পৃষ্ঠা:হেমকোষ.pdf/৮৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লেকেতু কৰে লেপেটা পাৰি বহ। লেকে কৰে, ক্ৰি. বি. (অং. লেতকেত, বীজল) বীজলৰ দৰে; যেনে, লেকে কৰে পিছল, viscidly. লেথাৰি, স. শ. (সং, লতা, বগাই উঠা লৈথেৰি, তৃণ; এডাল লতাৰ নিচিনা} ইটোৰ গাত সিটো লাগি হোৱা শাৰী, লালী; লগালগি হৈ কৰা অৱস্থিতি; যেনে, লেধেৰি লগা ঘৰ, a row, toll- tiguity, বি. ইটোৰ গাত সিটো লাগি থকা, শাৰী হৈ থকা; যেনে, লেখেৰি 94 74 af, standing in a connerteil low or line. লেদেনা, স. শ. { অং সাদ, বিষ্ঠা লৰা বা নৰিয়াৰ মলমূত্ৰাদি, the uine of ordure of a chilil or sick person. লেদেনা ওকট, ফু-মূত গুচাই প্ৰতিপাল কৰ (নৰিয়া বা লাভ খাটে); যেনে, নৰিয়াৰ লেদেনা উকটিছে; লেনে উকটি ভাঙ্গৰ pfact, to nurse, as a child or a sick person. লেনিয়া, অ. বা. মৰম লগাবলৈ পৰাৰ দৰে কোমলকৈ কথা ক, to speak, as a child or childishly with a view to excite affection. লে-নী, বি. মৰম লগাবলৈ লৰাৰ নিচিনাকৈ কথা কোৱা { স্ত্ৰী); যেনে, লে-নী Catata, speaking childishly to cxcite aſſection (Fem.). লেনপেন, স. শ. { অং. লেন, মৰম লগাবলৈ কোৱা মৃদু কথা+পেন, অনুৰূ.) লেঙ্গে লেঙ্গেৰি, ডিঙ্গিত ধৰাধৰি কৰি কৰা 07, mutnal caresses. লেপ, স, শ. কোনো বস্তু চেপি ধৰা বা আজুৰি এৰুওৱা সৰু সৰাহ, a pair of nippers, pincers or forceps. লেপ, স. শ. (সং, লিপ, লেও দি} লেও, কোনো বস্তুৰ ওপৰত লিপি দিয়া বোকা আদি; প্ৰলেপ, লিপি দিয়া দৰব, a plaster, an ointmont, a poultice. লেপ খ, ঘন , গাই গা-লগা হ, to be dense, to the closely united. লেপ, ক. স. (সং. লিপ, লেও দি ) লিপন, লিপা কাৰ্য, the act of plaster ing or smcaring. লেপা, বি. ববকৈ সিজি লেপ বা লেওৰ নিচিনা হোৱা, জজৰীয়া নোহোৱা, লেপ- লেপীয়া (ভাত আদি); যেনে, লেপ EYE, of a soft consistency, sticky. লেপেট খা, লাগি ধৰ, জেপেটি ধৰ, to stick, to adhere. লেপেটা, স. শ. (হিং. লপেট, সঙ্কোচ, কোচ খোৱা) দুই ঠেং কোচাই তপিনাৰ তলৰ ভাগ পেলাই কৰা উপবেশন, the act of sitting on the hains with the legs curled up. লেপেটা পাৰু, দুই ঠেং কোচাই তপিনাৰ ভলৰ ভাগ পেলাই বহু, to sit on the hams with the legs curled up. লেপেটা পাৰি বহু, দুই ঠেং কেঁচাই তপিনাৰ তলৰ ভাগ পেলাই বহু,to sit on the has with the legs curled cp, to squat,

লেদলদীয়া, বি. (অং. লদা, চপৰা) এচপৰা মাটিৰ দৰে গধুৰ, heavy. লেধ, বি. { হিং- লদনা, বোজ দি; বোজ। লোৱাৰ নিচিনা) গা-গধূৰ, বৰকৈ লৰি চৰি ফুৰা; কামত লেহেম, মেদ, leavy- bodied, sluggish, słow. লেধাইশামুক, স. শ. { . লেধা, গা-গধূৰ; বৰকৈ লৰি চৰি ফুৰিব নোৱাৰে, এতেকে) এবিধ ঘূৰণীয়া শামুক, লাইশামুক, of shell. লেধেমা, বি. (অং. লেধা, গা-গধূৰ) গধূৰ, chann, heavy. লে, স. শ. মৰম লগাবৰ ইচ্ছাৰে লৰাৰ দৰে আধ উচ্চাৰণ কৰি কথা কোৱা কাৰ্য্য, the act of talking, as a child or in a childish manuer, with a view to excite affcction. লেন্ লগা, লে-নিয়া, মৰম লগাৰলৈ লৰাৰ দৰে মৃদুকৈ কথা ক, to speak, as a child or in a childish manner, with a view to excite affection. a kind