পৃষ্ঠা:হেমকোষ.pdf/৮৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পেনি line, the small prominence between two precious stones in jewelry, a line made in a cloth with coarser thread, a stripe. ৰেখা, স. শ. (সং. ৰেখ--লিখ, আখৰ দি ) , , a line, a tlıreal-like nark of the pen. চিক, বি. (সং, বেচক -ৰি, মল-ত্যাগ ক) পেট চলোৱা, ভেদ কৰোৱা, jugative. স. শ. পেট চলোৱা দৰব, 1. purgative. ৰেচ, কদ, স. (সং. } ভেদ হোৱা বা পেট 591 FTTT, 667, the act of purging. ৰে, স. শ, এবিধ মাছ ধৰা জাল, a littl of fish-net. ঘে, স, শ, { সং. ৰেখা, আঁক) হিন্দুৰে শোভাৰ বা ধৰ্মৰ নিমিত্তে চন্দন আদিৰ ধাৰ কপালত পলিকৈ টনা তিনটা 17011, tv cross-lines drawn? thu loreal, by a Hindu. বেঙ্গনি, স. শ. ( খ. ৰেঙ্গা, অলপকৈ ৰা হৈ ল।} অলপকৈ ওলেৰ বদৰ ৰঙ্গা বৰণ, খলপকৈ ওলোৱা ৰদ; যেনে, পূৰফালে ৰদৰ ৰেঙ্গনি ওলাইছে, a redelil light of the sun. fr.cacwt, অলপকৈ ওলোৱা; যেনে, ৰেঙ্গনি , slight, (as sunsline). ৰেঙ্গনী, বি. (অৎ, ৰে ৰেং, অনুক, খঙ্গাল আৰু বৰকৈ ভুকি থকা, কেংকোই থকা ( মাইকী কুকুৰত খাটে }; যেনে, ৰেঙ্গনী কুকুৰ, sha]pisfx «l barking furiously . ৰেঙ্গা, অ. বা. (অ৭, ৰঙ্গা, তেজৰ বৰণ ) অলপ ৰঙ্গা হৈ ওলা (ৰদত খাটে); যেনে, ৰদ ৰেঙ্গাইছে, to shine out dimly. অং. ৰেঙ্গা, অলপ পোহৰ হ; অলপ পোহৰ সোমায়, এভেকে) মাজত অলপ ছেদ থকা হ, ভালকৈ নিমিল (জোৰাত যেনে, জোৰাটো বেঙ্গাইছে; এতেকে অসঙ্গত হ, অযুগুত হ, আন কোনো উক্তিৰে অমিল; যেনে, গুচৰীয়াৰ সাখীৰ por cam+30s, to have an interstice, to 1 inconsistent or conflicting with another statement, ৰেণু, স. শ. (সং. ৰেণু, - ৰি, পীড়া দি, চকুত পীড়া দিয়ে, এতেকে) ধূলি; যেনে, চৰণৰ ৰেণু; এক কণিক; যেনে, এক a, (lust, a small particle. ৰেণুকা, স. শ. জমদগ্নি ঋষিৰ ভাৰ্য, পশু- 4729 17, the wife of Jamaagui aux mother of Pomuru. তে, স. শ. (সং. বেতসৰী, ৰৈ পৰ) 11,677, il seminalaid. বেদা . শ. (বং বেদা, কাঠ মিহি কব! শিল্প ) কাঠ নিমজ কণা এবিধ সঁজুলি, terpenter's plane. বে, তা. বা. (স'- ৰি, পীড়া দি} চোকা অস্ত্ৰৰ মুখেৰে তললৈ হেঁচি ঘ; যেনে, ডিঙ্গিত কটাৰিৰ :বপিছে, to (lray boat:li- wards and forwards a cutting in- strument with dokuward pressure. স. ধ. ঘনে ঘনে খুজি আমনি কৰ; যেনে, সি নেপায় মানে মানুহক ৰেপে; পুনঃ পুনঃ ক; যেনে, একটা কথাকে বেশি 7 1998, tu vex with solicita- fions, to harp upon. 7. *. (6771 অস্ত্ৰৰ মুখেৰে মৰা বঁহা; যেনে, একে পেতে ছিগিল, cu fefsty, a downward pressure with a entting instrument clawn backwarls and forwards. ৰে মাৰু, চোকা অস্ত্ৰৰ মুখেৰে ঘঁহ, to draw backwarıls and forwards a cutting instruinent with . downward Pressure. ৰেপনি, স. শ. ৰেপ অৰ্থাৎ চোকা অস্ত্ৰৰ মুখেৰে ঘঁহা, পুনঃ পুনঃ একে কথাতে কোৱা বা নেৰাকৈ প্ৰাৰ্থনা কৰা কাৰ্য্য, the act of drawing a cutting in- strument backwards and forwards with a downward pressure, harpiug upon, pressivg with solicitations. a খাটে);