থকা এবিধ সোপৰ মণি, a kind of gold bcad. শিলীমুখ, স. শ. {সং. শিলীমুখ-শিলী, শু+ মুখ, আগ} এবিধ বৰ চোকা শৰ, at kind of very sharp arrow, শিৰ্কটীয়া, স. শ. শিল কাক্টোত, শিলা- কুটী, a stone cutter, শিল-কোমেৰাি, স. শ. এবিধ দীঘলীয়া টান (Ficarray, a kind of pumpkin. শিল-গুটি, স. শ. গছৰ গুটিৰ নিচিনা সৰু শিল, a preblile. শিল বালি, স. শ. পৰ্বতৰ ওচৰত থকা শিলৰ গুড়িৰ নিচিনা এবিধ বালি, a kind of Coarse sand found near hills. শিল্প, স. শ. (সং. শিল্প---শিল্প, নিপুণ হ) যন্ত্ৰ বা হাতেৰে সজা বা গঢ়া কাম; বাড়ৈ, দৰ্জী, সোপাৰি আদিৰ কাম, any manual or mechanical art. শিল্পকৰ, স. শ. (সং. শিল্লক---শিল্প, শিল্পকাৰ, ঐ + #, ক) যন্ত্ৰ বা হাতেবে গঢ়োত বা সাজেঁ, an artisal, a nicelanie. (স্ত্ৰী) শিল্পকাৰিণী, শিল্প- কাৰিকা। শিল্প-কৰ্ম্ম, স. শ. (সং. শিল্পকৰ্ম—শিল্প, ঐ+ কৰ্ম্ম, কাম) হাতেৰে বা যন্ত্ৰেৰে গঢ়া বা সজা কাম, বাঢ়ৈ আদিৰ কাম, handi- craft, a work of art. শিল্পবিদ্যা, স. শ. (সং. শিল্পৱিদ্য-শিল্প, ঐ + বিদ্যা, জ্ঞান ) শিল্পকৰ্মৰ জ্ঞান, mechanical or manual skill. শিল্প-শাশা, স. শ. (সং. শিল্পশালা-শিল্প, ঐ + শালা, ঘৰ) হাতেৰে ৰা যন্ত্ৰেৰে কোনো বস্তু প্ৰস্তুত কৰা ঘৰ, a work- shop, a manufactory. শিল্প-শা, স. শ(সংশিল্পশাস্ত্ৰ--শিল্প, ঐ + শাস্ত্ৰ, পুথি) শিল্পকৰ্ম্মৰ শিক্ষা দিয়া পুথি, বাঢ়ৈ খনিকৰ আদিৰ কাম শিকোৱা gifer, a treatise on a work or works o art. শিল্পী, স. শ. (সং. শিল্পিন; শিল্প + ইন্) শিল্পকৰ্ম কৰ্বোত, শিল্পকৰ, al artist, a niechanie. (a) farfait শিৱ, স. শ. { স’ শিৱ---শী, শয়ন কৰ; মহাপ্ৰলয়ত এওঁতে জগতে শয়ন কৰে, এতেক) মহাদেৱ, হিন্দুৰ তিনি জনা প্ৰধান দেৱতাৰ তৃতীয় জনা, এওঁ মহা- প্ৰলয়ত জগতক সংহাৰ কৰে, Siva, the third person of the Hindu trinity, who will destruy creation at the and of the world. শিৰ চতুৰ্দশী, স. শ. {সং. শিৱচতুৰ্দশী---শিৰ, ঐ + চতুৰ্দশী, এক ভিপি) শিৱৰাত্ৰি, মাঘৰ শেষ বা ফাগুনৰ আদিতে হোৱা কৃষ্ণ চতুৰ্দশী। সেই দিনা নিৰাৰে আৰু উজাগৰে থাকি শিবপূজা কৰিলে অক্ষয় Jan 63, a day of fast observed in louor of Siva in the latter end of Jagh or beginning of Pulgur. শিৱৰাত্ৰি, স, শ, শিৱ-চতুৰ্দশী। সেই শব্দ চোৱা। শিৱলিঙ্গ, স. শ. (সং. শিৱলিঙ্গ ---শিৰ, মহাদেৰ + লিঙ্গ, পুৰুষৰ অঙ্গ; শিৱৰ লিঙ্গ) পূজা কবিবৰ নিমিত্তে লিঙ্গৰ দৰে সঞ্জা শিৱৰ মূৰ্ত্তি, tle plallus, an. emblem of Siva. শি-লোক, স. শ. (সং. শিৱলোক-শিৱ, . মহাদেৱ + লোক, ঠাই। শিৱৰ স্থান, কৈলাস, the abode of Siva. শিৱা,। স, শ, শিৱৰ ভাৰ্য্যা, দুৰ্গা, format, Durga, wife of Siva. শিৱালয়, স. শ. {সং. শিৱালয় — শিল্প,