পৃষ্ঠা:হেমকোষ.pdf/৮৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজহ্-তহু etat Coa), beloved of a king. 7. st. বজাৰ খাটনিয়াৰ, a favourite of a king, a minion. ৰাজভোগ্য, বি. (সৎ. বজভোগ্য~-ৰাজন্ + ভোগ্য, ব্যৱহাৰৰ যোগা) ৰজাই ভোগ বা ব্যৱহাৰ কৰিবৰ যোগ্য; এতেকে অতি উত্তম, fit for the use or pos64- sion of a king, excellent. (3) ৰাজভোগ্যা? বজযক্ষ্মা, স. শ. {স ৰাজযস্মৰাজ, প্ৰধান + যক্ষ্ম, এবিধ ৰোগ ) হাওঁফাওঁত হোৱা এবিধ ডাঙ্গৰ ৰোগ, ভাৰ লক্ষণ জব কাহ আৰু কাহেঁতে কদাচিত তালপ তেজ ওলোৱা আৰু ৰোগী খীণাই যোৱা, pulmonary consumption. ৰাজযোগ, বি. (সং. ৰাজযোগ্য-ৰাজ, ৰজা+যোগ্য, উপযুক্ত) ৰজাৰ উপযুক্ত, suitable to a king. ৰাজৰাজেশ্বৰ, স. শ. (সং. ৰজিৰাজেশ্বৰ:- ৰাজন+ ৰাজ+ঈশ্বৰ, অধিকাৰ বজাৰ ৰজাৰৰ অধিকাৰ, চক্ৰবৰ্তী ৰজা, অধি ৰাজা, an emperor. (স্ত্ৰী) ৰাজৰাজেশ্বৰী। ৰাজবি, স, শ. (সং, বাজৰ্ষি -- ৰাজন্ + ঋষি, তপন্থী আৰু জিতেন্দ্ৰিয় পুৰুষ ) ঋষিৰ দৰে সদায় দেৱতাৰ উপাসনা কৰ

      • (

GMT 751, a saintly king, á king who is devoted to religious austerities. ৰাজলক্ষ্মী, স. শ. {সং. ৰাজলক্ষ্মী-জন্+ লক্ষ্মী, সম্পত্তি) ৰজাৰ সম্পত্তি-বিভূতি, royal possessions. ৰাজ, স. শ. (সং. ৰাজশ্ৰী-ৰাজন্ + শ্ৰী, সৌন্দ) ৰজাৰ শ্ৰী, ৰজাৰ সম্পত্তি-বিভূতি, ৰজাৰ সন্মান, toyal splendour for .jpossessions, inajesty, ৰাজসিক বি. (সং. ৰাজসিক-জ, ৰজো- গুণ) ৰজোগুণযুক্ত, ৰজোগুণ থকা; ধেনে, ৰাজসিক লোক, ৰাজসিক কাম, pertain- ing to or possessing the quality of passiou. পূ, , , (সং, ৰাজসূয় ৰজা+: , , উৎপন্ন কৰ; আপোনাৰ ৰাজ- ত্বক অৰ্থাৎ আপুনি যে ডাঙ্গৰ ৰজা ইয়াক উৎপপ্ন আৰ্থাৎ প্ৰখ্যাত কৰে ইয়াৰ দ্বাৰা, এতেকে আপোনাৰ কৰতলীয়া ৰজা- বিলাকক নিমন্ত্ৰণ কৰি তেওঁবিলাকৰ পৰা কৰ লৈ কৰা এক যজ্ঞ, ৯ sacrifice Tel- formed by a great monarch to which all his tributary princes are invited. ৰাজসেৱ, স. *. (প ৰাজসেৱক-ৰাজন, ৰজা+সেৱক, আশিত) ৰজাৰ বিষয়, ৰজাৰ নিজা বা ৰাজ্যৰ কাম চলাওঁ, a courtier, an officer of state or a private servant of a kiny. ৰাষ, স, শ, (সং. ৰাজস্বজন, বজা+ স্ব, বন) ৰজাৰ কৰ, ৰাজহ, royal l'evenue, tax, cess, duty. ৰাজহ, স. শ. {সং. ৰাজস্ব, ঐ) ৰাজুক, ৰজাক দিব লগীয়া ধন, দান, খুত, royal revenue, tax, cess, inupost. ৰাজহস্তা, স, *, (স’ ৰাজহন্তা--ৰাজন, ৰজা + হন, নাশ কৰ) ৰজাক বধ Platot, a regicide. ৰাজহি-হি, ৰাজ-উতহ” চোৱা। ৰাজহী, স. শ. (অ. ৰাজ্য, এক দেশৰ প্ৰজাবিলাক; সকলোৰে আলাপ কৰে, এতেকে ) বেশ্যা, অসৰ্তী তিৰোত stra), an muchaste woman, a prostitute, ৰাজহুৱা, বি. (অং. ৰাজ্য, দেশৰ প্ৰজা) ৰাজ্য সৃম্বন্ধীয়; যেনে, ৰাজহুৱা কথা; অনেক লোকৰ, অনেক লোকে গোট থাই কৰা; যেন, ৰাজহুৱা সবাহ, per taining to the state, public. ৰাজহ-তহু, স. শ. (অং ৰাজহু, ৰাজকৰ+ তত অনু) ৰাজা বা ৰজাৰ ঘৰৰ সম্পৰ্কীয় কাম, এতেকে নিজ ঘৰৰ কামত বাজে আন কাম, বাহিৰৰ লেঠা; যেনে, এক. ভায়েক ৰাজহ-তহত ফুৰে, এক ভায়েকে খেতি কৰে, duties and abliga- tions other than domestic =