পৃষ্ঠা:হেমকোষ.pdf/৮৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শিলা-ধমনা। t শিমলু-কলা। the silk cotton troc. Bombar waluhurietint. (W211). শিমলুকল, স. শশিমলু গছৰ কলাৰ গঢ়ৰ গুটি আৰু ভূলাৰ ভৰাল, a joil of the above tree. শিমলু-ভূলা, স. শ. শিমলু গছৰ তুলা, শিমনুতুল, silk-cotton. শিয়ৰ, এ. ধা. {বং শিহৰ, গাৰ নোম থিয় হ} ভয়, জাৰ বা আশ্চৰ্যৰ পৰা গুৰ STYT f *, to stand on end as the hair of the Loly . শিয়ৰণু, ঈদ, স, শিয়ৰা কাৰ্য, the art of standing on end, as the hair. শিয়া, স, ধ, থিয় কৰ, ভুবুৰিষ'। (নোম 71 ), to bristle, fis crert as Hair of the body . শিয়া, অ. বা. (গ. শিপ, গছৰ মূল ) শিপ, fibrous roat. অ. বা. শিপা ধৰ, শিপা মেল; যেনে, গছে শিয়াইছে, to take root. শিয়াল, স. শ(সং. শৃগাল, হিং, শিয়াল; বং শেয়াল) এবিধ জন্তু, a jackal, a fos. শিয়াল-কাহি, স. শ. ( শিয়াল + কেটে, দুৰ্গন্ধ) বনত লাগি থকা শিয়ালৰ মূত, the urine of the jackal. শিয়ালগলা, বি. শিয়ালৰ দৰে ওলা গাল- Je, laving t'at cheeks like the jacka. স. শ. এবিধ গাল উখই ৰোগ, যমণি, the lam|, ( ) শিয়াল- গালী। শিয়াল-নেজা, স. শ. ফুল ধৰিলে আগটো শিয়ালৰ নেজৰ নিচিনা হোৱা এবিধ Tot, a kind of grass. শিয়াল-নৈজীয়া, বি. শিয়ালৰ নেজৰ নিচিনা, resembling the tail of the jackal. শি, স. শ. (সং. শিস, মূৰ) মুগু, মূৰ; shafaa, the head, a sinew. শিৰ বি, শিষ্য হ, শৰণ ল; যেনে, মধুপুৰ থানত শিৰ বিকিছে, to be a disciple, to he initiated into the mode of - worshipping God. . : শিৰীষ, স. শ. (সং. শিৰীষ-শূ, পীড়া ক ) এবিধ ফুল আৰু তাৰ গছ, kind of tree and its flower, lizin Trebbek. (Gamble). শিৰোধাৰ্য, বি. (সং. শিৰোধৰ্য-শিৰঃ, মূৰ- ধাৰ্য্য, ধৰিব লগ) মূৰ পাতি ধৰিবৰ যোগা; বৰ মা, বৰকৈ মানিব লগা ( অজ্ঞাত খাটে); যেনে, ৰজাৰ আজ্ঞা শিৰোধৰ্য, fit (১* per to no obeyed or regarlol. . শিৰোমণি, স. শ. (সং, শিবোমণি-শিৰঃ, মূৰ + মণি, হীৰা মুকুতা আদি। মূৰত পিন্ধা মণি; এতেকে শ্ৰেষ্ঠ লোক; সেনে, পণ্ডিতৰ শিৰোমণি অৰ্থাৎ অতি শেষ্ঠ foc, a grm worn on the head. a superior d'TRON. অলঙ্কাৰ বুজোৱা আন শব্দে। “শিৰ?" শব্দেৰে যুক্ত হৈ সেই অৰ্থ বুজায়; যেনে, শিৰোৰ, শিৰভূষণ ইত্যাদি। শিৰোৰোগ, স. শ. {সং. শিববাৰোগ-Kuldhar Rabha (talk) শিৰঃ, মূৰ ৰোগ, ব্যাধি) মূৰৰ ৰোগ, 274 canal, a disease of the heart. শিল, স. শ. {সং. শিলা, প্ৰস্তুৰ) পৰ্বতত বা অকিন্তু হোৱা বৰ টান বালি বা মাটিৰ নিচিনা এবিধ বস্তু, বৰষুণত পৰা (চঁচ হৈ গোট মৰা পানী, a stone, a rock, a liail stond. শিলনি, স. শ. বহুত শিল থকা ঠাই, a stony place. শিলা, স. শ. ( সং, শিলা-শিল, ছেৰ। বোটল। ৰূঢ় শব্দ } শিল, a stone, i lail stone. স. বা. শিলেৰে খুন্দ বা ঘহ; যেনে, চোৰক গৃহস্থে শিলায়; নাপিতে নখ শিলায়, to strike or rule with a stone. শিলা-কুটী, স. শ. (সং. শিলা, শিল+অ- কুট, সৰুকৈ কা) শিলৰ কাম কৰোতা, a stofie catter. শিলা-ধমনা, স. শ. উখহি শিলৰ দৰে মহ টান মৰা এবিধ ৰোগ, a kind of clisease.

  • .