পৃষ্ঠা:হেমকোষ.pdf/৮২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

য, যাগ! যক্ষ, স, শ, (সং. যক্ষ—যক্ষ পূজা কৰু) কুবেৰৰ ধনৰ ভঁৰালৰখীয়া অপদেৱতা; এতেকে কৃপণ মানুহ, a demi-god attendant on Knvera, a miser. যক্ষা, স, শ. (সং. যক্ষৰাজ -যক্ষ, ঐ। ৰাজা, অধিকাৰ) কুবেৰ, lat: the king of the lakshup, an epithet of Ku- }}t, য, স্থা, সৰ্ব্ব, যি ঠাইৰ, of which place. যৰ পৰা, স্থা. সৰ্ব্ব, যি ঠাইৰ পৰা, from where, wbence. যলৈ, স্থা, সৰ্ব, যি ঠাইলৈ, to which place. যৱ, স. শ. ( স. যুৱ-যু, মিহলি কৰ) য’ধান, barley. য, স. শ. (সং. যুৱন-যু, মিহলি কৰ, জাতি ভেদ নাই, এতেকে) গ্ৰীক, মইল- মান, ইংৰাজ, ভুৰুক ইত্যাদি সকলে। বিদেশী ম্লেচ্ছ, a Greek, a Mahomc- dan, an European, &c. যৱনিকা, স. শ. (সং. যৱনিকা-জৱ, শীঘ্ৰ কৰ, জৰ ঠাইত য) আঁৰ কাপোেৰ, পৰ্দা, a xercen of cloth, a curtais. যৱক্ষাৰ, স, শ, (সং. যক্ষাৰ-যৰ, য’ধান + ক্ষাৰ, খাৰ, য’ধানৰ নিচিনা, এতেকে) T7, saltpetre, nitre. যশ, স. শ. (সং, যশ, সুখ্যাতি ) যশস্যা,

  1. fi, fame, renowu.

যশঙ্কৰু, বি. (সং, যশঙ্কৰ – যশস + , ক) যশস্যা বঢ়োৱা, সুনাম কৰা, rendering famous, , যশস্য, স, শ, (সং. যশস্যা - যশস + য, মুখাতি বঢ়োৱা) সুখ্যাতি, যশ, famc, যক্ষ্মা, স, শ, (সং, যক্ষ্মা---য, পূজা কৰ) হাওঁফাওঁত হোৱা এবিধ ৰোগ, তাৰ দ্বাৰা জৰ আৰু কাহ হয়; কদাচিত কাহোতে অল তেজো ওলায় আৰু ৰোগী বৰকৈ খীণাই শেষত মৰে, pulmonary cousumption. যা, অ, ধ. (সং. যা, গতি কৰ। গতি কৰ, স্থানান্তৰ ই, to g, যা, স. শ. { স. যাতৃ; বং, যা, স্বামীৰ ভ্ৰাতৃৰ ভাৰ্য্যা) স্বামীৰ ককায়েক বা ভায়েকৰ ঘৈণীয়েক, the husband's elder or younger brother's wife. যাউতিযুগীয়া, বি. (সং. যাৱযুগৎ, যুগ- লৈকে) এক যুগ থকা, যুগমীয়া; যেনে, শিলৰ ঘৰ যাউতি-যুগীয়া; অনেক কালৰ পৰা থকা, চিৰকলীয়া; যেনে, যাউতি- যুগীয়া বৰ লোক, enduring, existing for a long time past. যাওন, ক্বদ, স, যোৱা কাৰ্য, গমন, গতি, the act of going. যাওঁতা, কদ, স, যি যায়, গমন কৰোতা, renown. one wlio goes. যশম্ব, বি. (সং. যশস্+ৱৎ) খ্যাতি- যশস্থান, মম্ভ, সুনাম থকা, famous, cclebrated. (স্ত্ৰী) যশতী। যশস্বী, বি. (সং. যশস্বিন—যশ, সুনাম) খ্যাতিমন্ত, যশস্যাযুক্ত, famous, re- nowned . যষ্টিমধু, স, শ. (সৎ, যষ্টিমধু—যষ্টি, মাৰি বা লাখুটি + মধু, মৌ; মিঠা মাৰি) এবিধ গছৰ মিঠা শিপা, licorice. যহতৃ, আ, অব্য. (সং. যশ, যশস্যা বা গুণ) গুণৰ দ্বাৰা, নিগুণে (কোনো কাৰ্যৰ যি। ফল হব লাগে, তাৰ বিপৰীত হোৱা ভাব বুজাবলৈ ব্যবহৃত); যেমে, দৰব খাবৰ যহত নৰিয়া চাৰ হে হৈছে, in con- sequence of, in spite of. যাকি, স. শ. (সং. যাগ, হেম) ভাৱৰীয়া বতৰত ধান শুকাবলৈ দিয়া যাগ বা জুইৰ তাপ, heat applied to paddy to dry it for busking. যাকি দি, ধান শুকাবলৈ জুইৰ প দি, to apply beat to paddy to dry it for husking. যাগ, স. শ. {সং যাগ-যজ, পূজা ক} যজ্ঞ, পূজা বা হোম, a sacrifice, a ceremony in which oblatious are offered.