পৃষ্ঠা:হেমকোষ.pdf/৮৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰুক্মিণী। বিঙ্গাৰোৱা বিদাৰোৱা, স. শ. { অং. বিং, আটাহ+ স, , শব্দ অনেক মানুহে ৰিঙ্গিওৱা কাৰ্য্য; হাই, কোহল, the sound of suveral persons calling out at once, ani uproar, a loud noise. বিঙ্গিয়া, স, ধ. (অং. বিং, উচ্চ মাত) উচ্চ শব্দেৰে মাতু, উকিয়া, চিঞৰি মাত, to call out loudly. বিজা, স. ধা, প্ৰভেদ বা দোষ গুণ বুজিবৰ কাৰণে আন কোনো বস্তুৰে মিল, তুলনা $4, to compare with. ৰিঠা, স, শ, (হিবীঠিয়া; বং বিঠা-মাছ, ঠি, এবিধ মাছ) এবিধ বাকলি নথকা মাছ, ৰান্ধিবৰ আগেয়ে তাক পিটিব লাগে, তেহে সি ভালৰূপে fire, a kind of fish. বিঠা-দগৰা, স. শ. { অং. বিঠা, ঐ + দগৰ, পিটু) বিঠা মাছ খুলাৰ দৰে খুন্দা কিল, শকত প্ৰহাৰ; যেনে, চোৰক ৰিঠা-দগবা facal, a sound bearing, ৰিণিৰিণি, ক্ৰি. বি. (সং. নিৰীক্ষণ, ৰিণিকি-ৰিণিকি, দূৰত দৰ্শন) অস্পষ্ট- ৰূপে, অসম্পূৰ্ণৰূপে ( দূৰৈৰ বস্তু দেখাত বা মাত শুনাত খাটে); যেনে, হিমালয় পৰ্বত ৰিণি-ৰিণি দেখা যায়, বাঁহীৰ সৰ ৰিণিৰিণি শুনা গেছে, indistinctly, imperfectly (said of sucing a distant object or huaring a distant an offender or stolen property, 1 scoret inforner, ৰিপুৱা ধৰু বা বিপুৱা মেল, দোষী বা চোখে নিয়া বস্তুৰ গোপনে অনুসন্ধান কৰিবলৈ মানুহ নিযুক্ত কৰ, to erruploy a. secret informer. বিবৃৰিবনি, স. শ. {ৰি ৰিক্‌, অমুক, মৃদু ৰূপে চলা বতাহৰ নিচিনা শব্দ } মৃতুৰূপে চল বতাহৰ শব্দ; মেনে, বতাহৰ ৰিব- বিনি শুনি মন শীতল হয়, the loy whispering sound of fentlo breeze. ৰিবৰিবা, অ. বা. মৃদু শব্দ কৰি চল; মৃদু, আৰু শীতল হৈ চকু ( বতাহত খাটে ), tu bylow with a low whispering son or gently, as wind. বিবিৰীয়া, বি. মৃদুৰূপে আৰু ধীৰে ধীৰে 5-71 ( 20 ), blowing softly said of wind). বিষ্ট, স. শ. (সং. বিষ্টৰি, পীড়া কৰ) দুৰ্ভাগ্য, মানুহৰ জীৱনৰ কোনো সময়ত পীড়া বা মৃত্যু জন্মাব পৰা গ্ৰহ নক্ষত্ৰৰ যোগ; যেনে, এই লৰাৰ পোন্ধৰ বছৰত fae 5, ill Inick, a combination ( of stars calculated to cause injury to a person at a certain period of his life. . ৰিহা, স. শ. (সং, বিহ, বধ কৰ, তাৰ জালেৰে মাছ ধৰা যায়, এতেকে) এবিধ গছ, তাৰ ছালৰ সূতাৰে ঢোমে জাল ritest, the rheu plant. B.chmeria wiercit. (Watt). বিহা, স, শ, (সং. হৃদয়, বুকু; বুকুত মেৰোৱা যায়, এতেকে) তিৰোতাই গাত মেৰোৱা এবিধ কাপোৰ, a kind of scarf worn by wonien. ৰীতি, স, শ, (সং. ৰীতি-ৰী, গমন কৰ, সেইৰূপে মানুহ চলে, এতেকে) দস্তুৰ, আচৰণৰ নিয়ম, ব্যৱহাৰ, custom, prac- tice, usage. ৰুক্মিণী, স. কৃষ্ণৰ এজনা ভাৰ্যাৰ নাম, voice), বিপু, স. শ. (সং. বিপুৰ, গালি পাৰ) we, an enemy ৰিপুঞ্জয়, বি. (সং, বিপুঞ্জয়--ৰিপু, ঐ+ জি, পৰাস্ত কৰ) শক্ৰক দমন কৰা, জয়- যুক্ত, victorious. ৰিপুৱা, স. শ. {সং, বিপু, শ, জগৰীয়াৰ প্ৰতি শত্ৰুৰ দৰে কাম কৰে, এতেকে) কোনো জগৰ কৰা মানুহৰ বা চোখে নিয়া বস্তুৰ গোপনে উৱাদিহ লৈ বাৰ্তা দিবৰ নিমিত্তে নিযুক্ত হোৱা মানুহ, গুপ্তচৰ, চৰিয়া, a person employed secretly to enquire and report about