পৃষ্ঠা:হেমকোষ.pdf/৮৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮২ লঘনীয়া লগি, স. শ. (অং, লগ, সঙ্গ; সন্তানৰ গাত লাগি থাকে, এতেকে) তিৰোতাৰ গৰ্ভত সন্তানক মেৰাই থকা আৰু প্ৰসৱৰ পাচত বাজ হোৱা ছালবিশেষ, the lislnal placenta or afterbirth. লগী, স. শ. (হি. লগী; বং. লগী, চৰ্বি ) নাও চলোৱ। দীঘল বাঁহ, , banly) pole used in propelling a boat. লগীয়া, বি. আবশ্যক হোৱা, প্ৰয়োজনীয়, উচিত ( তাৰ আগত এটা লিঙ্গ ধাতু থাকে); যেনে, কৰিব লগীয়া, necessary, fit ur prorer. লগা, স, শ. {সং. লগ্নক, জামিন) প্ৰতিভূ, কোনো লোকে কোনো কাৰ্য কৰিলে বা নকৰিলে যি দায় হব, তাক নিজ গাত ওঁতা মানুহ; যেনে, লগা হোৱাই ধন 012, a security. লগা, স. বা. (অ. ‘লাগ’ চোৱা) সংযোগ ক, একত্ৰ কৰু, মিলা; যেনে, ঘৰত খুঁটা লগায়; নিযুক্ত কৰ; যেনে, মন লগাই পঢ়; ফল ধৰা, গুটি উৎপন্ন কৰা; যেনে, আমোল লগাই খাইছে; আগত নথকা মানুহৰ বিৰোধে ক; যেনে, ৰজাত লগ- ইছে; প্ৰজ্বলিত কৰু, জলা; যেনে, চাকি লগায়; নৈৰ দাঁতিত বা { নাও খাটে); যেনে, নাৱৰীয়াই নাও লগায়; সূতাৰ বা কাঠীৰ কামৰ আৰম্ভ কৰ, ৰবলৈ ধৰ; যেনে, খৰাহি লগাইছে। কোনো বস্তুৰ মূলম্বৰূপে আগেয়ে দি; যেনে, ধানলৈ মানুহত ধন লগাইছে, to juin, to bring into contact, to devote, to engage, to employ, to cause to bear fruit, to maliciously speak against a person absent, to backbite, to kinille, to light, to make fast, as a boat, to com- mence, to or plait, to advance, as the price of articles. কৃ. স. লগাওঁতা, (স্ত্ৰী) লগাভী। লগাই ভাই, টোটকালি কৰি, লগনীয়। কথা কৈ, inaliciously speaking against a person, backbiting. লগাও, কদ, স, লগোৱা কাৰ্য, tic act of joining, &c. লগাতগা, স. শ. ( কিছু সম্বন্ধ লাগে, কিছু ভাগে বা নেলাগে, এতেকে) আঁতৰ- সম্বন্ধীয়া মানুহ, মিতিৰৰ নিচিনা লোক, a distant relation or connection, গালাগ, বি, সংলগ্ন, এটাৰ গাত আনটো লগা, নিচেই ওচৰাউৰি, contiguous, adjoining. স. শ. সম্পৰ্ক, ছোৱছুই; যেনে, এই দুটা ঘৰৰ লগালগি গুচাই আঁতৰ কৰ, contiguily, adjacency, Wcave লগুণ, স, শ, { সং, নৱগুণ, একে লগে পকোৱা নডাল সূত) বামুণ আদি তিনি জাতিয়ে ঘাগবিগতীয়াকৈ পিন্ধা নগুণীয়া সূতা, যজ্ঞোপবীত, ti stered thread wortz by the three first classes of Ilindus. লণ্ড- দিয়নি, স. শ. লৰাক লণ দিয়া বা প্ৰথমে লগুণ পিন্ধোৱা কাৰ্য, this ceremony of investing a boy with the sacred threau. লগু-াঠি, স. শ. { সং. লগ্নগ্ৰস্থি, দৰ৷ কন্যাক একত্ৰ কৰা গঠি) বিয়াত দৰা কন্যাক লগ লগোৱাৰ চিনস্বৰূপে এখান কাপোৰৰ এমূৰেৰে দৰাৰ সি মূৰেৰে কন্যাৰ গাত দিয়া বান্ধ, the uuptial knot. গুৱা, স. শ. (অ, লগ, সঙ্গ; লগত থাকে, এতেকেপৰিকৰ, কোনো ভদ্ৰ লোকৰ আপৈচান ধৰা ভূত, å personal attenclant. লিগিৰা’ চোৱা। গুৱালি, শু. শ. লঙৱাৰ কাম, আলপৈচান, mnenial or donostic service. লগ্ন, বি. (সং. লগ্ন – লগ, সংযুক্ত হ) সংযুক্ত, লগা, joiuett, connected. স. শ. কোনো এক ৰাশিত সূ* সোমোৱা কাল, tlie moment of the sun's entrance into a Zodiacal sign. লধন, ‘লঘোন” চোৱা। সঘনীয়, ‘লঘোনীয় চোৰা।