পৃষ্ঠা:হেমকোষ.pdf/৮৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰফা Wor ৰৰৈয়া। কৰ + ধ, ধৰ) বিন্ধা, ফাট, a hole, a fissure. বফা, স. শ. (যাং.) নিষ্পত্তি, সম্পন্ন, settlement, adjustment. বৰা, স. শ. এবিধ ডাঙ্গৰ টেঙ্গা ফল, তাৰ 515, the shaddock. ববি, স. শ. (সং. ৰৱি, সূৰ্য্যৰু, শব্দ ক; পূৰ্বকালত আৰ্যবিলাকে উচ্চ শব্দেৰে তেওঁক স্তুতি কৰিছিল, এতেকে সূৰ্য; দেওবাৰ, the sun, Sunday, বিবৰীয়া, বি. বিবাবে হোৱা বা জন্মা, afaatan, born or produced 01 a Sunday, relating to a Sunday. ৰবিবাব, স, শ. { সৎ, ৰৱিৱাৰ; ৰবি অৰ্থাৎ সূৰ্য গ্ৰহে ভোগ কৰা বাৰ, অৰ্থাৎ দিন) Feata, Sunday. ৰভা, স. শ. (সং. ভ, আনন্দিত হ; তাৰ লত ৰং কৰা যায়, এতেকে) কোনো উৎসৱৰ নিমিত্তে বহল আৰু ওখকৈ গছৰ পাত আদিৰে ওপৰত দিয়া আচ্ছাদন, a temporary shed. ব, স. . (সৎ, ন, ক্ৰীড়া ক) ক্ৰীড়, সন্তুষ্ট কৰ; যেনে, গোপীক ৰমিলা, to sport with, to please. ব, স. শ. { চিংফৌ, ৰম-চিং, নীল ) নীল, তাৰ গছ, indige, its plant. ৰম জমক, বি. (সং. ৰম, আনন্দিত কৰ + মক, অনুব্ধ,} কাপোৰ অলঙ্কাৰেৰে শোভিত, বৰকৈ ধুন মৰা, bclecked with ornaments and clothes, showy, gaudy. ৰমণ, স. শ. (সং. ৰমণ-, সন্তুষ্ট কৰ) স্বামী বা উপপতি, a huslianal or lover. ৰমণী, স. শ. (সং, ৰমণী--ৰম্, সন্তুষ্ট কৰ; পুৰুষৰ মনত সন্তোষ লগয়, এতেকে) yarat fucato, a beautiful or pleas- ing woman. ময়, বি. (স.) সুন্দব, আনন্দদায়ক, 75 TESTTy, beautiful, pleasing.. বমণীয়, গু. শসুন্দৰত, আনন্দ দিয়া গুণ বা অৱস্থা, beauty, মা, স. শ. (সং. মা--, সন্তোব দি) লক্ষ্মী, the goddess of riches. ৰমা পুৰি, স. শ. {সং, ম্যপুৰি, উত্তম নগৰ) ৰম্য স্থান, বৰ ভাল নিৰ্ম্মল ঠাই, a elean delightful place. ম্য, বি. (সং. ৰম। ৰ, সন্তুষ্ট কৰ } সন্তোষদায়ক, মনোহৰ, এজেকে সুন্দৰ, উত্তম; যেনে, ৰম্য স্থান, pleasing, agreeable, charming, , বন্যতা, ও. শ. (স.) মনোহৰ গুণ, সুন্দৰতা, agrecableness, beauty. ৰ ৰম্, অনুক, জলা বস্তুৰ পোৰণিৰ পৰা যেনে বোধ হয়, তাক বুজোৱা মাত, an imitative sound sised to express the burning sensatiou caused by any pungent thing . মনি, স, শ, জল। বস্তুৰ পোৰণি, a burning sensation caused by any pungent thing ৰ ৰম, অ, ধা. জল। বস্তুৰ পোৰণিৰ পৰা পীড়া প; যেনে, মৰিচৰ জালত মুখখানে ৰমৰমাইছে; জলা বস্তুৰ দৰে পীড়া দি; সেনে, মৰিচৰ জালে ৰমৰমাইছে, to be affected with a burning sensation caused loy a pungent thing, to cause a burning songation. মলিয়া, অ, ধা. {সং. ৰৱ, শব্দ) বহুত কাউৰীৰ দৰে শব্দ কৰু, to make a loud cawing noise. ৰৰ কৰে, ক্ৰি. বি. (সং. ৰস, আধাদ-+ অং. কৰে, কৰি) সোৱাদ বা মিঠা লগাই, মৃদুৰূপে (বহত খাটে); যেনে, ৰৰ কৰে বতাহ বৈছে, gently, pleas- antly ( said of the blowing of wind ). ৰৰৈ, স. শ. {সং, ৰৱ, শব্দ + ৰসিকা, ৰসযুক্তা) ৰঙ্গেৰে বহুতকৈ কথা কোৱা তিৰোত, কথকী; যেনে, “নিবোকীয়ে ভাঙ্গে গাওঁ, ৰ'ৰৈৰ উঠে নাও,” a gay talkative woman. 'ৰৈয়া, বি. ৰ'ৰকৰে চলা, মৃদুৰূপে বোৱা,