পৃষ্ঠা:হেমকোষ.pdf/৮২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যোগালি। বিধৰ; as যেনে, সি যেনি যায়, ময়ো তেনি যাও, in the direction in which. যৈনুৱা, সৈনেকুৱা শব্দৰ অপভ্ৰংশ। বি. সৰ্ব্ব, যি প্ৰকাৰৰ, যি } যেনেকুৱা, যেনে, যেনে বা যেনেকুৱা মানুহ, as, like as, like, যো. অব্য, যথা, যেনে প্ৰকাৰে, for justance, যেনেকৈ, ক্ৰি. বি. যি প্ৰকাৰে, যি যেনেকুৱাকৈ, ৰূপে; যেনে, তেওঁ যেনে-

    • <705, in the same manner as.

যে তে, বি. সৰ্ব্ব, কোনো এক প্ৰকাৰৰ, বৰ ভাল নোহোৱা বৰ বেয়াও নোছোৱা; যেনে, ঘৰটো যেন তেন হৈছে, it- different, neither good nor bad. যেতেক, ক্ৰি. বি. কোনো প্ৰকাৰে, বৰ কষ্টেৰে, কথমপি; যেনে, যেনতেনকৈ 514247 fateat, somehow, with clifficulty: যৈসানি, ক্ৰি. বি. যি সময়ত, at the time, when. (773) যে, স. শ. {বং যযাল, ধন সম্পত্তি। উপায় বা শক্তি; যেনে, এই কাম কৰিবৰ যো নাই; অয়োজন, কোনো কাৰ্য্যৰ নিমিত্তে বস্ত্ৰ সংগ্ৰহ; যেনে, বিয়াৰ যো কৰিছে, ability, means, preparatious. যে, স, শ, (সং. যোত্ৰ, ব, যে-উৰী, যেত, যুৱলি বন্ধ জৰী) গৰুৰ ডিঙ্গিত যুবলি বন্ধ। জৰী, the coral with which the yoke is tied to the neck of the cattle. যোকা, স. শ. (সং. যোগ, মিলন--যুজ, লগ গা) জেঁটা, এডাল জুৰীবে একে লগে ওলমাই বন্ধ বস্তুৰ সমুহ; যেমে, calwayip, a number of things tied together so as to hang like a cluster, মোগ, স. শ. (সং. যোগ—যু, লগ লগা ) মিলান, একত্ৰ কৰণ, লগ লগোৱ কাৰ্য; ঈশ্বৰত মনৰ সংযোগ, এক চিতে ঈশ্বৰৰ চিন্তা; মুঠ; মোট; কোনো বিশেষ মাহ আৰু বাৰত কোনো কোনো তিথি আৰু নক্ষত্ৰৰ মিলন; যেনে, বাৰু, union, junction, union with God by means of abstract contemplation, alldition, a particular astronomical combination of stars. যোগ-চিহ্ন, স. শ. { সৎ, যোগ, মিলন + চিহ্ন, চিন) অঙ্কশাস্ত্ৰত দুটা অঙ্ক একে লগ কৰা চিন; যেনে, ( + ), plus. যোগ-নিদ্ৰা, স. শ. (সং. যোগনিদ্ৰা, বিষ্ণুত নিদ্ৰাৰ যোগ বা মিলন হয়, এতেকে) প্ৰলয় কালত বিষ্ণুৰ টোপনি, the sleep of Vishnu during the deluge. যোগনিয়া, স. শ. (অ, যোগ, বস্তু গোটাই দি} নিৰূপিত সময়ত বস্তু সংগ্ৰহ কৰি দিওঁতা, a supplier. যোগনীয়, বি. যোগোৱা, যোগনিয়াৰে আনি দিয়া; যেনে, যেগনীয়া গাখীৰ, supplied. যোগমায়া, স. শ. {সং, যোগমায়) দুৰ্গা, a name of Durga মোগা, স. বা. (ব, যোগান, সংগ্ৰহ কৰি দিয়ন) নিৰূপিত সমস্তুত আৱশ্যকীয় বস্তু আনি দি; যেনে, জালোৱাই মাছ catst, to supply regularly. 7. স, যোগাওঁ; (স্ত্ৰী) যোগাতী। যোগা, কদ, স, যোগোৱা কাৰ্য, the act of supplying . মোগা, ম. শ, নিৰূপিত সময়ত আৱশ্যকীয় বস্তু আনি দিয়া কাৰ্য; যেনে, যোগানৰ 514&04, a regular supply of a neccs- sary thing. যোগ ধৰ, নিৰূপিত সময়ত লগা বন্ধু att for fr, to supply regularly. যোগালি, স. শ. (বং যোগালি) কোনো কাম কৰোতাক সেই কামৰ কাৰণে বস্তু যোগোৱা মানুহ; যেনে, ঘৰ ছাতক (**a pfato fee), one who sup. plies materials to a workman en- gaged in work. .