পৃষ্ঠা:হেমকোষ.pdf/৮৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লক্ষীকান্ত ৮৩৭ লাংখা লিংখি লক্ষ্মীকান্ত, স, শ. (সং, লক্ষ্মী, ঐ+কান্ত, লক্ষ্মীনাথ, নাথ, পতি, স্বামী লক্ষ্মীৰ লক্ষ্মীপতি, স্বামী, বিষ্ণু, Vart. লক্ষ্মীমন্ত, বি. লক্ষ্মীযুক্ত, ধন-সম্পত্তি লক্ষ্মীমা, থকা, সুখী, wealtly, pros- rerous. লা, স. শ. (স”. লাক্ষা; হিং, লাহ; বং. লা, এবিধ পৰুৱাৰ আঠা) এবিধ পোকে গছৰ ডালত বাহ সজা ৰঙ্গা বৰণীয়া আঠা, lae. The name "ae" is applied to the resinons incrustation, formed on the back of certain trees, hoy the action of the lae insect, Coccus fareit. (Watt). লাই, স. শ. (সং. লালন; বং. লাই, প্ৰশ্ৰয়) তাভুন। নকৰাকৈ কৰা মৰম, চেনেহ কৰি ইচ্ছাৰ দৰে চলিব দিয়া কাৰ্যা; যেনে, লাই দিলে লৰা গুচে, intingence. লাই পা, তাড়ন। নকৰি ইচ্ছামতে চলিব দিয়াত সাহ পা, বৰ মৰম পাই মন বঢ়া হ; যেনে, লাই পোৱা লৰাই বৰক নেমানে, lo he indulgeit. লাই, স. শ. (সং. জিকা, হিং, ৰাই, এবিধ সৰিয়হ) এবিধ সৰিয়হৰ নিচিনা পাত ফুল আৰু গুটি ধৰা শাক, a kind of potherb resembling the mustard plant. লাই, স, শ. ( অ, লাই, প্ৰধান; লাই-ঘিলা, এতিয়া অপ্ৰচলিত শব্দ) ঘিলা খেদাত মাটিত পাতি খোৱ ঘিলাৰ ওপৰত হাতেৰে নিক্ষেপ কৰা ঘিলা, a fiat dise thrown by hand in a game played by children. . লাই খুঁটা, স. শ(অং সাই, প্ৰধান, “লাই” চোৱা ঘৰৰ প্ৰথমে পোত ঘাই ht , principal post of a house, set in the ground first. লাই জাবৰি, স. শ. এবিধ দৰবত দিয়া বন, a kind of medicinal herb. লাই জুলীয়া, স, শ, লাই শাকৰ জোলৰ নিচিনা বৰযুত, কলা পতীয়া (জুলীয়া বস্তুত খাটে ), green (said of a liquid ). লাই পপ, স. শ. (অ. লাই, মৰম+প, পুত্ৰ ) লাই পোৱা বা মৰমৰ পো, প্ৰিয়তম পুত্ৰ, a favourcd son. লাইলীয়া, বি. (অ, নাই+লেঠা; লাই-লঠীয়া, যাৰ লেঠা নাই) পৰিয়াল নথকা, লৰাতিৰোতাবিহীন, অকল-

  • , not burdened with wife and.

chikhren, living in single blessed- ness. লাই শামুক, “লেধাই শামুক চোৱা। লাউ, স. শ. (সং. লাৰ, এবিধ লতাৰ ফল) এবিধ চিচাৰ নিচিনা ডিঙ্গি থকা লতাৰ ফল, the bottle gourd, লাউ খোল, স. শ. (অং, লাউ, ঐ + খোলা, ফলৰ আবৰণ ) লাউৰ ওপৰৰ শাহ নথকা শুকান আবৰণ; (তাৰ তুলা হেতু 777 fty, 2 gourd shell, the skull. লাউ লোৱা, বি. ধাতুৰ পাত্ৰ কিনিবলৈ ধন নথকাত লাউৰ খোলাৰে পানী খোৱা, বৰ দুখীয়া; যেনে, চোৰে তাক লাউ CTYPY aface, very poor, indigent. লাউ ডুবি, স. শ. এবিধ ধান, a kind of paddy. লাউ-পতা, স. শ. এবিধ সৰু চেপেটা মাছ, a kind of sinall fish. লাউমূৰা, বি. (অং. লাউ, এবিধ লাউমুড়া, ফল + মূৰ, মুড় বা মুৰ, লাউমু, শিৰ; লাউৰ নিচিনা মুৰ- যুক্ত) শিং নথকা { গৰুত খাটে), having no horns, hornless ( said of an animal of the bovine race ). (স্ত্ৰী) লাউমূৰী, লাউমুড়ী, লাউযুৰী। লা, স. শ. (আহ.) নলা, পদূলিৰ ডাৎ; হাতীশালৰ বা বনৰীয়া হাতীৰ গৰালৰ ute, a gateway bar, a bar of an elephant stable or an enclosure in which' wild elephants are confined. লাখা লিখি, স, শ, লাকটি পাকটি, odds and ends.