পৃষ্ঠা:হেমকোষ.pdf/৮২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যাগ ' ৭৯৭ যাৰঞ্জীৱন . যায়, স, শ, সৎ, যাগ, হোম, হোমৰ পৰা ধোৱা উঠে, এতেকে। কলা পাবৰ বা মহ খেদাবৰ নিমিত্তে দিয়া ধোৱা, funt- gation , যাগ দি, ধোৱা লগা, to fainigate. যাচ, স, ধা, (সং. যা, দিবৰ প্ৰস্তাৱ কৰ) নোখোজাকৈয়ে দিব খো, দিবৰ প্ৰস্তাৱ কৰ; যেনে, যাচি দিয়া ছোৱালী, to offer, to tender. যাচ, স. শ{সং. যাচক--যাচ, খেজু } মগনিয়াৰ, a begga". যাচি, কদ, বি. (স.) খোজা, asked for. না,। স, শ, (সং. ষাজ্ঞা -- শা, আজ্ঞা, খেজু) খোজা কাৰ্য্য, মাগন, the act of asking or bugging. যাজক, স, শ, (স, যাজক-যজ, পূজা। ক) পুৰোহিত, লোকৰ নিমিত্তে দেৱতা পূজা মানুহ, an officiating ]riest, onc who conducts a sacrifice. যাজন, কৃদ স. (সং. } পূজা হোমাদি Fatal Titl, the act of officiating at or conducting a sacrifice. যাজ্ঞবল্ক্য, স. শ. (সং. যজ্ঞস্ক্য} এজনা স্মৃতিশাস্ত্ৰ কৰা মুনি, Jaw-giver. যাসনী, স, শ, (সং, যাজ্ঞসেনী--যজ্ঞ সেন, দ্ৰুপদ ৰজাৰ নাম ) পদৰ জীয়েক, autott), a title of Drupadi. যাত্মিক বি. (সং. যাজ্ঞিক-য, পূজা হোম) যক্ত কৰা; যেনে, যাজ্ঞিক ব্ৰাক্ষ্মণ; যও লগা; যেনে, যান্ত্ৰিক বস্তু, sacri- ficing, pertaining to a sacrifice. যাঠি, } স. শ. (সং. যষ্টি বা যী, মুখত যাঠী, লো লগোৱা মাৰি। শূল, এডাল মাৰিৰ ৰা কুৰাৰ মূৰত লগোৱা আগ জোঙ্গা চেপেটা দুই পাতি চোকা লো a speal, a lance. মাঠী-পতীয়া, বি. (অং, ষা, ঐ+ পাত, যাঠীৰ আগ ভাগ) যাঠীৰ আগৰ নিচিনা, a lanceolate leaf. যাতনা, স, শ. (সং. যাতনা—য, পড়া ক) উগ্ৰবেদনা, বৰ পীড়া, sharp or acute pain. যাতায়াত্ব স. শ. (সং, যাতায়াত – যাত, যোৱা + আয়াত, তাহ) যোৱা অহ কাৰ্য্য, তাহা যোৱা কৰণ, গমনাগমন, the act of going and coming or frequenting যাতে, অব্য. (সং, যত, যি হেতু) যি হেতু, যি কাৰণে; যেনে, যাতে ঈশ্বৰ সহায় হল দেখি হে, নাইবা প্ৰাণেই গলহেঁতেন, as, forasmuel as. যাত্ৰা, স, শ. (সং, যাত্ৰা—যা, গতি কৰ) গমন, গতি, ভ্ৰমণ; কোনো ঠাইলৈ যাবলৈ কৰা উদ্যোগ বা আৰম্ভ; যেনে, আৰ্জি যাত্ৰা কৰি কালিলৈ যাব, titavel, a journey, the act of entering upon journey . যাত্ৰা-ভঙ্গ, স. শ. (সং, যাত্ৰাভঙ্গ—যাত্ৰা, ঐ+ ভঙ্গ, ভগ) যাত্ৰা নাশ, কোনো ঠাইলৈ যোৱাত বাধা, an interruption to a journey. যাত্ৰি, স. শ. (সং) ভ্ৰমণ কৰোত, এঠাইৰ পৰা আন এঠাইলৈ গতি কৰোতা, ৫ traveller, a pilgrian. যাত্ৰী, স, শ. (সং. যাত্ৰিযাত্ৰা +ইন) ভ্ৰমণ-কাৰী, ঘাইকৈ 'তীৰ্থলৈ যোবা লোক, a pilgrim, especially one who goes to a holy place. যাদৱ, স, শ, ( স. যাদৱ—য, এজনা বজা) যদু বংশত জন্ম। লোক, কফ, a desecndant of Failu, an appellation of Krisha. যাদৃশ, বি. (সং. যাদৃশ-যদু, যি) যেনে, as, like. (স্ত্ৰী) যাদৃশী। যান, স. শ. (সং. যান--যা, গতি কৰ যিহত উঠি ফুৰা যায়, বাহন, a vehicle. যামিনী, স. শ. (সং. যামিনী—যাম, এপৰ) aff, a niyht. যাৱজ্জীৱ, ক্ৰি. বি. (সং. যাৱজ্জীৱন-যাৎ, যি পৰ্যন্ত+জীৱন, প্ৰাণ } জীৱন থাকে মানে, জীয়াই থকা কালৰ ভিতৰত; a sage and