পৃষ্ঠা:হেমকোষ.pdf/৮৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

the senses সুটি। ৮৪৫ লুভীয়া। স, খ, বলেৰে লোকৰ ধন বস্তু হৰণ; নুপুতনি, স. শ. (তললৈ চোৱা ইন্দ্ৰিয়ক C4Ca, q104 77, plunder, pillage. সুখ দিয়া বস্তু পাবলৈ ব্যগ্ৰতা, বৰ লোভ, লুটি, স. শ. (সং, লুটু, বাগৰ) গাৰ কঁতি, 717477 fat, a longing desire for what পাৰ্শ; যেনে, গাৰ ইলুটি সিলুটি; ফাল, is pleasant to the senses. দিশ; যেনে, বৰষুণ এই লুটিলৈ নাহিল, লুতুপু, অ. . (সং. সু, লোভ ক) a sidle of the body, sidle, direction. কোনো ইন্দ্ৰিয়ক সুখ দিয়া বস্তু পাবলৈ লুটি খ, এফালৰ ভাগ আন কালে হ, বা ই, আস্বাদ পোৱ বস্তু পুনৰ নেপায় 94124 Ft 34 , to be turned. মানে খজুৱতিয়ে ধৰাৰ দৰে বোধ কৰ লুটি বাগৰ, স, শ, কাতি হৈ শুই থাকোতে ( মন ইয়াৰ কা; যেনে, ৰাগী লগা তলৰ লুটি ওপৰ বা ওপৰৰ লুটি তল কৰা বস্তু খোৱা মানুহৰ মনে তালৈ লুতুপুতায়; fit, the act of changing sides গীত শুনিবলৈ তোমাৰ মনে লুতুপুতাইছে, while lying down. to long for something pleasant to মুটি বাগৰ দি, ইকাতিৰ পৰা সিকাতি হ, to change sides while lying duwu. . সুত্বপুতীয়া, বি. (সং. সুতু লোভ কৰ) ইন্দ্ৰি- লুটিয়া, স. ধা. ওপৰৰ ফাল ভল ক, ওলটা; য়ক সুখ দিয়া বস্তু পাবলৈ ব্যগ্ৰ, সুভীয়া, যেনে, পুথিৰ পাত লুটিয়াইছে, to turn 99981ay, desirous for what is pler- uver, w turn upside down. saut to the senses. লুটিয়া-লুটি, স. শ. বাগৰা-বাগৰি, সঘনে লুপৰী পাভ,। স. শ. {হিং. লোৰী, ওপৰৰ লুটি তল আৰু তলৰ পুষ্টি ওপৰ লুখুৰী পাভ, মঙ্গহৰ চপৰা+ অং. পাভ, কৰা কাৰ্য; এতেকে ধৰফৰণি, tle act. এবিধ মাছ) এবিধ বৰ মহঙ্গাল ডাঙ্গৰ of turning from side to side, tossing yo at5, a kiud of fishi, about or writhing. সুখৰী-পিঠা,। ২. শ. পানীত সিজাই লুটি সুটি, ক্ৰি. বি. বিনয়োৰে সৈতে খাটি, লুখুৰী-পিঠা, থপথীয়া কৰা পিঠা- fe of #f, with servility, গুড়িত এৱা গাখীৰ আৰু গুড় মিহলোৱা ringing. afaretas, food prepared by boiling লুঠুংঠুঙ্গীয়া, বি. (অ. লঠা, শূন্য +টুঙ্গীয়া, ground rice in water and mixing অনুক,} দৰিদ্ৰ, ঘৰ বাৰী নথকা আৰু it with milk and sugar. want, poor and having nu লুধুমী, বি. (“লোধেমা’ শব্দৰ স্ত্ৰীলিঙ্গ) family nor a dwelling-place. গা শকত, বৰ পুষ্ট, fat ( Fem. ]. লুণীয়া, বি. (অং. লোণ, এবিধ খা ) লুপ্ত, কদ, বি. (সং. লুপ, নাশ ক) লোপ লোপযুক্ত, লোণৰ গুণ থকা, salt, saline. পোৱা, চা, নথকা হোৱা, gron, dis- লুতু, বি. (সং. সুব্ধতৰ, অধিকৰূপে লুভীয়া) appeared, lust. ইন্দ্ৰিয় সুখলৈ বৰকৈ লোভ কৰা; লু, কৃদ. বি. (সং. লুব্ধ--মুভ, আকাংক্ষা সোৱা বস্তুৰ লোভ সামৰিব নোৱৰা; 1) Toat, covetvils, greedy. যেনে, লুতু মন, লুতুৰ স্বভাৱ, বুতু লুভীয়া, বি. (সং, লোভ, আকাংক্ষা লোভ মানুহ; এতেকে সোৱাদ বিচৰা; যেনে, কৰা, লোকৰ বস্তুলৈ বৰকৈ ইচ্ছা কৰা; কানীয়া মানুহ পুতুৰা হয়, voluptuous, জিভাত সোৱাদ লগা বস্তুৰ নিমিত্তে ব্য, sensual, dainty, requiring dainties. covetous, cupidinous, eager to enjoy লুতুৰিপুৰি, বি. (সং. বুট, মাটিত বাগৰ+ what is pleasant to the palate. পুতুৰি, অনু, বোকৰে লেটি পেটি, স, শ, লোভী পুৰুষ, a covetous, smeared with mud. or greedy man, a man tager to