পৃষ্ঠা:হেমকোষ.pdf/৮২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যযাতি যদুনাথ যদুনাথ, শ, (সং. যদুনাথ, যদুপতি যদুপতি, 3 -যদু, ঐ+নাথ আৰু পতি, গৰাকী) যদুবংশৰ অধিপতি অৰ্থাৎ প্ৰধাম, কৃষ্ণ, a title of Krishna, যদুবংশ, স. শ. (সং. যদুৰংশ--যত্ন, ঐ+বংশ, গোত্ৰ) যদু ৰজাৰ সন্তান-সন্ততি, the race of যদু। যদু-মণি, স. শ. (সং. যদুমণি-যদু, ঐ+ মণি, ৰত্ন) যদুবংশৰ ৰত্ন, কৃষ্ণ, a title of Krishna. যদুমণি, স. শ. (কৃষ্ণই সৰু কালত মাখন দৈ আদি মুখত ভৰি গাল ওফাইছিল, বোধ হয় তাৰে পৰা এই শব্দ ওলাইছে) এবিধ গাল উহা ৰোগ, শিয়াল গলা, the mlimps. যদ্যপি, অব্য. (সং. যদ্যপি-যদি, এনে হলে + অপি, যোজক অব্য, যদি; fre, if, though. য’ধান, স. শ. (সং. যৰ, এবিধ শস্য+অং. ধান, এবিধ শস্য} যৱ, এবিধ শস্য, barley. য’নী, স. শ. (সং. যমানী, এবিধ সুগন্ধ গুটি) এবিধ সুগন্ধ গুটি আৰু তাৰ গছ, a kind of plant and its seed. যনীয়া, বি. যনীৰ দৰে গোন্ধোৱা, shelling like the above. যন্ত্ৰ, স, *, (সৎ, যন্ত্ৰ যত্, প্ৰস্তুত কৰ) কল, যতন, কোনো কাৰ্য উজুৰূপে কৰিবৰ নিমিত্তে কাঠ বা লোৰে সজা বস্তু; বাদ্য; তন্ত্ৰ মতে পূজা কৰা চক্ৰবিশেষ, a machine, an apparatus, an engine, a musical instrument, a mystical diagram. যন্ত্ৰণা, স, শ. (সং. যন্ত্ৰণা--য, পড়া কৰ) যাতনা, পড়া, দুঃখ, pain, afliction. যন্ত্ৰী, স. শ. (সং. যষ্ট্ৰিযন্ত্ৰ + ইন্) যন্ত্ৰ otel, an engineer. য, স. শ. (সং. যম-যম, আটকি ৰাথ; পাপৰ আমাক আটকি ৰাখে, এতেক) মৃতকৰ অধিপতি দেৱতা, যম ৰজা, the Indian Plato. যম, স. শ. (সং. যমক --যম, যুগ) একে দৰে উচ্চাৰিত বেলেগ অৰ্থ বুজোৱা শব্দ দি কৰা ৰচনা; যেনে, “ৰাতি পুৱা উঠি খাই তিনি চিলিম ভা। বম বম্ বুলি বোপাই টোপনিটো ভাং” a kind of alliteration, যম-কিঙ্কৰ, স. শ. (সং. যম, যম ৰঞ্জ।+কিঙ্কৰ, দাস) যম ৰজাৰ দাস, যম ৰজাৰ টেকেল, a inessenger of death. যমলাজু, স. শ. (সং. যমলাৰ্জুন--যমল, যুগ্ম + অৰ্জুন, এবিধ গছ } পূৰ্বে বৃন্দা- বনত কৃষ্ণই উভালি পেলোৱা দোজাপ। Profor $15, a couple of tres said to have been prooted by Krishna at Brindavana. যমালয়, স. শ. (সং. যমালয় --যম + অলয়, ঘৰ } যমপুৰি, যমৰ নগৰ, the albodle of the regent of death. যমুনা, স. শ(সং. যমুনা} বৃন্দাবনৰ যমুনা নৈ, তেওঁ সূৰ্যৰ জীয়েক আৰু যমৰ ভনীয়েক বুলি পুৰাণত লিখা আছে, the river Jumna. যমৃডাকিনী, স. শ. (সং. যম, মৃত্যু + ব" ডাক্, মাতৃ) চোৰা কাউৰীৰ নিচিনা এবিধ চৰাই, সি যাৰ বাৰীত ৰাতি মাতে তাৰ ঘৰত মৃত্যু ঘটে বুলি বিশ্বাস, a bird of ovil omen, যমদূত, স. শ. (সং. যমদূত যম + দূত টেকেলা) যমৰ টেকেলা, a messenger of death. যম্পুৰি, স. শ. (সং. যমপুৰি—যম + পুৰি, নগৰ) যম ৰজাৰ নগৰ, the abole of tlle regent of death. . যমজা, স, শ, (সং, যমৰাজনযম + যম্ ৰাজা, ৰাজ, ৰজা) যম, মৃতকৰ অধিপতি, the regent of death. যাথুটি, স. শ. এবিধ পোন আৰু দীঘল 55, a kind of plant. যযাতি (জা-), স. শচন্দ্ৰবংশৰ পঞ্চম ৰজাৰ নাম, তেওঁ যদুৰ বাপেক আছিল, the name of the fifth king of the lunar race. .