পৃষ্ঠা:হেমকোষ.pdf/৮৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

3 যু, বি. (সং. লঘু ~ , গতি ক; গ। পাতল জন্তু বেগাই যাব পাৰে, এতেকে) পাল, গধূৰ মোহোৱা; যেনে, তুলা: যেন লঘু; শাম কটা, কম হোৱা; যেনে, বেদনা লঘু হৈছে; সামান্থ, ইতৰ হ্ৰস্ব, চুটিকৈ উচ্চাৰিত (স্বৰ-আদি), light, not heavy, abated (as a disease ), inferior, short, as a vowel, &c. লঘু ক, লাজ দি, অপমানিত কৰু, to put to shame, to insult. লঘু পৰু, শাম কাটু, উপশম হ, to albate, to decrease, as a disease. লঘা, স. শ. (সং. লঙ্ঘন, উপবাস) উপবাস; সঁযোত; অনাহাৰ, a religious fast, a fast observed on the day previous to the performance of a religious ritc, fast, alstience from focxl, tasting. লধোন লাগ, অপবিত্ৰ কাৰ্যৰ পাপ ক্ষয়ৰ নিমিতে পোন কৰিব লগা হ; যেনে, অশুচি বস্তু চুলে লঘোন লাগে, to have to obsurve any expiutory fast, tu luve to fast to expiate a sin. লধোনীয়া, বি. ( অ.) উপবাসী, পদোন কৰা, একো নেখাই থকা; উপবাস অন্তত বা লেখাই থকাৰ পাচত খোৱা; যেনে, লঘোনীয় ভাত, fasting, cated after fasting. লঘেনে, ক্ৰি. বি. উপবাসে, লঘোন কৰি, ধৰ্মৰ অৰ্থে বা এনেই একো নোখোৱাকৈ; যেনে, লধোনে আছে, fasting, ab- staining from food, লঙ্কা, স, শ, ৰাৱণৰ ৰাজ্য, এটা উপদ্বীপ, Ceylon. লঙ্কা-মৰিচ, স, শ, এবং, লঙ্কা, ভোট মৰিচ) এবিধ নিচেই সৰু বৰ জলা মচি, খৰিকামৰিচ, a kind of small chilli. . লভেশ,। স. শ. (সং. লঙ্কেশ, লঙ্কে- লঙ্কেশ্বৰ শৰল, এখান উপদ্বীপ+ ঈশ, ঈশ্বৰ, অধিকাৰ) ৰাৱণ, a title of Rarana. লঙ্ঘন, কদ, স. (সং. সঘন--লম্‌ নিৰা- হাৰে থা) উপবাস, লঘোন, a fast. লঘ, কৃদ স. (সং. লঙ্ঘন—লঘ, জাপ মাৰি পাৰ খ) জাপ মাৰি পাৰ হোৱা বা ডেই যোৱা কাৰ্য্য; যেনে, হনুমন্তৰ সাগৰ লধন; অৱজ্ঞা কৰা কাৰ্য, Terment, the act of stepping over, transgressing or disobeying. লঙ্ঘনীয়, বি. (স.) উলংঘিবৰ মোগ্য, Caratföra amn, transgressible. সপছ, ৰঙ্গেৰে বন বাৰি কৰি ইফালৰ পৰা সিফাললৈ যোৱা ভাব বুজোৱা অনুকাৰ শব্দ, an imitative sound use to deuute bustling about. লচুপচনি, কদ, স. লচপচোৱা বা মনত বঙ্গেৰে কাম কৰি ঘুৰি ফুৰণ, tie act of bustling about on some business. লপচা, অ, ধ. বৰ উদ্যোগ আৰু হৰিষেৰে কাম কৰি ঘূৰি ফুৰ, to le active, to move about cheerfully un soino business, লচুচী, বি. এলাহত বহি নথকা, মনত ৰহেৰে বেগাই বন বাৰি কৰি ফুৰা (a), active, bustling, working checrfully and quickly. লচুচীয়া, বি. এলেহুৱা নোহোৱা, উদ্যোগী, বঙ্গেৰে শীঘ্ৰে কাম কৰা (পুং. স্ত্ৰী); যেনে, চপচীয়া তিৰী, active, work- ing quickly and cheerfully, লচুপ কৰে, ক্ৰি. বি. মনত ৰঙ্গেৰে বেগাই, লচুপচকৈ, উদ্যোগেৰে সৈতে; যেনে, লচুপ কৰে ভাত ৰান্ধিলে, with joy- fal haste. লচৰাই, ক্ৰি, বি. অকস্মাৎ, হঠাৎ, লচ কৰে, আগ গুৰি নোচাৱাকৈ (মাত মত খাটে); যেনে, সচৰাই গালি এষাৰ পাৰিলে, suddenly, hastily ( said of speaking ). লজুৱা, বি. (অ. লাজ, লঙ্গা) লাজুক,