পৃষ্ঠা:হেমকোষ.pdf/৮৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লিগিৰীখোপা। লীলা মাজ; বং, পোচ, মচ্‌) লিপি, মচি পৰিষ্কাৰ কৰা, অভোৱা; যেনে, লিপ cytol T, cleansel ant plastered. লিপি, স. শ. {সং. লিপিলিপ, বোকাৰ নিচিনা বস্তু সন্;ি মহী সনা যায়, এতেক) কাকত, লেখ্য, চিঠি, a written paper, a letter. মানুহ, 2 page, a personal attendant on a nobleman. (স্ত্ৰী) লিগিৰী। লিগিৰী-খোপা, স, শ, ৰজাৰ লিগিৰীৰ দৰে গলধনত দিয়া চুলিৰ গঠি, a parti- cular mode of gathering the hair in a knot low on the veck. লিঙ্গ, স. শ. {সং. লিঙ্গ-লিগ, গতি ক) পুৰুষাঙ্গ, মুনিহৰ ঘাই অঙ্গ; পুৰুষাঙ্গ দৰে সজা সদাশিৱৰ মূৰ্তি; { ব্যাকৰণত) মতা, মাইকী আৰু এই দুইৰ বাজ বস্তু বোধক শব্দক পৃথক কৰা চিন, the penis, the phallus or <mblein of Sixit, i gender. লিটিকৰি, স. শ. ( লিটিকা চোৱ॥ পুৰোহিত বামুণৰ লগুৱা, 21.11 attendant on Brahman priest. লিটিকা, বি. (টিলিকা শব্দৰ অপভ্ৰংশ ) টিলিকা, বাঢ়িব নোৱৰা, চুটি চাপৰ; যেনে, লিটিকা লৰা, dwarfe, stunterl in growth. লিটিকা,। স. শ. বামুণব লগুৱা লৰা, লিটিকাই, লিটিকৰি (প্ৰায়ে লৰাত খাটে), an attendant on a Brabman priest (commonly a hoy). লিত, বি, {সং. লক্তক; হিং. লতা, ফটা কানি) এসোপা ফুটাকানিৰ দৰে কোমল, লেংকা, ঠঙ্গা বা দৃঢ় নোহোৱা; এতেকে পুৰুষাঙ্গ থিয় নোহোৱা, পুৰুষ-শক্তি নথকা; এতেকে লাহী, পুষ্ট নোহাৱা, ক্ষীণ আৰু দুৰ্বল; যেনে, লিভা লৰা, flexible, not strony or stiff, impo- tent, having no virility, lean and weak . লিপ, স, ধা. {সং. লি, লেও, দি} বোক। বা তাৰ নিচিনা আন বস্তুৰে মাজ; যেনে, গগাবৰ মাটিৰে বাৰ লিপে, তেনে বস্তু ঘঁহি লগা; যেনে, কপালত চন্দন লিপে, to plaster, to besmear with. লিপন, কদ, স, লিপা কাৰ্যা, লেপন, the act of plastering or smearing. লিপপোচ, বি. (অৎ লিপু, বোকৰে লিপিচু, স. শ. ছিদ্ৰ, হিংসা কৰিবৰ সুচল, লেচু; যেনে, শক্ৰৱে লিপিচ বিচাৰে, an opportunity of duing an injury. লিপি, বি. (সং. লিপ্ত, স’ যুক্ত ) খাই 21, faf 471, closely wited, littings fightly. লিপিত খা, টানকৈ থাই ধৰ, tv adlient tightly. লিপ্ত, কুদ, বি. (সং. লিপ্ত-লিপ, মাজ) স,যুক্ত, সংসৰ্গ থকা; মেনে, তেওঁ এই কাৰ্যত লিপ্ত নহয়, leotect with, concerned. লিৰিক, স, ধ, ঘনে ঘনে হাতেৰে ছছ বা লাৰ; হাতেৰে ইলুটি সিলুটি কৰ, tv touch frequently, to turn over and over. লিলাম, স. শ. { যাৎ.) অনেক লোকৰ আগত বস্তু উলিয়াই কিনিব খোজা- বিলাকৰ মাজত সকলোতকৈ অধিক মূল্য যচা মানুহত সেই বস্তু বেচা কাৰ্য, a anction. লিহিৰী-খোপ,স. শ. “লিগিৰী-খোপ।” শব্দৰ অপভ্ৰংশ। সেই শব্দ চোৱা। সিলিহীয়া, বি. দীঘল কিন্তু গা-সৰু আছা- fan fronty, long and slender. লী, কদ, বি. (সং. লীন—-লী, মিলি পৰু ) মিলি পৰা, লয় পোৱ, আন এক বস্তুৰে মিলি এটা হোৱা; যেনে, অকালে বিকুত হৈ লীন,” absorbed, com- mingled. লী যা, সংমিলিত হ, আন এক বস্তুৰে মিলি এটা হ, to be absorbed or mingled. লীলা, স. শ(সং. লীলা---লী, সংযুক্ত com-