পৃষ্ঠা:হেমকোষ.pdf/৮১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোৱামৰীয়া মোহাৰ মাৰ, মোৱামৰীয়া, স. শ. মোৱামৰা সত্ৰৰ শিষ্য হোৱা, এজাতি আদিবাসী মানুহ, মটক, 7874, a Ilinduized aboriginal tribe of Assam. মোৱাৰ মৰু, ভিকাচন ভা, উপায় বা লাভ মুল হ; যেনে, ভাত কাপোৰৰ মোৰ মৰিল, to be lost, as the means or resource of something. মোৱাৰ মাৰ, ভিকাচন ভং, উপায় বা লাভৰ মূল নষ্ট কৰ, to lose, as the means or resource of something. মোৱাৰী, বি. (হিং. বং. মোহৰ, মোহৰ মৰা ৰূপ বা সোণ) মোহৰ মৰা, সাচত মৰা; 64C, catatat catal, coined, as gold, মোষ, স, ধ. (সং. মুম্, ছেদন ক} ছেদন কৰ, খণ্ড খণ্ড কৰ, নষ্ট কৰ; যেনে, “যাহাৰ স্মৰণে পাক চোষে।” destroy: (no) মোহ, স. শ. (সং. মোহ-মুহু, বিবুদ্ধি হ) এম, মিছা সঁচা বা নোহোৱাত হোৱা বোধ; ময়ৰ পৰা হোৱা শ্ৰান্তি, যাৰ গৰ মানুহে মিছা সংসাৰত সঁচা বোধ কৰে; যেনে, সকলো মানুহ মোহত পৰি আছে; এতেকে স্নেহ, মৰম; যেনে, লৰা-তিৰোতাৰ মোহ এৰিব নোৱাৰি; আকাংক্ষা, লোভ; যেনে, লোকৰ বস্তুত মোহ কৰা অনুচিত; মূহুঁ, error, ignorance, fascination, affection, avarice, fainting, swoon. মোহ যা, ভ্ৰান্ত হ, বিবুদ্ধি ই, ভোল ই; যেনে, গীত শুনি মোহ গল, to be charmed or stupified. মোহ কৰ, লোভ কৰ; ছলেৰে ল, to covet, to take by artifice. মোহ, স, ধ, ভ্ৰান্তিত পেলা, মিছাত সঁচা জ্ঞান কৰা; যেনে, “মুহি আছে জগতক বিষ্ণু-মায়া” বশ কৰ, মন্ত্ৰ বলেৰে আপোনাৰ অধীন কৰ; যেনে, মন্ত্ৰী তিৰৰই ভাক মুহিলে, to chatan, to fascinate, to captivate by means of incantations, সমা-মায়া, মোহ, মোহ মায়াৰ পৰা উৎপন্ন হয়, ‘মায়া” চোৱা। মোহ, স. . (সং. মুফ, হৰণ কৰ) ছলেৰে ল, অন্যায়কৈ আপোনাৰ কৰ; যেনে, লোকৰ ধন মুহিব নেপায়, to take by artifice. মোহ, কদ, স. (স.) বিজ্ঞান কৰণ, বিবুদ্ধি কৰণ; জ্ঞান লুপ্ত কৰি সংসাৰৰ সুখত fall #ad, the act of fascinating or overpowering the reason by worldly allurements. *. *. *** এটা নাম; পোহনীয়া চৰাই পহুক দিয়া Ay, an epithet of Krislina, a name given to a tame birl or beast. মোহনী, স. শ. (সং. মোহন, প্ৰান্তি মোহনী-বাণু, সম্মাওন) মনত ভ্ৰম জম্মই ভিৰোত বা পুৰুষত আসক্ত কৰা মন্ত্ৰ।

  • 7* ** ****, a charm or speil

to excite love or sululue an enemy. . মোহনী-ভা, স. শ. {সং. মোহন, বিজ্ঞান কৰণ) এবিধ বৰ ৰাগিয়াল বিদেশ ভাং, a kind of very strongly narcotic hemp brought from Bengal. . মোহনী-মন্ত্ৰ, “মোহনী” চোৱা। মোহৰ, স. শ. ( যা.) চাপ, সঁচত মৰা ৰূপ বা সোণ, a seal, a coin. মেহৰ মাৰ, চাপ মাৰ, সঁচত মাৰ, to scal, to stamp, to coin. মোহাৰ, স. বা. (সং. মৰ্দন, হিন) মা; হাত বা ভৰিৰে পিহ, হাত বা ভৰিৰে চেপি ধৰি ঘঁহ; যেনে, গুড়ি পৰুৱা ভৰিৰে মোহাৰিলেই মৰে, to rule, to erush with the hand or root, to squeeze with the land. মোহাৰ, স. শ. মন, পেষণ, হাতেৰে বা ভৰিৰে মৰা ঘঁহনি, a rubbing or squeezing with the hand, or crush- ing with the foot. . মোহাৰ মাৰ, হাতেৰে বা ভৰিৰে পিহ, to squeeze or rub with the land, to crush with the foot.