পৃষ্ঠা:হেমকোষ.pdf/৮৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৪২ লাক্ষা, স. শ. (সং, লাক্ষ-লক্ষ, লাখ; এক লাখ, অৰ্থাৎ অসংখ্য পোকৰ দ্বাৰা উৎপাদিত, এতেকে) এবিধ পোকৰ আঠা, লা, lac. লাহ, স. শ. (সং. লাস, ওপৰলৈ চোৱা) qa-6946, decoration of the body. লাইভী, স. শ. বৰকৈ ধুন মাৰি গা দেখুওৱা fecat, a foppish woman. লাহ, স. শ. আহমবিলাকৰ এফৈদ, one of the clans of the Abams. ‘সন্দিকৈ” চোৱা। হৰি, বি. (সৎ, লস, শুৱনি হ) শুৱনি, সৰু, কোমল আৰু মিহি; যেনে, লাহৰি হাত, lovely. স. শ, চেনেহী, সোণাই, 74 75, a term of endearinent. চেনেহী” চোৱা। শাহী, বি. (সং. ল, শুৱনি হ) গ। পাতল; লেংকা, শকত আৰু ঠঙ্গা নোহোৱা, slender, thin, Hexible. লাহী, ৭. শ. বৰ ধানকৈ সৰু, লিংলিঙ্গীয়া, বি. গা সৰু, দীঘল আৰু ঘন নোহোৱ। (তৃণাদিত খাটে ); যেনে, লিংলিঙ্গীয়া ধান, লিংলিঙ্গীয়া চুলি, long, thin and sparse. লিকটা, বি. নিছিগা নভগা, চিকটা; এই পৰা; কৃপণ, tough, sticky, stingy. লিচৌ, স, শ, (আহ, লিখুচো, ভৃত্য) অসম ৰজাই বিষয়াক দিয়া হুজুৱা, a labourer granted by the Assain king to his oflicers, as a remuncra- tion for their services. , “লকুলকা” চোৱা লাহা ধান.} কাতিৰ শেষ আৰু আযে লি. (স্ব লিখৰ দি আখৰ শৰ আদিতে পকা অনেক বিধৰ ধানৰ ataya aty, a general name of several kinds of finc paxldy. সাহেকৈ, ক্ৰি. বি. (সং. দাস, ঠেওধৰি হাত ভৰি বুলোৱা কাৰ্য্য + অং. কৰি) মৃদু- ৰূপে, আলস্কুলকৈ, হেঁচা বা টেপ নম- ৰাকৈ; যেনে, লাহেকৈ ধৰা; উচ্চ নোহোৱাকৈ; যেনে, লাহেকৈ কথা কব, gently, softly, lightly, not slowly. লাহে লাহে, ক্ৰি. বি. ধীৰে ধীৰে, শীঘ্ৰ নোহোৱাকৈ; যেনে, লাহে লাহে যে; ক্ৰমে, ক্ৰমশঃ, অলপ অলপকৈ আগ বাঢ়ি; যেনে, পানীয়ে লাহে লাহে ঘৰৰ ওচৰ উচ্চ নোহোৱাকৈ, সৰু সৰুকৈ; যেনে, লাহে লাহে কথা ক, slowly, gradually, softly, not slowly. লাহু লোট, স. শ. (অ, লাহ, ধুন + লোটন, অনুৰূ.) ধুন পেঁচ; ৰং, ধেমালি, decoration of the body, sport, diversion. , লাক্ষণিক, বি. (সং. লাক্ষণিক, “লক্ষণ চোৱা) লক্ষণা সম্পৰ্কীয়, লক্ষাৰ দ্বাৰা উক্ত, তুলনা কৰা, শব্দৰ পোন অৰ্থ এৰি ভাবৰ ধাৰা বুজোৱা, figuative. দ্বাৰা ব্যক্ত কৰ; যেনে, বাসে এই কথা লিখিছে; আখৰ দি; যেনে, লৰাই আখৰ লিখে; চিত্ৰকৰ, লিখনীৰ দ্বাৰা মূৰ্ত্তি আঁক, to write, to paint. লিখ, কুদ, স. {সং.) লিখা বা আখৰ দিয়া কাৰ্য্য; যাক লিখা যায়, কাকত, the act of writing, a writing, document, লিখনাৰ্থে, ক্ৰি. বি. (সং. লিখনাৰ্থ; লিখ, ঐ+ অৰ্থ, কাৰণে ) লিখিবৰ নিমিত্তে, for the purpose of writing. লিখনী, স. শ. { অং. লিখু, চিত্ৰ ক) খনি- কৰে মূৰ্ত্তি আঁকা কাপৰ নিচিনা যতন, a painter's brush. লিখা, সু. দ. লোকৰ দ্বাৰা লিখা কাৰ্য কৰা বা মুৰ্তি আঁকা; যেনে, অমুকৰ হতুৱাই কাকত বা মূৰ্তি লিখালো, to cause to be written or painted. লিখি, ক. বি. (স.) লিখা, লেখা হোৱা; যেনে, লিখিত পত্ৰ, written. লিখেতা. সশ. লেখক, যি লিখে, a writer, one who writes. (স্ত্ৰী) লিখতী। লিগিৰা, স. শ. (লিকি, লৰা মানুহ) জা-শল্পী আদিৰ পৰিকৰ হোৱা ডেকা পালেহি।