পৃষ্ঠা:হেমকোষ.pdf/৮৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লাজকুৰীয়া, অচিনাকি মানুহৰ আগত ওলাবলৈ বা অধিক কথা কবলৈ আশঙ্কা 471, bashful, modest, লঞ্জা, স. শ. {সং, লজ্জা, অপমানলৈ ভয় কৰ) অপমানৰ ভয়; যেনে, লজ্জা থকা মানুহে লোকৰ দুনাম নয়; গুপ্ত অঙ্গ বা ভাবি নাম বাজ হলে মনত হোৱা অসুখ; যেনে, লোকৰ আগত নাঙ্গঠ হবলৈ লজ্জা লাগে; এতেকে অচিনাকি মানুহৰ আগত ওলাবৰ বা কথা কবৰ সময়ত হোৱা সঙ্কোচ, লাজ, shame, inodesty, bashfulness. লজ্জাক, বি. (সং, লজ্জাকৰ লাজ + কৃ, কৰ) লাজ জমোৱা, লাজ ), causing shame, shameful. লজ্জাজনক, বি. (সং. লজ্জাজনক-লজ্জা, লাজ + জনক, উৎপন্ন কৰা) লজ্জাক, vide spel. লক্ষান্বি, বি. (স.) লাজুক, লজুৱা, লাজু- কুৰীয়া, modest, lasliful. ( লজ্জাম্বিল। লজ্জাৱতী, বি. লাজুকী, bashful ( Fem. }. স. শ. লৰালে পাত জাপ খোৱা এবিধ ক্ষুদ্ৰ গছ, a kind of sensitive plant. লজ্জাৱন্ত, বি. লাযুক্ত, লজুৱা, milest,

    • 014, Sbashful.

লজ্জাশীল, বি. (স.) লাজুক, লঙ্গুৱা, modest, bashful. (স্ত্ৰী) লজ্জাশীলা। লজ্জাশীল, শু. শ, (সং. } লাজুক স্বভাৱ ai ol, bashfulness, modesty. লজ্জাহীন, বি. (সং.) নিলজ, লাজ লগ। কথা কবলৈ বা গুপ্ত অঙ্গ ৰাজ কৰিবলৈ আশঙ্কা নকৰা; অপমানলৈ ভয় নথকা, immodest, shameless. লজ্জাহীনতা, গু. শ. (স.) নিলাজ গুণ, shamelessness, impudence. লক্ষিত, কুদ, বি. (সৎ) লাজ পোৱা; অপমানিত, ashamed, put to slaine. • বি. (সং. সঞ্জ, নেজ; নেজৰ দৰে দীঘল হৈ লাগি থকা) লান লগা, একে শালী হৈ থকা; যেনে, লিত মানুহ লটপট। বিলাক লজ্ঞ হৈছে; সংলগ্ন, placed in a row, grouped together, con- tigttots, স, শ, ইটোৰ গাত সিটো লাগি হোৱা শাৰী, a row of persons or things touching each other. লটং পটং বি. (হিং. লটুপটু, অস্থিৰ) স্থিৰে নথকা লৰচৰ কৰা, লৰি থকা; eraya Catania, shaking, unsteady, dangling. স. শ. লৰি থকা কাৰ্য, অস্থিৰতা, unsteadliness, টিকা, স, শ, (হিং; বং. লাঠী, টাঙ্গন) টাটী বা বেৰৰ বাহিৰে বন্ধা ফলীয়া বাঁহ বা গোজ, লিটিকা, a pate or piccc of split bamboo, &c., fastened to a reed wall or fence. লটি-ঘটি, স. শ. ( ‘লট ঘট’ চোৱা) এঠাইৰ পৰা আন এঠাইলৈ নি দুঃখ দিয়া কাৰ্য্য; এতেকে জোত পৰি ঘনে ঘনে এঠাইৰ পৰা আন এঠাইলৈ গৈ হেবাথৰি খোৱা অৱস্থা; যেনে, গোচৰত গাৰ লটিঘটি আৰু ধন-ভণি হয়, the act of harassing by moving about, the state of being harassed by moving from place to place. লটক, স. শ. ( হিং. লটকান, ওলমাই থ) কাণৰ অলঙ্কাবত আৰি দিয়া মুকুতা আদি; সেই দৰে ওলসেৱা আন বস্তু, a drop worn iu the ear, anything like it. লঘট, স, শ, (সং. নটু, জোকাৰ + অং. ঘট, অনুৰূ, জোকাৰপি, সঞ্চালন; এঠাইৰ পৰা আন এঠাইলৈ নিয়া কাৰ্য্য; এতেকে জো, লেঠা; যেনে, এখান লটঘট লাগিছে, the act of pulling or moving about, entanglement in a difliculty. লটুঘটা, স. বা. এঠাইৰ পৰা আন এঠাইলৈ নি বা পঠিয়াই হেবাগৰি ধুৱা, to harass by leading or sending from place to place. টুপটু, বি. ( হিং, লটুপটু, অস্থিৰ) অস্থিৰ, লন্স