পৃষ্ঠা:হেমকোষ.pdf/৮৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰৱ, ৰহন্। যেনে, ৰ'বৈয়া বতাহ, blowing gently. বৰ, স. শ. (সং. ক, শব্দ কৰ) ধ্বনি, শব্দ, to, a sound. ৰশ্মি, স. শ, (সং. ৰশ্মি-অশ, ব্যাপ্ত হ; অ স্থানে ৰ+ মি, প্ৰতায়) কান্তি, দীপ্তি, Coff, a ray of light, light. ৰশ্মিজাল, স. শ. (স. ৰশ্মিজাল—ৰশ্মি + জাল, সমূহ) দীপ্তিৰ সোঁত, উজ্জ্বল দীপ্তি, চকুত জাল মাৰি ধৰা দীপ্তি; যেনে, “সবাৰৰ চক্ষুক পীড়ি আসে ৰশ্মিজালে,” it blaze or stream of light. ৰ, স. শ. (স. ৰস":"ৰ, সোৱাদ ল। আস্বাদ, সোৱাদ, জিলাই বুজা তিতা, মিঠ। ইত্যাদি ৭; এতেকে মনেৰে বুজা আস্বাদ; যেনে, আদিৰস, ভক্তিৰ ইত্যাদি, জেল, জুলীয়া বস্তু; হেলত তাপ দি কবা বা আকৰত হোৱা এবিধ জলজলীয়া উপধাতু, taste, tastur', sentiment, a tuil, qnicksilver. বস, বি. (সং. সজ্ঞস, আস্বাদ+ জ্ঞা, জান্} খাদ্য বস্তুৰ সোৱাদ বুজা; মান- সিক ৰসৰ জ্ঞান পকা, কবিতা আদিৰ গুণ জনা, ৰস বুজা, acquainted with tastes, sentiments, &c., tasteful, সজ্ঞা, স. শ. (স. ৰসজ্ঞান ~~ ৰস, আম্বাদ + জ্ঞান, বোধ) আম্বাদৰ বোধ, সোৱাদৰ বুজ, tastefulness. ৰসসিন্দুৰ, স. শ. (সং. ৰসসিন্দৰ হেঙ্গুলৰ সাৰ+সিন্দুৰ, এবিধ ৰা বস্তু ৰস আৰু গন্ধকৰ কজ্জলী চিচাত ভৰি জুইৰ ভপিৰ দ্বাৰা কৰা এবিধ ৰা দৰব, ut medical preparation from a mix- turc of quicksilver and sulphur heated in a closed vessel. ৰসহীন, বি. (স.) নীৰস, শুকান; ৰসহীন, বিমোদ; কাব্যৰস নথকা, ভাবশূন্য; যেনে, ৰসহীন কবিতা, কাব্যৰ ৰস নুবুজা, উত্তম ভাবৰ বোধ নথকা; যেনে, the conte, dry, insipid, prosaic, dull, unacquainted with sentiment. সাতল, স. শ. {সং, ৰসাল - ৰসা, পৃথিবী+তল, পৃষ্ঠ ভাগ) পৃথিৱীৰ তলৰ সপ্তম পাক, পাতালৰ নিচেই তলৰ খলপ, the seventh and the lowest region under the carth. বসাল, বি. (সং. ৰস, জোল, আস্বাদ } ৰস খকা, শুকান নোহোৱা; যেনে, ৰসাল ফল, সাৰুৱা, শস্যশালী; যেনে, বাল মাটি; মন, কাণ বা জিভাত সোৱাদ লগোৱা, মিঠা; যেনে, ৰসাল কবিতা, ৰসাল বাদ্য, ৰসাল আঞ্জ, juicy, fertile, sentimental, full of lfeeling, pleas- ing to the car or palate, savory. বলি, বি. ৰস থকা, শুকান নোহাৱা, সাৰুৱা (মাটিত মাথোন খাটে); যেনে, qarforate, moist, not dry, fertile. বসি, বি. (সং. ৰসিক—স, আস্বাদ) বস বুজা, কবিতা আদিৰ ভাবত পটু। ঘাইকৈ আদি ৰসত পাৰ্গত, full of scutiment, of an amorous disposi- tion. স. শ. আদি ৰসত পৰ্গত লোক, a gallant. (স্ত্ৰী) ৰসিকা। ৰ, স. শ. (সং. ৰস, জোল ) জুলীয় বস্তু; ঘাইকৈ মিঠা বস, sweet liquor or juice. ৰহ খা, মাইকীৰ লগ ল, জাক ফুৰ, to seek the company of females, to copii- late, (applied to animals). ৰ দি, বৰকৈ পক্, পকি ৰসাল হ, to be fully ripe and juicy. হু, অ, ধা. বৰকৈ পকি ৰসাল হ, ৰহ দি; যেনে, কলাবিলাক বহিছে, to be fully ripe and juicy. বহু, অ, ধ{ অং. ৰস, জোল; পিত্তৰ ৰস ) বৰকৈ তোক লাগোতে আহাৰ নকৰাত পিত্ত উঠি ডোক মাৰ যা; যেনে, ভোকৰ সময়ত ভাত নেখালে তোক ৰহি যায়, to abate, as liunger when food is not taken at the proper time. ৰহন, স. শ. (অ ৰস, জুলীয়া ৰ) বৰণ, চকচকীয়া কৰা জুলীয়া বস্তু, সোণ ৰূপৰ