পৃষ্ঠা:হেমকোষ.pdf/৮৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লেকা! enjoy what is palatable. লুভুনী। পুৰ, “লুট' চোৱা। সুৰি, স. শ. সৰু ঠেক লোৰ, a very small drain. লুৰুমা, বি. বাঢ়িব নোৱৰা, কটীয়া লাগি থকা (ধানত বা বনত খাটে); যেনে, লুৰুম ধান, started in prostly, uot luxuriant ( said of paddy plant or grass ), not rich, poor, লুল্লুং লুঠ, বি. লুইংঙ্গীয়া, ধন সম্পত্তি আৰু ঘৰ বাৰী নথকা আৰু অকলশৰীয়া ( নিন্দাৰ্থত); যেনে, ‘লুৰ্মুঃ লুই, বুৰ faca ," poor and not having a home or a family. অ. ধা. {সং, পুল, কপা+ লুফুৰা, ফুৰা, গতি কৰা লুপুৰ, পাতল বা লঘু বস্তুৰে ওপৰে ওপৰে মা, tu rub gently with something light. লুলু,। ত, ধ. {সং, লুল, কঁপা + লুলু, } } লুৰা, অনুৰূ, ) লুংলুঙ্গ, অলপ সুৰসুৰণি জন্মা; যেনে, পিঠিত চুলিয়ে পুৰলুৰায়, to cause a slight tickling sensation. লুহীয়া, স. শ. নৈৰ দাঁতিত গজা এবিধ খাগৰি জাতিৰ তৃপ, a likind of grass, লুহিয়ানি, স. শ. লুহিয়াৰ হাবি, a place covered with the above. সুহীয়া, স. শ. (সং. লেহ, লো) লোহোৰা, (patei, an iron pan. লেই, স. শ. (সং. লেপ, লিপি দিয়া বস্তু, হিং. বং, লৈই, মাড়) আটা গুড়ি সিজাই

    • ! *tat, paste for waiting

ঘন নোহোৱা, of the consistency of thin inni. লৈউসেউ, বি. লেতু সেতু, ঠঙ্গা নো- লউসৈৱা, } Hexible, , pliable, not stiff. লেও, স. শ. (সং. লেপ, হিং. লেৱা, লিপি দিয়া বস্তু) কোনো বস্তুৰ ওপৰত লিপি দিয়া পাতল বস্তু; ঘাইকৈ তাপ দিয়া পাত্ৰৰ তলিত লিপা বোকা; যেনে, টোত Cate faca, a plaster, a coating of mul over a vessel intended to be heated. লে, স. শ. এবিধ জৰ আৰু কাহ হৈ মানুহ শুকাই যোৱা ৰোগ, যক্ষ্মা, mlmonary consumption. লেংটি, স. শ. (সং. নগ্ন, নাঙ্গঠ; হিং, লঙ্গোটি; গুপ্তাঙ্গ ঢাকা ক্ষুদ্ৰ কপোৰ। দুই তপিনাৰ মাজে সুমাই কেৱল গুপ্তা- জক মাথোন ঢাকা নিচেই ঠেক কপোৰ। সেই কাপোৰ পিন্ধিলে লাঙ্গ যেন হৈ থক যায়, এতেকে সেই নাম, a strip of cloth worn between the thighs to conceal the private parts. লেংপঙ্গীয়া, বি. ( অ লেঙ্গ, ওখ) গা সৰু আৰু এখ, গা নধৰাকৈ ওখ হোৱা ( 9725 otto); tall and slender ( said of a nan ). (1) 6737stem! লেপেং কৰে, ক্ৰি. বি. গা ভাঙ্গৰ নোহা- ৱাকৈ ওখ হৈ; যেনে, লেং লেঃ কৰে q1f6cs, growing in height. লেংলেঙ্গীয়া, বি. (অং, লেদা, ওখ) গা সৰু আৰু ওখ, লেঙ্গা (গছত মাখোন খাটে ); যেনে, লেংলেঙ্গী। মোল 95, high but plcnder, as a tree. লেং লেং কৰে, ক্ৰি, বি, গা শকত নো- হোৱাকৈ বা ভাল নধৰাকৈ ওখ হৈ (950 ect), growing in height. লেকা, বি. (সং. ক্লান্ত, ভাগৰ লগা) শ্ৰান্ত; যেনে, ফুৰি ফুৰি লেকাত লাগিছে; ভোকৰ পৰা দুখ পোৱা, ক্ষুধাৰ্ত; যেনে, ভোক লেকাত হল, overcome by fatigue or hunger. paper, &c. লেইলেই-ছৈইছেই, স. শ. বৰকৈ ঘিণ বা তুচ্ছ বোধ কৰি ওচৰ চাপিব নিদিয়া ভাব বুজোৱা মাত; যেনে, দুখীয়াক আটায়ে লেইলেই-ছেইছেই কৰে, the utmost contempt or hatred.. লৈউ লেৱা, বি. (অৎ, লেও, লিপি দিয়া মাটি ) লেওৰ বা পলি বোকাৰ নিচিনা,