পৃষ্ঠা:হেমকোষ.pdf/৮৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮১৪ ৰাজধৰ্ম্ম। ৰাজা, স. শ. (সং. “জ” চোৱা) দেশৰ গৰাকী, ভূপাল, a king, a movareh. ৰাজা, স. শ. ( স. ৰজাজ্ঞা - ৰাজন, ৰজা+অঙ্গ, আদেশ) ৰজাৰ আদেশ, royal command, an edict. ৰাজাধিৰাজু, স, শ. (সং. ৰাজাধিৰাজ- ৰাজ, ৰজা+ অধিৰাজ, চক্ৰবৰ্তী) ৰজাৰ ওপৰৰ ৰজা, চক্ৰবৰ্ত্তী ৰজা, an emperor. ৰাজু-আলি, স, শ. {স- ৰাজালি- ৰাজ, ৰজা+আলি, ওখকৈ বন্ধা বাট) ৰাজ্যৰ সকলো মানুহ যাতায়াত কৰা বাট, ৰাজ 16, a ligluway, or public road. বাজীৱ, স. শ. (সং. ৰাজীৱ-ৰ, দীপ্তি ক) পদ্ম, পদুম, a lotus. ৰাজেন্দ্ৰ, স, শ. ( সং. ৰাজেন্দ্ৰ, ৰাজেশ্বৰ ৰাজেশ্বৰ, --ৰাজন্ + ইন্দ্ৰ, ঈশ্বৰ, অধি- কাৰ) অধিৰাজা, চক্ৰবৰ্ত্তী, ডাঙ্গৰ ৰজা, an emperor. বাজ-কৰ, স, শ, {সং, ৰাজক---ৰাজন, জা+কৰ, খাজনা) ৰজাক দিব লগা ধন, ৰাজস্ব, ৰাজহ, royal revente, tar, tribute, ৰা-কাৰ্য্য, “বাজ-কাৰ্য্য” চোৱা। কন্যা, স. শ. (সং. ৰাজকনা--বাজন, ৰজা+ কন্যা, ছোৱালী) ৰজাৰ জীয়েক, a king's daughter. বাকিৰীটি, স, শ. {সং. ৰাজকিবীট, ৰজাৰ মূৰৰ অলঙ্কাৰ) ৰজাৰ মৰ্য্যদাৰ চিন- অৰূপে মূৰত পিন্ধা অলঙ্কাৰ, a diadem. ৰাজকুমাৰু, স. শ. (সং. ৰাজকুমাৰ-ৰাজন, বজা+কুমাব, পবা) ৰজাৰ পুতেক, ৰাজ- te, a prince, a kiny's son. () ৰাজকুমাৰী। ৰা-খোৱা, স. শ(অং. ৰাজ, অসমৰ এগ+খোৱা, ভোেগ কৰা) অসম দেশৰ কোনো এক বিশেষ ভাগৰ অধিপতি শা শাসনৰ কাম চলোৱা বিষয়, সেই বিষয়াৰ সংখ্যা বাৰ জন আছিল, an officer entrusted with the administration of a particular part of Assam. ৰা-গুৰু, স, শ. (সং. ৰাজগুৰুজন, ৰূজা + গুৰু, মানা লোক ) ৰজাক ধৰ্মৰ উপদেশ দিওঁ, ৰজাৰ গোৰ্সাই; ৰজাৰ পুৰোহিত, a spiritual preceptor or family pricst of a king. ৰাঘৰ, স. শ. (সং. ৰাজ, ৰজা+ঘৰ, গৃহ) ৰজা থকা ঘৰ, a palace. ৰাজচিহ্ন, “ৰাজচিহ্ন” চোৱা। ৰাজ্ঞী, স. শ, (সং. ৰাজ্ঞী---ৰাজন শব্দৰ স্ত্ৰীলিঙ্গ) ৰজাৰ ভাৰ্যা, কুৱৰী, a quech, জুটিকা, স. শ. (সং. ৰাজা, অৰ্থাৎ ডাঙ্গৰ + টিকা, ওখ মাটি ) বৰ ওখ মাটি, clovated flat land, বাজু-দণ্ড, স. শ. (সৎ, ৰাজদণ্ডৰাজ, ৰজা+দণ্ড, শান্তি, লাখুটি ) ৰজাই কৰা উৰ; বজাৰ ক্ষমতাৰে কৰা শাস্তি; ৰজাৰ ক্ষমতাৰ চিনস্বৰূপ লাখুটি, punishment awardexl by or under the authority of a king, it suptre. ৰাজদূতু, স, শ, (সং. ৰাজদূত-জন, ৰজা + দূত, পাচনি) কোন কাৰ্যৰ নিমিত্তে ৰজাই পঠোৱা লোেক, কটকী; বজাৰ টেকেলা, a royal messenger, a bailiff, a constable. ৰাজুদ্ৰোহ, স. শ. (সং. ৰাজদ্ৰোহ-ৰাজন, ৰজা + দ্ৰোহ, হিংসা বিদ্ৰোহ, ৰজাৰ দ্ৰোহ আচৰণ, ৰজাৰ অহিতৰ চেষ্টা, robellion. ৰাজুদ্ৰোহী, বি. (সং. ৰাজদ্ৰোহিন-ৰাজ, ৰজা + দ্ৰোহ, হিংসা) ৰজাৰ দ্ৰোহ আচৰা, ৰজা ভঙ্গিবলৈ মন্ত্ৰণা কৰা, rebellious, rising against one's own king. . শ, ৰজাৰ প্ৰাহ আচৰা লোক, নিজ দেশৰ ৰজাক নমনা আৰু তেওঁক গুচাবলৈ যত্ন কৰোতা, a rebel. বাজু-দুৱাৰ, স. শ. {সং. ৰাজদ্বাৰ, ৰজাৰ বাট চৰা) ৰজাৰ ঘৰৰ বাট চৰা; ৰাৰ স, ৰজাৰ বৰ চৰা; যেনে, ৰাজহুৱাৰ তোমাৰ জয় হওক, the gate of a palace, the court of a king, ৰাজ-ধৰ্ম্ম, স, শ, (সং. ৰাধৰাজন,