পৃষ্ঠা:হেমকোষ.pdf/৮৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লাংচিং। লাগ বা হ (ফল আৰু ঘাত খাটে); যেনে, গত ঘা লাগে, গছত আম লাগে; গুটি ধৰ, ফৰম্ভ হ; যেনে, আম জোপা লাগিছে; ভাল বা বেয়া বোধ জন্মা; সুখ বা দুধ অনুভৱ কৰা; যেনে, গীত ভাল লাগে; গাটো বেয়া লাগিছে; উচিত বা আৱশ্য- কীয় হ; যেনে, তুমি এই বন কৰিব লাগে; নিযুক্ত হ; যেনে, কামত লাগি- ছে; জলি উঠ; যেনে, জুই লাগিল; ফন্দিত আবদ্ধ হ; যেনে, ছিটিকা চৰাই T1251, to come in contact, to touch, to adhere, to hit the body, to lse produced, as wound or fruit, to bear fruit, to secm, to be felt, to be engaged, to be kindled, to be ensnared. লা, স. ধা. আৱশ্যকীয় হ, প্ৰয়োজন হ; যেনে, মানুহক সুখ লাগে, t} le cetful লাংচিং, স. শ. (আ.) হাতী চলোৱা আঁকোৰা আৰু জোঙ্গা আগেৰে পোৰ মাৰি, গজা কোহ, a iron roadl for driving clephants. লাং পাট, স. শ ( আহ.) হাতীৰ গড়, বনৰীয়া হাতী বন্ধ কৰা গৰাল, a cnclosure for contining will ele phants. লা, “ৰংফা” (চাৱা। লাংলা থাবাং, বি. বিশৃঙ্খল, ঠাইঠাই xat, fogafe, scattered, confused. লাকটি পাৰ্কটি, স, শ, অকামিলা বা অলপ ধনৰ বস্তু, লত পতা, odds and end. লাকি লুকা, স. শ. {অং লাকি, অনু+ লুকা, গোপন কৰা) লৰাই আঁৰৰ পৰা অলপকৈ মুখ উলিয়াই আকৌ সুকাই

  • 1 catfel, the act of showing the

face from behindl sunething and hiding it again, in play. সম,-- চাচা চুমু, লাকি লুকা; প্ৰথমটোৱে লাই বা বৰে কোনো তাগত ওলাবলৈ আশঙ্কা কৰা বুজায়, পাচৰটো লৰাৰ ধেমালি খাটে। লাপাকৃ, বি. { অং. লাক্, অনুৰূ+ পাক, মেৰ বান্ধ} ঢিলাকৈ বন্ধ, আট নোখোৱা; যেনে, লাকপাক গাঁঠি, loosely ticd, loose. লাখ, সংখ্যা (দ, লক্ষ্য, এশ হাজাৰ) এশ হাজাৰ, one hundred thousand. লাখুটি, স. শ. (হিং লকুট, লাঠী) বুঢ়া বা নৰিয়াই গাৰ ওৰ দিবলৈ লোৱা মাৰি; এতেকে হাতত লৈ ফুৰা মাৰি; (ভকতীয়া মাতত ) ভাবি; যেনে, লাখুটিত বিষ 1978, a stuff, & walkivg stick ( in monastic language ) the foot. লাগু, অ, ধা. { সং, গ, সংযুক্ত ই) সংযুক্ত হ, স্পৰ্শ কৰ, ছো; যেনে, গাত হাত লাগিছে; আটখাই ধৰ; যেনে, হাতত আঠা লাগিল; গাত পৰ বা আঘাত কৰ; যেনে, পহুত কাৰ লাগিল; উৎপন্ন লাগ দি, গ ল, সঙ্গী হ; উপাৰ্জিত হ (বিদ্যাত খাট }; যেনে, আই সৰস্বতীয়ে লাগ দিছে, বিদ্যাই লাগ দিছে, to be attained or acquired, as learning or knowledge. লাগতিয়াল, বি, { অং লাগ, অৱশ্যকীয় লাগতীয়া, হ) প্ৰয়োজনীয়, আৱশ্যকীয়, 1511, necessary, fisefn!. লাগনী, স. শ. আৱশ্যকীয় হন; গুটি ধৰণ ort, the act of being necessary, bearing fruit, &c. লাগনী, বি. (অং. লাগ, গুটি ধৰণ ) ফল- ৰান, ফল, গুটি ধৰা, fruit bearing. লাগা, স. শ. (ক. ৱা, হিং, লাগাম, ঘোৰা চলোৱ জৰী) ঘোঁৰাৰ মুখত লগাই চলোৱা ছালৰ জৰী, a bridle. লাগী, বি. (অং. লাগ, আৱশ্যকীয় হ) গিৰীয়েকে মৰম কৰা, স্বামীৰ চেনেহ, পোৰা; যেনে, লাগী ঘৈণী, beloved, favourite, (as a wife). লাগ বা, স, শ. (অ. দাগ, নিযুক্ত হ+ বান্ধ, গাঠি) কাৰ্য্যৰ ভাল প্ৰণালী, নিশ্চিত