পৃষ্ঠা:হেমকোষ.pdf/৮৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰোষু বুজ বোগ-শান্তি ৰোগ-শান্তি, স. শ. {স, ৰোগশান্তিৰো, ব্যাধি + শান্তি, উপশম) ৰোগৰ উপশম a fagre, cessation of a disease. বোচেকা, স. শ. ( এ. কেক, জোঙ্গা বস্তুখে খোঁঢ়) আৰ্চোৰ লাগি হোৱা ঘা,

  • C, a slight woul, a scratch.

বোজ, স. শ. { যা. বেহ, দিন} নিতে দিয়া কেঁচ খাদ্য বা সিধা; প্ৰতি দিনে যিমান লাগে, তাৰ লেখেৰে দিয়া চাউল i Tfn. a daily allowance of raw food, ration: বোজ ধৰ, দিনেও বিমান লাগে, তাৰ জোখাই বা নিতে কেঁচা খাদ্য যোগ, to supply with daily provisions. ৰাজা, ৭. শ. (যাং. ৰোজই, দিন) মছল- মানে দিনত কৰা মাহেকীয়া উপবাল, Malioinedanı fast. বোদন, কদ, স. (সং. ৰু, কাল ) ক্ৰন্দন, stoff, the act of crying or weeping . বোধ, স. শ. (সং. ৰোধব, বন্ধ ক) বন্ধ কৰণ, আটকা কাৰ্য, #fo}}}}ge, ৰোন্দা, স. শ. (সং. বজ্ৰ, বিন্ধা) পকা ঘৰ ভিতৰে ভিতৰে হোৱা বিন্ধা, মুখ ঠেক ভিতৰে বহল আৰদ হোৱা পকা ঘা, simus, an elungatel abscess with a small orifice. ৰোপণু, দ. স. ( স. বোপণক, গজ, ) ৰোৱণ, এঠাইৰ পৰা নি আন এঠাইত গুৰি পুতি স্থাপন কৰণ (গছত খাটে , the act of plautius ( or transplant- ing: ৰোপিত, কদ, বি. (স.) ৰোৱা, এঠাইৰ পৰা নি আন এঠাইত গুৰি পুতি স্থাপিত। যেনে, বৃক্ষ ৰোপিত হল; এতেকে শালি ধানৰ খেতি কৰা, ৰুপিত, ৰোৱাৰ্তী; যেনে, ৰোপিত মাটি, planted, lit for planting with Sali-dhan. 7. t. শালি তলী, ৰুপিত মাটি, lovy rice-iad. ৰোমন্থ, স. শ. {সং, ৰোমন্থ-ৰোগ, ব্যাধি + মন্থ, নাশ ক) ঘাঁহ পাঙলা কাৰ্য্য, এবাৰ খোৱা ঘাঁহ পুনৰ উলিয়াই পালন, the art of ruminatiny. ৰোমহ, স. শ. (সং, বোমহৰ্ষৰোম, নোম + ইয, তা; নামব আনন্দ) calyk, hvorripilation. বোমাঞ্চ, ৭. শ. ( স”..বোমাঞ্চ ---শেম, নোম + অঞ্চ, সন্মান কৰ; নোমবোৰে সন্মান কৰিবলৈ উঠাৰ দৰে থিয় হয়, এতেকে ) গান নেম শিয়, কোনো আচৰিত কথাৰ দ্বাৰা বা আন কাৰণে গাৰ নোম for ea, horripilation. ৰোমাঞ্চি, কদ, বি. { স”.) আচৰিত কৰাৰ বা আনন্দৰ দ্বাৰা থিয় হোৱা নোমযুক্ত; যেনে, ৰোমাঞ্চিত শৰীৰ, daving the hair standing on and with pleasure or horror. ৰোল, স. শ. ( হিং. ৰোৰ, হাই) হাই, কোহল, উচ্চ শব্দ; যেনে, কান্দনৰ cata, a confused wise, all outcry. বোৱ, ৰুদ, স. (অং. বৰা, ৰোপণ কৰ) ৰোপণ, ৰোপণ কৰণ, the act of plant- ing or transplanting. ৰোৱনী, স. শ. ধান বোৱা তিৰী, alomal who transplants packdy scellings. ৰোৱা, স, শ, পথাৰত ৰোৱা ধানৰ পুলি; যেনে, গৰুৱে ৰোৱা খালে, tisplaital pukly seeillings. ৰোৱতী, বি, শালি ধান বোৰ, কপি, cultivated with sulithun. ৰো, স. *. {সং, দোষ-ক, খ, কৰ) ক্ৰোধ, খং, fig. বোম্ ৰাখ, কোনো কথা যিৰূপে কলে কোনো লোকে অসন্তোষ, লাজ বা অপমান পায়, ঙেওঁৰ আগত তাক সেই দৰে নকৈ তেওঁৰ মান বা আবুৰ ৰাখু; যেনে, ভাল লোকক দোষ ব্যাধি কথা কব, to s] the feelings of a person by speak- ing in his presence what is humi- liating to him in a guarded or round about manner. ধোৰ্য বুজ, কোনো লোকৰ লাজ বা অপ-