পৃষ্ঠা:হেমকোষ.pdf/৮৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰূপহী। bcautiful, good-looking, good, excellent. ৰূপহী, বি. { অং. ৰূপহ, সুন্দৰ সুন্দৰী, ga (*), beautiful, charming (n.), স. *. সুন্দৰী তিৰোতা; এবিধ ধন; মানুহে খনি কৰা নৈ, a beauti- Pul woman, a kind of paddy, : canal. ৰূপান্তৰ, স. শ. {স, ৰূপান্তৰ-ৰূপ, আকৃতি + অন্তৰ, আন) গঢ় সলনি; সলনি হৈ হোৱা আকাৰ; যেনে, চেনি উৰ ৰূপান্তৰ, transformation, notli- fication, a modified forn. f. 774 সলোৱা, আন প্ৰকাৰৰ হোৱা, selairectl, transformed. ৰূপান্তৰি, বি. (স. ৰূপান্তৰিত-ৰূপ, আকৃতি + অন্তৰিত, সলো) আকৃতি সলোৱা, গঢ় লৰোৱা, এবিধ গুচি আন এবিধ হোৱা, transforined. ৰূপ, বি. { সং. ৰূপি-ৰূপ, গ+ ইন্) ৰূপ প্ৰকা আকৃতি ধৰা (এটা সংজ্ঞা শব্দৰ পাচত লগ লাগে); যেনে, কূৰ্ম্ম-

    • fans, having or assuming a

form. (স্ত্ৰী) ৰূপিণী। ৰূপে, ক্ৰি. বি. (সং, ৰূপ, প্ৰকাৰ, গঢ় ) প্ৰকাৰে, দৰে, ভাৱে; যেনে, এইৰূপে { এটা বিশেষণৰ পাচত থাকিলে তাৰে একে পদ হয় ); যেনে, ভালৰূপে; ৰূপ ধৰি, আকৃতি লৈ { এই ভাৱত এটা সংজ্ঞা শব্দেৰে লগ লাগে); “মস্যৰূপে অৱতাৰ ভৈল। প্ৰথমত"; স্বৰূপে, নিচিনাকৈ {এই ভাবতো সংজ্ঞা শব্দৰ লগ লাগে ); যেনে, বন্ধুৰূপে, in a certain inander (in composi- tion, as the last member of a word) in tle shape, or character of. ৰূপোৱালি, বি. (অং. ৰূপ, এবিধ ধাতু) ৰূপ লগোৱা, ৰূপৰ বন কৰা; ৰূপেৰে কৰা বা গঢ়া; যেনে, ৰূপোৱালি গুণা, silvered, inlaid with silver, made or consisting of silver. ৰূপ-লাৱণ্য, “ৰূপলাৱণ্য” চোৱা। কৰুৱনি, স, শ, (তললৈ চোৱা) সেঁাত পানী বা বৰ জুইৰ শব্দ, the roaring of a torrent or fire. ৰূৰুৱা, অ. ধ. (অ. ৰূৰু, সোতৰ ৰা জুইৰ শব্দ) বাধা পোৱা সেঁতৰ বা ঢোলৰ জুইৰ দৰে শৰ কৰ। বৰকৈ জল; যেনে, হাবিৰ জুয়ে ৰূৰুৱাইছে; এতেকে জালা বা পড়া কৰু (ভোকত খাটে); যেনে, পেটত ভোকে স্বৰুৱাইছে; তোকৰ দ্বাৰা জলি উঠ বা পীড়া পা ( পেটত খাটে }; যেনে, ভোকত পেটে ৰূৰুৱাইছে, to roar', as fire or water, to be oppressive, as hunger, tu le oppressed by hunger. ৰে, সম্বো, অব্য. (সং. ৰে, অব.) নীচ বা তুচ্ছ মানুহক মতা মাত, অৰে; যেনে, 6 4170, a partirlo used in address- ing a low persou. ৰেৰে, অনুক, কুকুৰে খঙ্গেৰে ভুকৰি falfooty te, an imitative sound used to express that of the larking of an angry cur. ৰেৰঙ্গী, বি. বৰ টান মাতী আৰু দৰী ut), larsh-voicel and quarrelsome ( Fem.. বেংঙ্গেীয়, বি. ( অ, সেৰেঙ্গা, তনু) তনু, পাতল, সেৰেঙ্গা, মাজত ছেদ থকা; যেনে, ৰেৰেঙ্গীয়া বাৰ, thin, having interstices , ৰেকৰেকনি, স. শ. (তললৈ চোৱা) কৰ্কশ আৰু উচ্চ শব্দেৰে কোৱা কথা, rough and loud speech. ৰেৰেকা, আ. ধা. টেকটেকা, টান মাতেৰে বহুত কথা ক, to talk in a lourt and boisterous manner. ৰে, স. শ. (স. ৰেখা, আক) আঁক, ৰেখা; বাধৰ পা বস্তুৰ দুখান বাখৰৰ মাজৰ ওখ সিৰ; যি সূতাৰে সেই কাপোৰ বোৱা যাক তাতকৈ ডাঙ্গৰ বা আন বৰণীয়া সূতাৰে দিয়া ৰেখা (কাপোৰ}, a