পৃষ্ঠা:হেমকোষ.pdf/৮৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শা। as a lista শান্তি; যেনে, শোকাতুৰ মানুহক শাত্বনা fai, solace, consolation. শপ, স. শ. (সং. শাপ-শপ, শাও দি ) শাও, লোকৰ অশুভ হবৰ বাঞ্ছা, a tease, an imprecation. 7. 44. 79 fm, tal বা বাক্যেৰে পৰৰ আমঙ্গল কামনা কৰ; যেনে, ঋষিয়ে শাপিলে, to use. শাপমুক্ত, বি. (সং, শাপমুক্ত--শাপ, শাও + মুক্ত, মুকলি) শাপৰ porta s 771, freed from the effects of a curse. শাপান্ত, স, শ, (সং. শপাশাপ, শাও + অন্ত, শেষ ) শাপৰ ফলৰ শেয, যত কালৰ নিমিত্তে কোনো অমঙ্গল হব দিয়া যায়, তাৰ অন্ত, the end of the periort claring whiel tlie evil effects of a Curse remain, শাব্দি, স. শ. (সং. শাব্দিক—শব্দ, অৰ্থযুক্ত মত) শব্দবিলাকৰ অৰ্থ, মূল আৰু লিঙ্গাদি জানোতা, অভিধানত পাৰ্গত লোক, all etymologist. শা, বি. (সং. শম, পীড়াৰ শান্তি) উপশম, হাস পৰা, 'লঘু, হোৱা; যেনে, নৰিয়া কিছু শাম হৈছে, alleviatel or subsid. ing, as a discase. শাম কাটু, শাম প, ক, লঘু হ; যেনে, জৰে শাম কাটিছে, to sutlysicle, as disease. শামুক, স, শ, (সং. শম্বুক, বং, শামুক, এবিধ জন্তু এটা কঠিন বাহৰ ভিতৰত এজাতি পানীৰ জন্তু। তাৰ অনেক উপ- eyfe ycs, generally a snail shell but often applied to shells in general. . শামুকীয়া, স. শ. গোৰোৱাৰ তলত হোৱা এবিধ ঘ, a sore at the bottom of the lieel. শামুকীয়া-গাঁঠি, স. শ. লাইশামুকৰ দৰে ঘূৰণীয়াকৈ দিয়া তেঁতৰ বান্ধ, a kind of knot. শামুক-ভঙ্গ, স, শ, (অ. শামুক, পানীৰ শান্ মাৰি ধৰ। জন্তু + ভঙ্গ, ভগ্ন কৰা; শামুক ভাজি তাৰ শাহ খায়, এতেকে এবিধ বক জাতিৰ 501, a kind of wading bird. শাম্য, বি. (সং, শামশ, পীড়া কম হ) শাম কটা, হাস পোৱা, লঘু হোৱা (পড়া বা দুখত খাটে); যেনে, জহনী শাম্য 16, abated or diminished, as a discaso, &c. শাৰ, অ, ধ, (সং, শাড়, সঁত বা ওপং) পানীৰ ওপৰলৈ উঠি ফান্দেৰে ছাটি মাৰি তললৈ যা; যেনে, শাৰিছে, to rise ti) the surface of water and to go clown again, শাৰঙ্গ, স. শ. (সং. শা, শিঙ্গেৰে সজা-- শৃঙ্গ, শিং) বিষ্ণুৰ ধেনু, the bow of Vishnu. শাৰ-পাণি, স. শ. {সং, শাপাণি—শা, ধেনু+পাণি, হাত) বিষ্ণু, Vislam, শাৰদীয়, বি. (সং. শাৰদীয়--শৰৎ, আহিন কাতি শৰৎ ঋতুব, শৰৎ কালত উৎপন্ন, auttinurial. . শাৰী, স. শ. (সং, শ্ৰেণী, লালী) শ্ৰেণী, লালী, a roy, a line, শাৰীৰিক্‌, বি. (সং. শাৰীৰিক শৰীৰ, দেহ) দেহৰ, দেহ সম্বন্ধীয়, bodily, relating to the body. শাৰ্দূল, শ, শ. (সং, শাল—শু, হিংসা কৰ } এবিধ হিংসক জন্তু, বাঘ, a tiger. শাল, স. শ. {সং. শল, গতি কৰ; পানীত বেগাই গতি কৰে, এতেকে) শল-মাছৰ নিচিনা তুকৈ ডাঙ্গৰ এবিধ মাছ, a kind of fish. শাল, স. শ. (সং. শল, গেজ) জেলা কাঠ বা বাহ, a peg, a wooden pin or nail, a piece of pointed wood or bamboo. লাল মাৰ, টান বা দৃঢ় কৰিবৰ কাৰণ শাল 941, to drive, as a peg ox wedge. শৰ মাৰি ধৰ, খোঁচ মাৰি ধৰ, শাল-মৰাৰ দৰে পড়া কৰ, to cause a painful