পৃষ্ঠা:হেমকোষ.pdf/৮৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰোহিণী গচা। বৰ উচ্চকৈ কথা ক, to lbark loudly, to speak aloud with anger. ৰোৱাচোৱা, স. শ. বৰ হাই, বৰ উচ্চ শব্দেৰে কোৱা আপোনাৰ দুখ বা হানিৰ কথা (প্ৰায়ে তিৰোতাৰ কথাত খাটে ), a loud noise, grievances expressed in a loul anil noisy voice. মানৰ কথা যেনেকৈ কলে তেওঁ অসন্তোষ নেপায়, জাক জান্, to know how to spare the feelings of a person in speaking to him. ৰোহিণী, স, শ, (সং. ৰোহিণীৰূহ, বৃদ্ধি পা) চতুৰ্থ নক্ষত্ৰ, the fortly lunar asterism. ৰোহিতু, স. শ. (সং. ৰোহিতৰঙ্গা বৰণ; তাৰ বুকুফল তালপ ৰচীয়া, এতেকে ) catate, a kind of fishi. ৰৌ, স. শ. (সং. ৰোহিত—বং. কই, এবিধ মাছ) এবিধ ডাঙ্গৰ মাছ, ৰোহিত, ste the above. ৰোজা-বৌজাল, স. শ. (সং. ব্ৰ, শব্দ+ বৌজাল, অনুৰূ.) অলপ কথাতে কৰা বৰ হাই; বৰ খঙ্গেৰে কোৱা উচ্চ কথা, 5*, noise, noisy dispute, a fuss, ৰোঢ়ি, স. শ. (সং, টু, কথা ক) বৰকৈ প্ৰকাশ পোবা কথা, পৰস্পৰে কোৱাকুই কৰাত ব্যাপ্ত হোৱা কথা, a rumour. বি. বৰকৈ প্ৰকাশ পোৱা, সকলোৱে জনা; যেনে, কথাটো ৰোঢ়ি হৈছে { প্ৰায়ে বেয়া কথা ওলোৱাত খাটে ), spread alorshad. ৰোঁঢ়ি উঠ, ৰৌঢ়ি ফুট, বৰকৈ ব্যক্ত ই (বেয়া Fate tt ), to he spread abroadl. বৌদ্ৰ, স. শ. (সং- ৰৌদ্ৰ-কৃ, শিৱৰ প্ৰলয় কালৰ মুৰ্তি ) বব তাপ, সূৰ্যৰ তাপ, বদ, heat, sunshine. বৌমুবিয়লি, স. শ. মোছৰ ডেকেৰুৱা taifa, a young rui fish. ৰৌৰৱ, স. শ. (সং. ৰৌৰৱ---ক, কান্দ। পাপীয়ে তত কালে, এতেকে) এখান 777, one of the divisions of hcl. “ৰৌৰ-নবক” এনেও হয়। বৌ ৰৌ, অনুক, কুকুৰে বৰ ডাঙ্গৰকৈ ভুকাৰ fony ***, an imitative round used to express that of loud barking of a clog. বৌৰৱনি, স. শ. কুকুৰে বৰ ভাৰকৈ কাৰ শব্দ, the loud bark of a dog. বৌৰৱ, অ, ধা. বৰ ডাঙ্গৰকৈ ভুক্ত; খঙ্গেৰে ল, ব্যঞ্জনবিলাকৰ ২৮ সংখ্যাৰ আখৰ, the twenty-eighth letter of the con- sonants. ল, স. বা. {সং. লা; হিং. লেনা; ব. লওন, গ্ৰহণ কৰ) গ্ৰহণ কৰু, হাত আদি পাতি ধৰ; স্বীকাৰ কৰ; ভক্ষণ কৰ, খা; যেনে, জুলাপ লৈছে ( ঘাইকৈ ভকতীয়া মাত); যেনে, আতৈয়ে অন 6765, to recive, 1.o take, to eat. কুদ, স. লওঁতা, (স্ত্ৰী) লতী। লও, কদ, স. লোৱা কাৰ্য, গ্ৰহণ, the 1 of taking, aceeptance. লং, স. শ. (সং, লবঙ্গ, এবিধ মচলা ) তমোলৰ আৰু দৰবৰ লগত ব্যৱহৃত এবিধ বিদেশী শুকান ফুল, a clove, a flower-Duc of the clove-tree, লং, স. শ. লঙ্গৰ আকৃতিৰ এবিধ কাণৰ অলঙ্কাৰ, এবিধ সৰু কেক, a. laid of ear ( Ornament. লংঘ, স. ধা. {সং. লঘন—-, ডেই যা জাপ মাৰি পাৰ হ, ডেই য; যেনে, হনুমন্তে সাগৰ লংঘিলে; নেমা, অৱজ্ঞা কৰ; যেনে, পিতৃ-মাতৃৰ আজ্ঞা লংঘিব নেপায়, to eross by jumping, to disobey. লং-ফুল, স, শ, লঙ্গৰ আকৃতিৰ সুগন্ধি ফুল ধৰা এবিধ ক্ষুদ্ৰ গছ; তাৰ ফুল, a kind of plant, and its flower. লকচা, স, শ, বাঁহৰ কোমল মোটা ডাল; এবিধ দীঘল তৃণ, a young banboo twig, a kind of long grass.