পৃষ্ঠা:হেমকোষ.pdf/৮৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শান্ত্বনা। মূৰ্তি, আকৃতি) গহীন দেখা, স্থিৰ আকৃতি 95, calm or dispassionate looking. শান্তি, স. শ. (সং) স্থিৰতা; হুলস্থুলৰ অভীৰ; যেনে, ৰণ ভাগি দেশত শান্তি হৈছে; শাহনা, শোক, ভয় বা উদ্বেগ নথকা অৱস্থা; যেনে, দুষ্টৰ মনত শাস্তি নেথাকে, আপদ বা গাৰ দুখৰ উপশম; যেনে, ৰোগ গুচিলে শান্তি-লাভ হয়; বিশ্ৰাম, জিৰণি; যেনে, দিনটোৰ ভিতৰ লপে শান্তি নাই; অশুচি বা অশুভ দূৰ কৰিবলৈ পবিত্ৰ পানীৰ সেচন, tranquility, peace, peace of mind, solaci, alleviation of pain, &c., rest, repose, the act of sprinkling with sacred water. শাস্তি-কৰ্ম্ম, স. শ. {সং. শান্তিকৰ্ম্ম-শান্তি, দুখৰ উপশম+কৰ্ম্ম, কাম) দুঃখ বা আপদ গুচাবৰ নিমিত্তে কৰা দেৱতাৰ পূজা, a propitiatory rito tu avert or renove 211 eril. তাৰ দ্বাৰা ভোজন কৰিব পৰা যায়, এতেকে) আঞ্জা ৰান্ধি খোৱা তৃণ, মানুহে সিজাই বা কেঁচাই খোৱা ভাল পাত ফুল wife, a potherb, any loaf, flower, stalk, &c., used as food. শাক্ত, স. শ. (সং. শাক্ত—শক্তি, দেৱী) দেৱীৰ ভক্ত, দুৰ্গা বা তেওঁৰ আন এক ৰূপৰ উপাসক, a sorshipper (of a goddess. . শাক্য মুনি, স. শ. বৌদ্ধ-ধৰ্ম্ম চলাওঁতা, শাক্য সিংহ, গৌতম মুনি, tle foumder of Buddhism, “গৌতম চোৱা। শাখা, স. শ. (সং, শাখা-শা, ব্যাপ } গছৰ ডাল বা ঠাল; গছৰ ছালৰ দৰে বাঢ়ি যোৱা এক অংশ; বেদৰ কোনো GP otst, the branch of a tree, any- thing resembling a branclı, a sub- division of the Vedas. শান, স. শু. (সং. শান-শান, ঘঁহি চোকা ক) ধাৰ থকা অস্ত্ৰ ঘঁহি চোকা কৰিবলৈ লা আৰু শিল বালিৰে বান্ধি কৰা সঁজলি, Et whet-stove. শান্-বালি, স. শ. ( অ, শান্, ঐ + বালি, বালুকা) শান বন্ধা বৰ ফুটীয়া বালি, forat. aft, coarse wand used in pro- paring a whet-stone. শান্ত, বি. (সং. শান্ত—শম, স্থিৰ হ) স্থিৰ, জুৰ, জাতি, খং নথকা; গহীন, শীতল, calm, quiet, dispassionate, col. শান্ত, গু. শ, (সং.) স্থিতা, গহীন গুণ, calmness, tranquility, dispassion- ateness, শান্তনু, স. শ. ত্ৰেতা যুগৰ চন্দ্ৰবংশী ৰা- বিলাকৰ ২১ সংখ্যাৰ ৰজা, a king of the lunar dynasty. শান্তমনা, বি. (সং, শান্তমনা-শান্ত, স্থিৰ + মন, মন স্থিৰ মনযুক্ত, খং বা খিয়ালৰ দ্বাৰা অস্থিৰ নোহোৱা, con- posed, calm, not disturbed by . passion. শাস্তমূৰ্তি, বি, (সং. শান্তমুৰ্তি—শান্ত, স্থিৰ। শান্তিকৰ্ম্মী, বি. (সং. শান্তিকম্মিন—শান্তি- কৰ্ম্ম + ইন্) শান্তি-কৰ্ম্ম কৰা; যেনে, শাস্তিকী বামুণ, officiating at ot conducting a propitiatory ceremony. শান্তি-বয়া, স. শ. (সং. শান্তি, পবিত্ৰ পানী সিচন + অং. বিয়া, বিবাহ) বিয়া দিয়া ছোৱালীক স্বামীৰ ঘৰলৈ নিবৰ সময়ত পবিত্ৰ পানীৰে শান্তি কৰা কাৰ্য্য, a ceremony in which a girl pre- vivtisty married is sprinkled with saured water just before the con- sitwmation of marriage. শাস্তিয়নী, স. শ. ( অং শান্তি, মন্ত্ৰ মাতি পানী-ছটিওৱা + পানী, জল) শাস্তি কৰা spfält, holy water sprinkled upon a person. শান্তী, বি. (সং. শান্ত, সাধু) সতী, সুচৰিত্ৰ- যুক্তা, chaste (Fen.). স. শ. সতী feceroy, $46), a chaste woman. শাস্বনা, স. শ. (সং, শা, মনৰ দুখ গুচা) প্ৰবোধ, মনৰ দুঃখ? কাৰ্য, মনৰ