পৃষ্ঠা:হেমকোষ.pdf/৮৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰে ৮২৪ ৰোগী। ৰে, স. শ. {সং. ৰে—ৰি কথা ক; ৰূঢ়ি ) ৰ অথব; ঘাইকৈ বানৰ ওপৰত দিয়া বৰ চিন (*), the letter ৰ; postweially the symbol o pare over her (sonant. ৰো-টঙ্গা, “বাৰ চাই। ৰেৱতী, স. . ( ২. } ২৭ সংখাব বা (*19, the last of the lunar asterisms. বেঁৱতী, স. শ. তে জৰ জীয়েক, বলৰামৰ Elity, the daugliter of Kerala anıl wife of Balanmi. ৰেৱা, স. শ. (হি. ৰৱ!, তোণ-ৰূপৰ সৰ গুড়ি) অলঙ্কাৰ অদিত মিহি গুণাৰে কলা, সৰু সৰু টাপোৰা থক! জালৰ নিচিনা 9. liligree Wurk. বেঁৱা, স. শ. বিন্ধ্য পৰ্বতৰ পূৰ-ভাগ বা অকণ্টক পৰ্কৰ পৰা বৈ অহা এখান নদী, নদ নদী, it river irisit train the mountain mukaut in the province of Gendrix, the Ner- budda. স, {যাং. বাইচু, চৰণ ) ঢ় গতি, তা চ!, আচৰণ; মনৰ ভাৱ, httle of ()- ducting one's self, behavior, tendeney. . ৰৈয়ত, বি. হাবি নক গৰু সমান, পবি- দাব; যেনে, মাটিখান বা আলিটো বৈসত হৈছে; দুষ্টক দমন কবি সুস্থিৰ কৰা, যুথিল হাৰা; যেনে, ইংৰাজে মানক খেদাই অসম দেশ ৰৈয় কৰিলে, free from juncle. ৰৈৱ, স. শ. বিন্ধ্য পৰ্বতৰ পূবভাগ বা অমকণ্টক পৰ্ব ( তাৰ পৰা ৰেৱা নদী বৈ আহিছে, এতেকে সেই নাম , the mountain Amarkanta in the pro- vince of Gondwanů. ৰো, স, ধ: {সং. ৰুহ, গজু ৰোপণ কৰ, এঠাইৰ পৰা নি আন ঠাইত স্থাপিত কৰ (গছত খাটে ); যেনে, আমৰ পুলি 15, to plant, to tunsplant. 77. স. বোত, { স্ত্ৰী ৰোতী। বোহ, স. শ. (সং. ৰোখ, খ) ঠে, অসন্তোষ পাই মনে মনে কৰা গ, ৫ silluti ra- antent of an allront, it net. গোহ-ঘৰ, ম. শ. কোনে! কুৰী, ৰাজকুমাৰী বা কোৰৰ ৰোহ হলে মনে মনে সোমাই থকা কেঁঠাল, dtait, a chainler of displea- sule, à 12e)ta in which a recit, a princess or springe sluts herself or himself up when in a pet. ৰোক, স, ধা, জেঙ্গি। বস্তুৰ আগৰে খুঁচি এৰুৱা, ঘে; যেনে, নাৰিকল থোক, 1" souop or goloy ont. খোলী, স. শ. বস্তু ৰুকি উলিওৱা এবিধ 1971, an instrument to soup cap out anything. ৰোকা, স. শ. ( যা, কন্ধা, সৰু চিঠিক্ষুদ্ৰ Top xbort letter, a nito. বোথ, স. শ.। সৎ বোগ -- ক, নৰিয়া হ} ব্যাধি, ন}ি, a listasy. ৰোগগ্ৰস্ত, বি. (স. বোগগ্ৰস্তুৰোগ, ঐ+গল, গি। ৰোগৰ দ্বাৰা পড়িত, ব্যাধিমও, liseased. ৰোগান, . . সোশাবিয়ে সোণৰ তালঙ্কাৰ ঘঁহি পৰিাণ ৰা চকচকীয়া কৰ! শিল বিশেষ, akiwl of one with which grokismith cleans golden omaments. ৰোগাম্বিত, বি. (সং. বোগান্বিত--ৰোগ, ঐ + অৰ্ষিত, যুক্ত ) ব্যাধিগন্ত, নৰিয়া, tay, discascal. গোবিষ্ট, বি. (সং, বোগ, ব্যাধি + শৰিষ্ট, দুৰ্দশা বা কষ্ট}. বিযুক্ত; ঋড়িত; যেনে, ৰোগবিঃ শৰীৰ, diseased. বোগাৰ্ত্ত, বি. (সং. ৰোগাৰ্তৰোগ, ব্যাধি + আৰ্ত, ড়িত) ৰোগৰ দ্বাৰা কষ্ট C181, suffering from sickness. ৰোগী, বি. {সং. ৰোগি, ৰোগ, ঐ+ ইন্, প্ৰত্যয়) ৰুগীয়া, নৰিয়া, diseased. স. শ. নৰিয়া মানুহ, বাধিযুক্ত পুৰুষ, a sick man. (স্ত্ৰী) ৰোগিণী।