পৃষ্ঠা:হেমকোষ.pdf/৮২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যেনি full-grown. স. শ, ডেকা মানুহ, a young or full-grown man. যুৰীয়া, বি. (অং. যোৰ, দুটা; সমতা) দুটীয়া, দুটা বা দুখান থকা; যেনে, যুৰীয়া কাপোৰ; বয়সে সমান; যেনে, ato sia patay, consisting of a pair, pertaining to a pair, equal in ac. যুগুত্ব, বি. (সং. যুক্ত, উচিত) উচিত, সঙ্গত, right, proper, reasonable. যুৎ, বি. (সং. যুজ, লগ লগ) অনেক বস্তু গোটাই নিৰ্মাণ কৰা, প্ৰস্তুত, নিশ্মিত, prepared, made. যুগুতা, স. বা প্ৰস্তুত কৰ, নিৰ্মাণ কৰ, to prepare, to make. যুতি, স. শ. “যুক্তি” চোৱা (পদ্য)। যুগা, স. শ. (সং. যুগ-যুগ, ভুটা) যোৰ, gdi, a pair. যুত, স, শ, (সৎ, যুকযুত, একত্ৰ ক ) বিয়াত কন্যা দাতাই বা আনে কন্যাক দান কৰা বস্তু, dowry, wife's portion, a wedling present. যুকীয়া, বি. (সৎ, যুতক, ঐ) যৌতকত দিয়া, বিয়াত দিয়া; যুতকৰূপে পোৰ, pertaining to a dowry, reccived as dowry. যুদ্ধ, স. শ. (সং. যুদ্ধ—যুধ, ৰণ কৰ) ৰণ, a fight, a war. যুদ্ধ কাচে, ক্ৰি. বি. (সং. যুদ্ধ, ৰণ + অং. কা, কাপোৰ পিন্ধ ) যুদ্ধৰ সাজেৰে, ৰণ কৰিবলৈ সপ্তম হৈ, being ready to & যুবলি, স. শ. (সং. যুগ; বং, বোয়ালি) হাল বোৱাত এহাল গৰুৰ ডিঙ্গিত দি দুইকো লগ লগোৱা কাঠ; নৈৰ বা বিলৰ পানী বামেৰে লগ লগা ঠাই; যেনে, পানীৰ যুৱলি, a folk, the cdge of a river or latke, যুতি, স. শ. (সং. যুথিকা; বৎ. যুঁই, এবিধ ফুল) এবিধ বগা সুগন্ধি ফুল, তাৰ গছ, a kind of jasmine. যুপ, স. শ. (সং, যূথ-~-যু, লগ লগা জাক, 434 798, a ſoek, a lerd. যুথ-পতি, স. শ. (সং. যুথপতি--যুথ, ঐ+ পতি, প্ৰধান } বনৰীয়া হাতীৰ জাকৰ প্ৰধান বা ডাঙ্গৰ হাতী, the lettler of a wild hierd of clephants. ঘূপ, স. শ. (সং. ঘূপ-যু, বন্ধন ক) বৃষোৎসৰ্গত বৃষ বন্ধ। মূৰত ভৰা গৰুৰ মূৰ্তি থকা খুঁটা, a sacrificial post. . যেই-সেই, বি. স. কোনো এজন, anyone. যেতিয়া, ক্ৰি. বি. (সং. যদা, যি সময়ত) যি সময়ত, when. ক. সৰ্ব্ব, যি সময়; যেনে, যেতিয়ালৈ, which time, যেতিক্ষণে, ক্ৰি, বি. যি ক্ষণত, যেতিয়া, when. (পদ্য)। যেতে,। বি. সৰ্ব্ব, (বং যত, যিমান ) যৈতটি, যিমান, যি পৰিমাণ, as fight. যুদ্ধ-ক্ষত্ৰ, ৭. শ. ( স. যুদ্ধক্ষেত্ৰ-যুদ্ধ, ৰণ+ক্ষেত্ৰ, মুকলি ঠাই। ৰণ কৰা মুকলি ঠাই, a battle-field. যুধিষ্ঠিৰ, স. শ. (স.) পচি পাণ্ডৱৰ জ্যেষ্ঠ, the ellest of the five Pandavas. যুৱতু-কাল, স. শ. (সং. যুৱন, ডেকা+কাল, সময়) ডেকা কাল, যৌন, that part of life which is between childhood and old age. many, as much. যুবতী, বি. (সং. যুৱতী-যুৱ, ডেকা) ডেকেৰী, সম্পূৰ্ণ বয়স পোৱা, full, grown, young (Fom.). 7. *. CCCC catatal, a young womau. যুৱৰাজ, স. শ. (সং, ভেকা ৰজা, ৰজাৰ carret 4, an leir apparent to a thronc. যু, বি. (সৎ, যুৱ; যু, লগ লগ) ডেকা, যেন, অব্য, (সং. যৎ, যি) বাঞ্জাবোধক অব্যয়; যেনে, ঈশ্বৰে যেন তোমাৰ মঙ্গল কৰে, that. বি. নিচিনা, তুল্য; যেনে, ভাই যেন বন্ধু, like, as. যেনি, ক্ৰি. বি. যি পোনে, যি ফালে;