পৃষ্ঠা:হেমকোষ.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অ! ওবাৰে আওচু আইতীয়াকৈ, ক্ৰি. বি. বাওঁফালে; সদায় যোৱা ঠাইতকৈ আন ঠাইত, সহজে নো- পোৱা ঠাইত; যেনে, হুল-জোবোৰ আহতীয়াকৈ থব লাগে, ১l the left side; at an unfrequented inades- sible place. ওহ, অ. . (অং. আঁউজ) পিঠিত তৰ In 25 ( R) to lean, to rcelic. আওহা, স. শ, (জ, আও, সেঁ ফালত কৈ অনি+হাত, গাৰ এক অঙ্গ। বাওঁ SYT; 7521 Ft, the left hand; the wrong side. a day of the week which is sui- posee not to be proper or not prescribed for a particular purpose. আওবাৰে, ক্ৰি. বি. বেয়া বা অনুপযুক্ত বাৰে; যেনে, আওবাৰে কলৈ যাব নেপায়, on an inauspicious or wrong day of the week. আভা, স.শ. (২. আও, তা + গও, কাম কৰিবৰ দিহ) কাম কবিৰৰ দিহা বা প্ৰকাৰ, যি দৰে যি কাম কৰিব লাগে, ৰ নিয়ম; যেনে, কামৰ আওতাও cattatay Tanz, the mole of doing anything, (inoilus opurundi). আমৰ, স. শ. ( অং. আও, বৈয়া বা দুখযুক্ত+মৰণ, মৃত্যু) বেয়া মৰণ, বৰ দুখযুক্ত বা অস্বাভাবিক মৃত্যু, a painful or unnatural leath. আওমৰণে, ক্ৰি. বি. বব দুখেৰে বা বৰ কষ্ট পাই { মৰাত খাটে ); যেনে, হিংসক tas teda C7, with great pain, suffering extremely, said of lying. আওবা, স. বা. (সং, আবৃত্তি; বং. আও- জন, পাঠ কণ} মনত ৰাখিবৰ কাৰণ ঘমে-ঘনে মাত; যেনে, ছাতৰে পাঠ teater, turpeat frequently in order to commit to the memory. আওলা, স. শ. (অং. ওলা, বাহিৰ হ; ঘৰৰ বাহিবে পাকে, এতেকে) ঘৰব পানীপাচৰ খুটাৰ বাহিৰে ওলাই থকা চাল; তাতে লগাই দিয়া চালি, আগালি, the eaves of a house, arlılition to the same, a pent-house. আওতীয়া, বি. (অং. আহত, বাওঁহাত) বাওঁফলীয়া, বাওঁহাতৰ ফালে থকা; সদায় মানুহ যি ঠাইলৈ যায়, ভাকৈ আন, সহজে যাৰ বা পাব নোৰবা ( ঠাইৰ বিশেষণ); যেনে, “যমৰৰ আহতীয়া fy"placed on the left side; out of the way, situated at an unfre- quented or not casily accessible place. তা হতে, ক্ৰি. বি. 1}হতেনে; যেনে,আও-

    • 07**, with the left hand.

তাহেল, ম. শ. { সং. তাইল, মন নিদিন } ওকাণ; অমনোযোগ, it- attention, noglect. শাহবা, বি- { - ".. জাকৰা - বাৎ, অনুব্ধ, } মূখ, একো নজনা; যেনে, বা মানুহ, sujiti. { হে আৰু মৌখিক) আমন?, বি. {স, শুঙ্গ, লিঙ্গ + মা, মৃত। লীত, পুকয-শক্তি চা, i}xxtet.(চ)। ও, ভা, অব্য, দুখ বা বেজাৰৰ মাত, at) xxclamation of zain er sorrow. আঁ, অনুৰূ, কাৰ নিচিনা শব্দ, কৰা মানুহে কথা কোৱাৰ নিচিনা শব্দ, at initative sound used to express that of crying or a sound uttered by a person wable to articulate. আঁ, স. শ. মুখ মেলা কাৰ্য্য; বৰকৈ মেলা 72, the act of opening the mouth, an open mouth, আঁ ক, মুখ মেল, to open tle montly, আউজ, অ, ধা: পিঠিত ভৰ দি বহ; যেনে, sität wycats, to lcan, to recline. আউসী, স. শ. (স', অমাৱাসী, অমাবশ্যা, অউহী, অমাবস্যা, জোন-মৰা তিথি, the clay of the conjunction of the sun and moon. , স. শ. (অ, আঁচি, আঁক) নাঙ্গলৰ