পৃষ্ঠা:হেমকোষ.pdf/৮৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লকটি লগৰীয়া কচি, শ, শ, গা-সৰু লকচা বা বাঁহৰ ঠালি, a thin bamboo twig. লক্ত, বি. (সং, লগ্ন; বং, লক্ত, লগ লাগি থকা), সংলগ্ন, পান লগা, লগালগি, comected, contiguons. লকৰ থক, বি. বকবক, অস্থিৰ (বুঢ়া Cat** TCE ), uustcaly, trumliling, as an oleh person. লক-থকৰ কৰে, ক্ৰি. বি. অস্থিৰূপে, কঁপি, 278447 #fa, in an unsbadly mau- Hier, tremblingly. লকুল, বৰকৈ লোভ লগা ভাব বুজাবলৈ বাৱহৃত অনুকাৰ শব্দ, all imitutive sound used to express a craving. সক্লকনি, স, শ, বৰ লোভ, সামৰিব নোৱৰা Gato, a craving: লক্লকা, অ. ধাকোনো বস্তু পাবলৈ বৰকৈ ব্যস্ত হ, অতিশয়ৰূপে লোত বা আকাংক্ষা কৰ, সুতপুতা ( ইয়াৰ কৰ্ত্তা মন); যেনে, ভাল বস্তু দেখিলে লুভীয়াৰ মনে ললকায়, to feel it craving or longiny, as the mind. লক্লকীয়া, বি. কোনো বস্তু পাবলৈ বৰকৈ ব্যস্ত হোৱা, লোত সামৰিব নোৱৰা { মনত খাটে); যেনে, লকলকীয়া মন, eager to possess at tlking flesired, , tlesiring, eagerly, as the mind. লক্লক্ কৰে, ক্ৰি. বি. বেগাই আৰু অতিশয় ৰূপে (বঢ়াত বা ডাঙ্গৰ হোৱাত খাটে); যেনে, ধান-ডু বা ছোৱালীজনী লক- লক কৰে বাঢ়িছে, rapidly and luxu- riautly (sail of thriving). ল, স. শ. (সং. অক্ষ্য, চিন; চিন মাত্ৰ } অতি অলপ বস্তু; যেনে, ধানৰ লখেই নাই, খেতিৰ লখ লওঁ, a small particle, লখিমী, “লক্ষ্মী” শব্দৰ অপভ্ৰংশ, সেই শব্দ চোৱা। লখিমী অন, প্ৰথমে দোৱা ধানৰ এটা মুঠি উৎসৱ কৰি ঘৰলৈ আন্, to bring honic a sleaf of the paddy reaped on the first day with ceremony. লগু, স. শ. {সং, লগ, একত্ৰ হসঙ্গ, যোগ, মিলন; যেনে, তোমাৰ লগত; সঙ্গী লোক, লগৰীয়া; যেনে, লগ নেহোৱাকৈ বিদেশলৈ যোৱা অনুচিত, companiorl ship, union, contact, a companion. লগ ধৰ, পাচত গৈ একত্ৰ হ, খেদি ধৰ; যেনে, খেদি লগ ধৰিলোঁ, to overtake. লগ পা, সাক্ষাত পা, দেখাদেখি হ; যেনে, বাটত কাৰ লগ পালা? 19 net, লগ ল, একত্ৰে যাবলৈ মা; যেনে, ঘৰলৈ যাবলৈ তাৰ লগ লৈছে; সঙ্গী হ; যেনে, দুষ্টৰ লগ নলব, to ask to go with or accupany, to keep company withı. লগ লগা, একত্ৰ ক, সঙ্গী কৰ, to unite, লগ লাগ, একত্ৰ হ, সঙ্গী হ, to be initel, লগ হ, সঙ্গী হ; যেনে, লৰা তাৰ সমনীয়াৰ 075t *, to associate, to join in company , লগতে, ক্ৰি. বি. বেগতে, শীদ্ৰে, juickly. লগনিয়া, স. শ. (অ. লগা, টুটকীয়া কথা ক) আগত নথকা মানুহৰ অহিতে কথা কোৱা লোক, টুটকীয়া, a backbitor. a tale-bearer. লগনী, স, শ, (অ. লগা, জুইৰ লগনী-খৰি, সংযোগ ক) প্ৰথমে জুই লগোৱা শুকান কাঠ আদি, kiyaling wood. লগনীয়া, বি. ( অ. লগা, টুটকীয়া কথা ক) আগত নথকা লোকৰ অহিতে কোৱা, টুটকীয়া (কথাত খাটে ); যেনে, লগীয়া কথা নুশুনিবা; আগত নথকা মানুহৰ অহিতে কথা কোৱা, টুটকীয়া (মানুহত খাটে); যেনে, লগনীয়া মানুহৰ aseny rofast, spoken against one absent, tale-bearing, backbiting. লগৰীয়া, বি. (অং, লগ, সঙ্গী সঙ্গী, লগৰ, একে লগে থাকা বা ফুৰা; যেনে, লগৰীয়া মানুহ, , 8, associate, closely connected or joined with another. 4. *. , সশ. সঙ্গী লোক, একে লগৰ মানুহ, বন্ধু, all as sociate, a companion,