পৃষ্ঠা:হেমকোষ.pdf/৮৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শৱসাধন। শাকু জীয়া গুচি মৰা হয়, এতেকে। মৰা দেই, , a dead borly. শৱসাধন, স, শ. (সং. শৱসাধন—শৱ, শৱসাধনা, শ + সাধন, সিদ্ধ কৰণ } শনি বা মঙ্গল বাৰে ৰাতি নিৰ্জন ঠাইত এটা শৱৰ বুকত বহি কৰা দেৱীৰ আৰা-

  • Ay, a mystical ceremony performed

with a clipse. শশ, স, শ, (সং, শশশশ, জঁপিয়া; জপিয়াই যায়, এতেকে শহা পহ, hare or rabbit. শশধৰ, ম. শ, (সং. শশধৰশশ, শহ+ ধৰ, ধৰোতা; চন্দ্ৰৰ মাজত শহাৰ নিচি এটা সচ দেখা যায়, তোকে) চঞ্জ, জোন, the moon. শৰ্শ, স. শ. (সং. শশিশশ, শহা + ই। শহাযুক্ত) চন্দ্ৰ, জোন, the moon. শশুৰ, স. শ. (সং. শশুৰ, শহুৰ ভাৰ্যৰ বা স্বামীৰ বাপেক, a father-in-last. পদাঃ)। শস্ত, বি. (সং, শ, সুখী; বং. শস্ত, অলপ মূল্যৰ। সাইজ, পৰিমিত মূল্য, মৰ নোহোৱা; উপশম, শাম কটা, লঘু, হোৱা; যেনে, জৰ শস্তা পৰিছে, cheap, abated, as a disease. শকা পৰ, উপশম হ, শাম কাটু, to be abated, as a disease. শ, স, শ, {সং, শ–শ, পঁড়া দি) সকলে প্ৰকাৰৰ কটা ছিঙ্গা যতন, অস্ত্ৰ, a weapon, an arm. শসা, স. শ. { সৎ, শস্য-শস, বাঞ্ছা ক ) খেতিৰ উৎপন্ন, খেতিৰ পৰা হোৱা গুটি, পাত, ঠাৰি, মূল ইত্যাদি, the produce of a field, grain, fruit, &c., a crop. শসাশালী, বি. (সং. শস্যশালিন ঐ + শালিন, যুক্ত। অধিক শস্য উৎপন্ন কৰ, সৰুৱা; যেনে, শস্যশালী মা টি, fertile. শই , শ, শসা” শব্দৰ অপভ্ৰংশ। শহ, স, শ, (সং. শশ, এবিধ শঙ্গাপ, } জন্তু) এবিধ দীঘলীয়া পা ঠেলেৰে জঁপিয়াই ফুৰা জন্তু; এবিধ ৰগা শহাৰ নিচিনা, কিন্তু কৈ সৰু বিলাতী , a hare or rabbit. শহা-কীয়া, বি. শহ পহৰ দৰে অলপ শব্দ হলেই শুন, {juick of hearing. শহুৰ, স, শ, (সং. শ্বশুৰ, তাৰ্যা বা স্বামীৰ বাপেক) ভাৰ্যা বা স্বামীৰ বাপেক, a father-in-law. স. শ. (সং. শাপ, লোকৰ অম- শাও, গলৰ বাঞ্ছা) লোকৰ অশুভ কামন, পৰৰ অমঙ্গল হবলৈ বোলা বাক্য, 8 curse, an imprecation. শাও দি, পৰৰ অমঙ্গলৰ বাঞ্ছা কৰ, to curse, শাওণ, স. শ. (সং. শ্ৰৱণ, চতুৰ্থ মাহ) বছৰৰ চতুৰ্থ মাহ, the fourthi montly, June-July. শাও শপনি, স. শ. গালি পাৰি দিয়া শা, abusive language and a curse. শাওঁ বৰ, স. শ. (সুং, শ্যামৰ, কলা বৰণ বৰ কলা বা বগা নোহোৱা বৰণ, মিঠা বৰণ (মানুহৰ বৰণত মাথোন

  1. 766), a swarthy complexion.

শাওঁ বৰণীয়া, বি. বৰ বগা ৰা কলা নোহোৰ, inoderately dark ( applied to com- plexion ). শাকিনী, স. শ. {সং. শঙ্খিনী, এবিধ শখিনী, ভূতুনী। কুলক্ষণী তিৰোতা, তশিনী তিৰী; এবিধ কাল্পনিক আপ- দীয়া সাপিণী, an unlucky woman in whose hands nothing prospers, a fabulous enake supposed to bring misfortune to the family whose house it enters. শ, বি. (সৎ, শান্ত, স্থিৰ স্থিৰ, জুৰ, ধীৰ; শীতল, চেঁচা; যেনে, গাটো গাছ লাগিছে, ealm, quiet, tranquil, cool. শতি, স, শ, (সং. শান্তি, স্থিৰতা শান্তি, স্থিৰতা, ধৈৰ্য, quiet, calmness, patience. শা, স. শ. (সৎ, শাক-শ, পাগ

}