পৃষ্ঠা:হেমকোষ.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অস্বামি। অহোহোৱা নোহোৰ-অ, মহয় +স্বাৰ্থপৰ আপে- নাৰ ভাললৈ মাথোন চিন্তা স্বাৰ্থপৰতা- নথকা, disinterestxl, অস্বামি, বি. (সং. অস্বামিক, গৰাকী-নথকা —অ, নাই+স্বামি, গৰাকী গৰাকী- 7*, having no owner, unclaimed. অস্বীকাৰ, স. শ. {সং. অস্বীকাৰ, আসৈ- মাতন -- অ, নহয়+স্বীকাৰ, সৈ-কৰণ ) আসৈ-মান, মিছা মাতন, denial, refusal. অস্বীকৃত, ৰূদ, বি. স্বীকাৰ-নকৰা গ্ৰহণ-নকৰা, Sty calcatta, (lenied, refused; not admitted. । ভা, অব. মনৰ দুথ বা বেজাৰ অহ্-তহ্য বুজোৱা মত, an interjection of pain or sorrow. অহঙ্কাৰ, ম. শ. (সং, অহঙ্কাৰ, গৰ্ব-অহৎ, মই+ক, কৰ) আপোক শ্ৰেষ্ঠ বা ডাব্দৰ বুলি মানন, গৰ্ব্ব, গল্প, pride. অহঙ্কাৰী, বি. (সং. অহঙ্কাৰি, গৰ্ব্বী} গব্বী, গপাল, আপোক শ্ৰেষ্ঠ ভব, proud. ২. শ, গপাল মানুহ; যেনে, অহঙ্কাৰীক কোৱে ভাল নেপায়, a proud mall, (স্ত্ৰী) বি. স:অহঙ্কাৰিণী। অহৰহ্, ক্ৰি. বি. (সং. অহৰহ-অহঃ অহঃ, দিন দিন। নিতে, প্ৰতিদিন, every- day. অনিশ, ক্ৰি. বি. (সৎ, অনিশ, দিন-ৰাতি --অহঃ, দিন+নিশ, বাতি} দিনে- ৰাতিযে; যেনে, অমুকৰ অহনিশ জ্বৰ, day and vight. অহা, কুদ, স, { অং. আহ, আগমন ক) .কেননা ঠাইত উপস্থিত হোৱা, the act of coming, 7h-f. coming. অহা-যোৱা, কদ, স.(অং. আহ্+য) খাতা- যাত, আহ-যাহ, coming and going, intercourse. আঁহি, স. শ. (সং, অহি, সাপ~-অ, উপস.+ হন, হিংসা কৰ, সাপ, a snake, a serpent. হিংস, বি. (সং. অহিংসক, হিংসাশূন্য অ, নহয় +হিংসক, অপকাৰ কৰে। অনপকাৰী, পৰক পীড়া নকৰোতা, সাধু, halailass. স, শ, অপকাৰ নকৰা মানুহ, 7, fertfa a harmless thing. আঁহিৎসা, স. শ. (সং. অহিংসা, হিংসাশূঙ্গতা --অ, নহয়+হিংসা, খিয়াল) হিংসাৰ অভাৱ, পৰৰ অনিষ্ট নকৰা, harm- lessness. অহিতু, বি. (সং. অহিত, হিত-নোহোৱা-~- নহয় + হিত, উপকাৰী) ভাপকাৰী, অনিষ্টকাৰী, injurious, inimical. স. শ. অপকাৰ, হিংসা, অনিষ্ট; যেনে, শত্ৰুৱে অহিত কৰে; অপকাৰ-কৰোতা, শক্ৰ; যেনে, অহিতে কেতিয়াও হিত নকৰে, injury, an injarer, an enemy. অহিতে, ক্ৰি. বি. (স.) বিবোধে, প্ৰতিকূলে, অহিত কৰিব ইচ্ছাৰে; যেনে, মিতিৰৰ অহিতে সাক্ষী নহব, against. অহি-কাৰী, বি. (সং. অহিত+কাৰী, কৰোতা} অপকাৰী, অনিষ্টকাৰী, injuri- ons, inimical, 1. enany. আহো-পুৰুষাৰ্থ, স. শ. (সং. অহো, আশ্চৰ্য+ পুৰুষাৰ্থ, যত্ন; আচৰিত যত্ন। বৰ যত্ন বা পৰিশ্ৰম; যেনে, অহোপুৰুষাৰ্থ কৰিও সিদ্ধি নেপালে, great exertion or cleavour. ( মৌখিক অহে-ভাগ্য ( স. অহে, ঐ + ভাগ্য, কপাল, আচৰিত ভাগ্য পৰম ভাগ্য, বৰ কপাল, good luck. (মৌখিক) আহোৰাত্ৰি, স. শ. {সং. অহেৰাত্ৰি,~-অহঃ দিন + ৰাত্ৰি, ৰাতি) এদিন-এৰাতি, যেনে, অহোৰাত্ৰ লঙঘন; অহেৰাল পৰিশ্ৰম fals, a day and a night, অহেবিলিয়া, বি. ( অ.) বলিয়াৰ দৰে কথা- কোৱা বা আচৰণ-কৰা, speaking or behaving like a mail man. আঁহোহোৱা, বি. { অং.) ভোলাঙ্গা, বহুত বিন্ধা খকা; এই কাৰণে পেটত কথা at fora catay, having many holes; pen heartel,; চহা আৰু মৌখিক)। ali