পৃষ্ঠা:হেমকোষ.pdf/৮৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(); ৰাখ। ৮১২ বেপাৰীয়ে মহলীয়াৰ পৰা চাউল ৰাখে, of plant bearing red flowers, the to protect, to save, to watch, to flower itself. huy and keep. ৰাঈলী(--), বি. (অৎ, ৰঙ্গা, তেজবৰণীয়া) সমৰ, ৰাখ; প্ৰথমটোৱে কেৱল ৰঙ্গা বৰণীয়া, ৰক্ত বৰ্ণ। { যেনে, সঙ্কট বা হানিৰ পৰা ৰক্ষা কৰিবলৈ চাই ap 5178, red (Fen, ). থকা মাখোন বুজায়; পচৰটো অনেক ৰাজ, স. শ. (সৎ, ৰাজ্য, এক ৰজাৰ দেশ) ভাত খাটে। কোনো এক দেশৰ প্ৰজাসমূহ; যেনে, ৰাথ, কদ, স. বখা কাৰ্য, the act of ৰাজে যি বোলে সেয়ে কথা; কোনো protecting, saving, &c. এক দেশৰ বিশেষ এক ভাগ; যেনে, বছা ৰাখা, স. শ. ৰক্ষা কৰোতা, a protector, at, the wlile body of people in a a Saviour, a guard. state, a particular part of a king- ৰাগ, স, শ, (সং, ৰাগৰঞ্জ, আনন্দিত কৰ) dom. অনুৰাগ, স্পৃহা, ৰাপ; গীতৰ প্ৰধান ৰাজকাৰ্য, স, শ, (সং. ৰাজকাৰ্য-ৰাজন প্ৰণালী বা জাতৰিশেষ, তাৰ সংখ্যা ছয়; কাৰ্য্য, কাম) ৰজাৰ কাম, ৰাজা শাসনৰ যেনে, ভৈৰৱ, মাল, সাঙ্গ, বসন্ত, দীপক, সম্বন্ধীয় কৰ্ম্ম, state affairs, govel- মেঘ, affection, desire, one of the ment duties, “ ৰাকাৰ্য্য” এনেও হয়। six primary modes of music. . ৰাজকীয়, বি. (সং ৰাজকীয় ৰাজন) ৰাগিণী, স. শ. {ৰাগ শব্দৰ স্ত্ৰীলিঙ্গ) ৰাগ ৰজাৰ সম্পৰ্কীয়, ৰজাৰ, royal, pertain- ভাঙ্গি কৰা গীতৰ প্ৰণালী বা স্বৰ, তাৰ ings to a state or government. সংখ্যা ছয়ত্ৰিশ, one of the thirty- ৰাজচিহ্ন, স. শ. (স’, ৰাজচিহ্ন-ৰাজন। six inferior modes of music. চিহ্ন, চিন) ৰজাৰ মৰ্যদাৰ চিন, ছাত্ৰ, ৰাগী, স. শ. { সং, ৰাগ, অনুৰাগ, তাক ব্যৱ- দণ্ড ইত্যাদি, royal insignia. হাৰ কৰা মানুহৰ তালৈ অনুৰাগ জন্মে, ৰাজত্ব, গু. শ. (সং, ৰাজত্বৰাজন) ৰজাৰ। অৰ্থাৎ ব্যৱহাৰ কৰিলে এৰ। টান, এতেকে। পদ বা অৱস্থা; যেনে, তগা ৰজাত ৰাজত্ব মাদক গুণ, মতলীয়া কৰা গুণ, কানি, নেথাকে, এক বজাৰ অধীন দেশ; যেনে, ভা' ইত্যাদিৰ জাল, intoxicating যুধিষ্ঠিৰে খেলত ৰাজত্ব হেৰুৱালে, royalty, tutlity. . king office, a kingdom. ৰাগী বহু, বৰকৈ অনুৰক্ত হ, এৰিব নোৱৰা ৰাজ কৰ, দেশ শাসন কবু, ৰজাৰ কাৰ্য্য হ ( ইয়াৰ পূৰ্ব শব্দৰ সপ্তমী বিভক্তি কৰ, to reign, to rule. হয়); যেনে, গীতত ৰাগী বহা মানুহ, ৰাজদ্বাৰু, স. শ. {সং, ৰাজদ্বাৰ-ৰাজ+ to be addicted or devoted to. দ্বাৰ, পদূলি। ৰজাৰ নগৰৰ বাটু চৰা; গীয়ান্ত, বি. ৰাগী থকা, মতলীয়া কৰা গুণ ৰজাৰ সভা, ৰাৰ বৰ চৰা, the gate থকা, intoxicating. of a palace, the court of a king. ৰাঘৰৰালি, স. শ. {সং, ৰাঘৱ, এবিধ মাছ ৰাজন, স. শ. (সং, ৰাজন-ৰাজ, উজ্জ্বল 54 0779 Talhante, a large barali হ) ৰজা, দেশাধিকাৰ, a king, a fich. monarch, ৰাঘৱ, স. শ. (সং, ৰাঘৱ---ঘু, এজনা ৰাজপত্নী, , শ. (সং. ৰাজপত্নী--বাজন, সূৰ্য্যবংশী ৰজা; ঘুৰ বংশত জাত} ৰজা + পত্নী, ভাৰ্য্যা) ৰজাৰ কুৱঁৰী, 7156, & name of Rama. a queen. ৰাল--), স. শ. (সং. ৰণ, এবিধ ফুল। ৰাজবল্লভ, বি. (সং. ৰাজবল্প ৰাজ, এবিধ ৰঙ্গা ফুল, আৰু লৰ গছ, a kind ৰজা+বল্লভ, প্ৰিয়) ৰজাৰ প্ৰিয়, ৰজাই