পৃষ্ঠা:হেমকোষ.pdf/৮৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লোটনি বাগ) কাতি হৈ পৰি বাগৰ বাগৰি ক; যেনে, মাটিত লুটি কান্দিছে; ওলমি মাটিত চুচৰি যা; যেনে, চুৰিষাৰ আগটো মাটিত লুটিছে, to roll it or trail along the grounil. লোটনি, স. শ. (অং লোটু, মাটিত বাগৰু) আই পাৰি সেৱা আদি কৰি কৰা খাটনি, the act of eringing, servility. লোটা. স. শ. ( হিং. লোটা, ঘটী। লাউৰ নিচিনা ডিঙ্গিৰে এবিধ গুল পাত্ৰ, a kind of water vessel. লোটাপুটি, স, শ, বাগৰ বাগৰি, thicket of rolling or turning from side to side. লোঠোঙ্গা, “লঠঙ্গা” চোৱা। লোণ, স. শ. {স’. লৱণ; প্ৰাং, লোণ; বং লুণ, এবিধ খাৰ) সাগৰৰ পানী পাগি কৰা বা আকৰত পোৱা এবিধ থাৰৰ গুণ থকা বস্তু, salt, লোপ, বি. (বং নোন; হিং, লোণ, লোন দি খোৱা পোণত বা লোণ সানি থোকা; যেনে, লোণ মাছ, salted. লোতক, স. শ. (সং. লোত-পূ, ছেদন ক) চকুৰ পানী, a teat, tears, লোত, স. শঅৱলম্ব, আশ্ৰয়, আলম, a shelter, a refuge, a supporter. লোদো, বি. (হি. লোখৰ, দোদো পদো, মাংসখণ্ড) বৰ মঙ্গ- হাল, বৰ পুষ্ট, stout, corpulent, লোধেমা, বি. বৰ মহাল, ডাঙ্গ শকত (গাত খাটে); যেনে, লোখোমা গা; পু, মহাল (মাহত খাটে ), fleshy, corpulent. . লোপ, স. শ(স লোগ-লুপ, চুৰ কৰু } অৰ্শন; নাশ, নথকা হোৱা অৱ, disappearance, destruction. লোপ পা, নথকা হ, অদৃশ্য হ, নাশপ, নষ্ট হ, to disappear, to be destroyed. লোপয়া, বি. বুধৰী পিঠা বা লোখোপ,। বোকাৰ নিচিনা আৰু ধীন; ধেলে, আৰাৰূট সিজালে পোপ, ঘূপয়া হয়, viscid and of the consis- tency of mad. লোভ, স. শ. (সং. লোভপু বা ক। আকাংক্ষা, পৰৰ কোনো বস্তুৰ নিমিত্তে হোৱা বৰ ইচ্ছা; ইন্দ্ৰিয়ৰ সুখ জগোৱ বস্তু পাবৰ ইচ্ছা, a longing for what is pleasant to the senses, cupidity, covetonsness. লোভ লাগ, কোনো বস্তুৰ নিমিত্তে বৰকৈ ইচ্ছা হ, to be covetous, to covet, লোভী, বি. (সং. লোভিন; লোভ, ঐ+ ই, প্ৰত্য.) মুভীয়া, covetous. ললাম, স. শ. (সং. লোমন--সু, কাঁট) নোম, hair of the body. লোম-কৃ, স. শ, {সং, লোমকুপ-লোম, ঐ + কূপ, গাঁগাৰ নোমৰ বিন্ধা, & pere. ! লোমহৰ্ষ, স. শ. (সং. লোমহৰ্ষ-লোমন, ঐ+ অ, আনন্দিত হ} গাৰ নোম শিয়ৰা, catatu, lorripilation. লো, স. শ. (সং. লু কাটু; কোৰেৰে মাটি কটা যায়, এতেকে ঠেক, তৰং খাৱৈ, a small drain. লোৰ, স ধ (সং. লুন, কাই) কাটি সংগ্ৰহ কৰ, গোটা, একত্ৰ ক (খৰিত খাটে}; যেনে, খৰি লোৰে, to cut and gather, as fire wood. লোৰোক, অ, ধ, (সং. লুট, চুৰ কৰু } খুঁচৰি বিচাৰি ফুৰ, ৰুকি ফুৰ, to search about miontely . লোলা, বি. (সং. ললল, লচৰ কৰা লৰি থকা, ঢিলা, ভালকৈ খাই নধৰা, কাপ cateto, loose, not fitting closely, not tighti. লোলা-সোলা, বি. (অং লোলা, ঐ+সোলা, অমুক) বৰ ঢিলা, চিলা সোলকা, very loose. লোলুপ, বি. {ষ লোলুপ-লুপ, বা ক) বৰকৈ লোভ লগা, বুভীয়া, very de, sirous, longing for. (. ) cateront লো, স, শ, { অং. লল, লোহা বন্দীয়াৰৰ