পৃষ্ঠা:হেমকোষ.pdf/৮৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লোট লেহম্। লেহন, কদ, স, চেলেকন, জিভাৰে আস্বাদ catat lú, the act of licking. লেহু, স, শ, এবিধ বন, a kind of cours grass. লেহুকা, বি. (হিং. হালকা, পাতল) গা পাতল, লাহী, শকত আৰুঠৰঙ্গ। নোহোৱা, অনায়াসে ভিৰ খোৱা, {}hin, not stiff and strong, flexible, লৈহৈতি, স. শ. লাঢ়নী, a triangular- shaped bailing basket. লেহেতিয়া, বি. (অং. লিভা, পুৰুষশক্তি নথকা তিৰোতাৰ আৰু পুৰুষৰ লক্ষণ নথকা, নপুংসক, পুৰুষ তিৰী দুইৰে বাজ, having neither male nor fernale organ fully developed. লেহেম, স. শ, পলম, বিলম্ব; যেনে, লেহেম নকৰিবি, delay. বি. জুৰ, খৰকৈ কাম কৰিব বা চলিব নোৱৰ, show, লেহেৰা, বি. অসমৰ্থ, অপাৰক; দুৰ্বল, inefficient, incompetent; weak. লেহ, স. শ. (সং, লেহ—লিহু, চেলেক) চেলেকি খোৱা আহাৰ, food to be taken hy licking. লৈলৈ থৈথৈ, স. শ. { অং. ল, গ্ৰহণ কৰ + থ, স্থাপন ক; গ্ৰহণ আৰু পৰি ত্যাগ } বৰ দুৰ্গতি, আপদ, misfortune, trouble. লো, স. শ. (সং, লৌহ, কাট; হিং. বং. লোহা, এবিধ ধাতু) অস্ত্ৰ আদি গঢ়া এবিধ টান ধাতু, iron. লো, স. শ. { সং. লোক, হিং, লেবু, চকুৰ পানী) চকুৰ পানী, a tear, tears লোকু, স, শ. (সং, লোক-লো, দেখু ) জগৎ, ভুবন; স্বৰ্গ, পৃথিবী আৰু পাতাল তিনি এক; মদুষ্য, মানুহ; এতেকে প, আপোনাকৈ অন; যেনে, লোকৰ ঘৰ, t৯ world, a region, one of the tlurce rugions, viz., heaveu, earth and hell, man, muukind, a persoil as distinct from one's self. সোপা, স, শ, (সৎ লোকপাল-লোক, জগৎ + পাব, ৰক্ষা কৰ) জগতৰ ৰক্ষক- দেৱতা, দিপাল, a divinity who protects the regions. "Fottor". চোৱা। লোকহিতৈষী, স. শ. (সং. লোকহিতৈষি- লোক, মনুষ্য + হিতৈষি, হিত চিন্তো) মানুহবিলাকৰ হিত চিন্তোভা, a jhilad- thropist. লোকৰঞ্জন, স. শ. {স, লোকৰঞ্জন লোক, মনুষ্য + ৰঞ্জ, ৰ লগা) লোকৰ মনত ৰং লগোৱা কায্য; মানুহৰ মনত ৰ লগাওঁতা, the act of pleasing others, one who plcases others or is popular. লোকান্তৰ, স. শ. { সং. লোকান্তৰ-লোক, জগৎ+ অন্তৰ, ) অন্য জগৎ, পৃথি- ate the state, another world, a region other than the carth. লোকাপাৰ, স. শ. (হি. বং. লক্ক, এবিধ পাৰ+পাৰ, এবিধ চৰাই) নেজ তুলি থকা এবিধ পাৰ জাতিৰ চৰাই; তাৰ নিচিনা এবিধ কাণৰ অলঙ্কাৰ, the fall- tail pigeon, au ornament resembling the sanie, লোকলোক, স, শ. (স’ লোকনোক লোক, দেখা + অলোক, নেদেখা; ত সূৰ্যৰ দীপ্তি নপৰা হেতু ভালৰূপে দেখা নেয়, এতেকে) সাত সাগৰৰ বাহিৰে জগতক মেৰাই থকা এশাৰী কাল্পনিক পৰ্বত, a clt of mountains said to Surround the outermost of the seven seas and to bound the world. লোঙ্গা, অ, ধ, (অৎ, লেং, লোৰ } লোৰ কাটু, লোৰ কৰ, todig a larrow drain, লোচ, স. শ. (সং. লোচন—লোচ্, দেখু) চকু, the eye. লোচা, স, শ, (সং. লুচ, খণ্ড খণ্ড কৰু, এপূৰাৰ এক খণ্ড, এতেকে দীঘে পথা- FAICA 812 to, a measure of land four yards square. লেটু, অ, , (সং, লুটু হি লোট tar